ETV Bharat / bharat

Delhi Liquor Policy scam : বিজেপিয়ে মুকলি কৰিলে ষ্টিং অপাৰেচনৰ ভিডিঅ'

দিল্লী চৰকাৰৰ নতুন আবকাৰী নীতিৰ (Delhi Govt liquor policy) কেলেংকাৰীক লৈ বিৰোধীৰ ৰাজনীতি অব্যাহত আছে । এইবাৰ বিজেপি আন এক গুৰুতৰ অভিযোগ । কেলেংকাৰীৰ ধন গোৱা আৰু পাঞ্জাৱৰ নিৰ্বাচনত ব্যৱহাৰ হৈছিল । কেজৰিৱাল চৰকাৰৰ মাত্ৰ এটাই নীতি আছে । সেয়া হৈছে কেলেংকাৰীৰ নীতি ।

Delhi Liquor Policy scam
বিজেপিয়ে মুকলি কৰিলে ষ্টিং অপাৰেচনৰ ভিডিঅ'
author img

By

Published : Sep 15, 2022, 4:23 PM IST

নেশ্যনেল ডেস্ক,১৫ ছেপ্টেম্বৰ : দিল্লী চৰকাৰৰ নতুন আবকাৰী নীতিৰ (Delhi Govt Excise Policy) দুৰ্নীতি সন্দৰ্ভত প্ৰতিক্ৰিয়া অব্যাহত আছে । এই দুৰ্নীতিক লৈ ৰাজ্যখনৰ ৰাজনীতিও উত্তাল হৈ আছে । বিশেষকৈ বিৰোধী বিজেপিয়ে দিল্লী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কঠোৰ সমালোচনা অব্যাহত ৰাখিছে ।

আবকাৰী নীতিৰ দুৰ্নীতি সন্দৰ্ভত পুনৰ বিজেপিয়ে ষ্টিং অপাৰেচনৰ তথ্য ফাদিল কৰিছে (BJP releases sting video on Excise Policy)। বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে দিল্লী চৰকাৰৰ আবকাৰী নীতিৰ দুৰ্নীতি সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি এটা ভিডিঅ' মুকলি কৰে । সংবাদমেলত ত্ৰিবেদীয়ে অভিযোগ কৰি কয় যে কাৰ পৰা ধন লোৱা হৈছে, কেনেকৈ কেলেংকাৰী সংঘটিত হৈছে, এই সকলোবোৰ তথ্য উন্মোচিত হৈছে ।

  • दो लोगों को कैसे मिला 10 हजार करोड़ रुपये का धंधा।

    10 करोड़ लगाकर कैसे कमाए गए 150 करोड़ रुपये।

    देखिए, केजरीवाल सरकार के शराब घोटाले पर एक और सनसनीखेज खुलासा। pic.twitter.com/5SmFgoI1lm

    — BJP (@BJP4India) September 15, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

আম আদমী পাৰ্টি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ বাবেই প্ৰস্তুত কৰা হৈছে (Sudhanshu Trivedi on Delhi liquor scam)। আম আদমী পাৰ্টিৰ কেলেংকাৰীৰ ৰহস্য পোহৰলৈ আহিছে বুলি দাবী কৰে বিজেপি নেতাগৰাকীয়ে । কেলেংকাৰীৰ অভিযুক্ত নম্বৰ-৯ অমিত অৰোৰাই গোটেই ৰহস্য ফাদিল কৰিছে বুলি তেওঁ উল্লেখ কৰে ।

সুধাংশু ত্ৰিবেদীয়ে কয় যে ভিডিঅ'টোত অমিত অৰোৰাই স্বীকাৰ কৰিছে যে কমিচন চৰকাৰে নিৰ্ধাৰণ কৰিছিল (Amit Arora video on Excise Policy)। কেৱল এয়াই নহয়, আবকাৰী নীতিৰ দুৰ্নীতি ধন গোৱা আৰু পঞ্জাৱৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছিল । নিম্নতম ৫-৫ কোটি টকাৰ মাচুল নিৰ্ধাৰণ কৰা হৈছিল ।

৫ কোটি টকা ৰখা হৈছিল যাতে সাধাৰণ ব্যৱসায়ী আহিব নোৱাৰে । বিজেপিয়ে অভিযোগ কৰা মতে এই নীতি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কাম কৰাৰ সুযোগ দিয়াৰ উদ্দেশ্যেও প্ৰস্তুত কৰা হৈছিল । ইয়াৰ উপৰিও বিজেপি নেতা আদেশ গুপ্তাই কয় যে ভিডিঅ'টোত যি ধৰণে কথাবোৰ কোৱা হৈছে, সেয়া স্পষ্ট যে কেজৰিৱাল চৰকাৰৰ মাত্ৰ এটাই নীতি আছে । সেয়া হৈছে কেলেংকাৰীৰ নীতি ।

লগতে পঢ়ক :বিদ্ৰোহ প্ৰভাৱিত উত্তৰ-পূৰ্বাঞ্চলত সেনা যুদ্ধৰ অন্ত; বিদ্ৰোহীৰ সংগ্ৰাম আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.