ETV Bharat / bharat

অজিত ডোভালৰ পুত্ৰৰ ওচৰত ক্ষমা বিচাৰিলে জয়ৰাম ৰমেশে

বিবেক ডোভালে ২০১৯ বৰ্ষত জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু কাৰৱা আলোচনীৰ এটা লেখনিৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰৰ ৰুজু কৰিছিল ।

অজিত ডোভালৰ পুত্ৰৰ ওচৰত ক্ষমা বিচাৰিলে জয়ৰাম ৰমেশে
Jairam Ramesh apologises to Ajit Doval s son Vivek in 2019 defamation case
author img

By

Published : Dec 19, 2020, 2:33 PM IST

নতুন দিল্লী, ১৯ ডিচেম্বৰ : জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এক অপৰাধমূলক মানহানিৰ গোচৰৰ কাৰণে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ পুত্ৰ বিবেক ডোভালৰ ওচৰত ক্ষমা বিচাৰে । জয়ৰাম ৰমেশে কয় যে তেওঁ বিবেক ডোভালৰ বিৰুদ্ধে ভাষ্য প্ৰদান কৰিছিল আৰু নিৰ্বাচনৰ সময় হোৱাৰ বাবে তেঁওৰ বিৰুদ্ধে কেইবাটাও অভিযোগ কৰিছিল ।

জয়ৰাম ৰমেশৰ ক্ষমা প্ৰাৰ্থনা গ্ৰহণ কৰাৰ কথা বিবেক ডোভালে এটা সংবাদ সংস্থাৰ আগত ব্যক্ত কৰে । অৱশ্যে কাৰৱা আলোচনীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰৰ অব্যাহত ৰখাৰ কথা উল্লেখ কৰে বিবেক ডোভালে । বিবেক ডোভালে ২০১৯ বৰ্ষত জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু কাৰৱা আলোচনীৰ এটা লেখনিৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰৰ ৰুজু কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.