নিউজ ডেস্ক , ১৫ জানুৱাৰী : শুকুৰবাৰে দেশজুৰি ভাৰতীয় সৈনিক দিৱস পালন কৰা হয় । ৭৩ সংখ্য়ক সৈনিক দিৱসৰ লগত সংগতি ৰাখি সমূহ ভাৰতীয় সেনালৈ বিশেষ শুভকামনা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । শুভকামনা জনাই তেওঁ কয় যে ভাৰতৰ শক্তিশালী আৰু সাহসী সেনা বাহিনীয়ে সদায় দেশক গৌৰৱান্বিত কৰি ৰাখিছে । মা ভাৰতীৰ আৰু ৰাইজৰ বাবে জীৱনৰ প্ৰতিটো সময় উচৰ্গা কৰা পৰাক্ৰমী সৈনিকক সেনা দিৱসৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে । টুইটযোগে সমগ্ৰ ভাৰতীয়ৰ হৈ তেওঁ শুভেচ্ছা জনাই দেশৰ সৈনিক সকলক ।
-
मां भारती की रक्षा में पल-पल मुस्तैद देश के पराक्रमी सैनिकों और उनके परिजनों को सेना दिवस की हार्दिक बधाई। हमारी सेना सशक्त, साहसी और संकल्पबद्ध है, जिसने हमेशा देश का सिर गर्व से ऊंचा किया है। समस्त देशवासियों की ओर से भारतीय सेना को मेरा नमन।
— Narendra Modi (@narendramodi) January 15, 2021 " class="align-text-top noRightClick twitterSection" data="
">मां भारती की रक्षा में पल-पल मुस्तैद देश के पराक्रमी सैनिकों और उनके परिजनों को सेना दिवस की हार्दिक बधाई। हमारी सेना सशक्त, साहसी और संकल्पबद्ध है, जिसने हमेशा देश का सिर गर्व से ऊंचा किया है। समस्त देशवासियों की ओर से भारतीय सेना को मेरा नमन।
— Narendra Modi (@narendramodi) January 15, 2021मां भारती की रक्षा में पल-पल मुस्तैद देश के पराक्रमी सैनिकों और उनके परिजनों को सेना दिवस की हार्दिक बधाई। हमारी सेना सशक्त, साहसी और संकल्पबद्ध है, जिसने हमेशा देश का सिर गर्व से ऊंचा किया है। समस्त देशवासियों की ओर से भारतीय सेना को मेरा नमन।
— Narendra Modi (@narendramodi) January 15, 2021
ইফালে ভাৰতৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিয়েও সৈনিক আৰু তেওঁলোকৰ পৰিয়াললৈ বিশেষ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰা দেখা গ'ল । টুইটাৰযোগে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও প্ৰতিগৰাকী বীৰ জোৱানক এই বিশেষ দিনটোত শুভেচ্ছা জনায় । ভাৰতীয় সেনাৰ নি:স্বাৰ্থ বলিদান আৰু ত্য়াগত স্বীকাৰ কৰি প্ৰতিগৰাকী সৈনিক তথা তেওঁলোকৰ পৰিয়ালক শুভেচ্ছা জনালে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ।
-
On Army Day, greetings to the valiant men and women of the Indian Army.
— President of India (@rashtrapatibhvn) January 15, 2021 " class="align-text-top noRightClick twitterSection" data="
We remember the bravehearts who made the supreme sacrifice in service to the nation.
India will remain forever grateful to courageous and committed soldiers, veterans and their families.
Jai Hind!🇮🇳
">On Army Day, greetings to the valiant men and women of the Indian Army.
— President of India (@rashtrapatibhvn) January 15, 2021
We remember the bravehearts who made the supreme sacrifice in service to the nation.
India will remain forever grateful to courageous and committed soldiers, veterans and their families.
Jai Hind!🇮🇳On Army Day, greetings to the valiant men and women of the Indian Army.
— President of India (@rashtrapatibhvn) January 15, 2021
We remember the bravehearts who made the supreme sacrifice in service to the nation.
India will remain forever grateful to courageous and committed soldiers, veterans and their families.
Jai Hind!🇮🇳
উল্লেখ যে ১৯৪৯ চনৰ ১৫ জানুৱাৰীৰ দিনটোতে ভাৰতীয় সেনাৰ প্ৰথম গৰাকী মুখ্য় কমাণ্ডাৰ ফীল্ড মাৰ্চেল কে. এম. কাৰিয়াপ্পাই ভাৰতৰ অন্তিম ব্ৰিটিছ মুখ্য় কমাণ্ডাৰ জেনেৰেল ছাৰ ফ্ৰাঞ্চিছৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিছিল । যাৰ বাবে প্ৰতিবছৰে ১৫ জানুৱাৰীৰ দিনটোত পালন কৰা হয় এই সৈনিক দিৱস ।
-
General Bipin Rawat #CDS message on #ArmyDay pic.twitter.com/mqIKki3kwF
— ADG PI - INDIAN ARMY (@adgpi) January 15, 2021 " class="align-text-top noRightClick twitterSection" data="
">General Bipin Rawat #CDS message on #ArmyDay pic.twitter.com/mqIKki3kwF
— ADG PI - INDIAN ARMY (@adgpi) January 15, 2021General Bipin Rawat #CDS message on #ArmyDay pic.twitter.com/mqIKki3kwF
— ADG PI - INDIAN ARMY (@adgpi) January 15, 2021
লগতে পঢ়ক :এফচিআৰএ প্ৰমাণ পত্ৰৰ পঞ্জীয়ণৰ সময়সীমা বৃদ্ধি