ETV Bharat / bharat

কেন্দ্ৰই নোৱাৰিলে দিল্লী চৰকাৰে দিব বিনামূলীয়া ক’ভিড ভেকচিন

author img

By

Published : Jan 14, 2021, 11:27 AM IST

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ক’ভিড-19 ৰ প্ৰতিষেধক প্ৰদান সন্দৰ্ভত বৃহস্পতি বাবে এক পৰ্যালোচনা সভা আহ্বান কৰিছে ৷ 36 খন চৰকাৰী চৰকাৰী চিকিৎসালয় আৰু 53 খন ব্যক্তিগত চিকিৎসালয়ে প্ৰতিষেধক লাভ কৰিব ৷

কেন্দ্ৰই নোৱাৰিলে দিল্লী চৰকাৰে দিব বিনামূলীয়া ক’ভিড ভেকচিন
কেন্দ্ৰই নোৱাৰিলে দিল্লী চৰকাৰে দিব বিনামূলীয়া ক’ভিড ভেকচিন

নেশ্যনেল ডেস্ক : ক’ভিড-19 ৰ প্ৰতিষেধক প্ৰদান সন্দৰ্ভত বৃহস্পতি বাবে এক পৰ্যালোচনা সভা আহ্বান কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ 16 জানুৱাৰীত দেশৰ আন প্ৰান্তৰ লগতে দিল্লীতো হ’ব কৰ’ণাৰ প্ৰতিষেধক প্ৰদান ৷ মুখ্যমন্ত্ৰী কেজৰিৱালে এই প্ৰক্ৰিয়াৰ বুজ ল’ব ৷ কেজৰিৱালে ঘোষণা কৰিছে যে, কেন্দ্ৰ যদি ব্যৰ্থ হয় দিল্লী চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক বিনামূলীয়াকৈ প্ৰদান কৰিব এই ক’ভিড ভেকচিন ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কৰকৰডুমা চৰকাৰী চিকিৎসায়লয়ত কৰ্মৰত ডাঃ গুপ্তাৰ পৰিয়াললৈ 1 কোটি টকা ঘোষণা কৰিছে ৷ 2020 চনৰ নৱেম্বৰ মাহত মৃত্যুক আঁকোৱালি লৈছিল চিকিৎসক গৰাকীয়ে ৷ টীকাকৰণৰ প্ৰথম দিনটোতে প্ৰায় 300 লাখ স্বাস্থ্যকৰ্মীক সামৰি লোৱাৰ পৰিকল্পনা কৰিছে দিল্লী চৰকাৰে ৷

লগতে পঢ়ক : দেশবাসীক লোহৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.