ETV Bharat / bharat

Home Remedies for Heat Rash: ৰ’দত ঘামচিৰ বাবে খজুৱতিৰ সমস্যা হৈছে নেকি ? তেন্তে অনুসৰণ কৰক এই ৪টা ঘৰুৱা উপায়

author img

By

Published : Apr 27, 2023, 8:46 PM IST

গ্ৰীষ্মকালত ঘাম ওলোৱাটো সাধাৰণ কথা । শৰীৰক শীতল কৰি ৰখাৰ স্বাভাৱিক প্ৰক্ৰিয়া যদিও সঠিক পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব নোৱাৰিলে খজুৱতি আৰু ঘামচি ওলাব পাৰে । ঘৰুৱা ঔষধৰ সহায়ত কেনেকৈ ঘাম খজুৱতিৰ পৰা সকাহ পাব পাৰে আমাক জনাওক-

Itching due to hot sun and sweating? Try 4 home remedies, you will get instant relief from skin rash
ৰ’দ আৰু ঘামচিৰ বাবে খজুৱতিৰ সমস্যা হৈছে নেকি ? তেন্তে অনুসৰণ কৰক এই ৪টা ঘৰুৱা উপায়

যদি আপুনি গ্ৰীষ্মকালত আৰ্দ্ৰ পৰিৱেশত থাকে, তেন্তে ই ঘামচিৰ কাৰণ হৈ পৰিব পাৰে । কেৱল এয়াই নহয়, গ্ৰীষ্মকালত যদি আপুনি আৰামদায়ক কাপোৰ পৰিধান নকৰে তেন্তে ইয়াৰ ফলত ছালত ফোহাও হ’ব পাৰে (Is coconut oil good for heat rash)। বহুতে ইয়াৰ পৰা হাত সাৰিবলৈ ছালত পাউদাৰ লগায়, কিন্তু জনাই দিও যে ইহঁতে ছিদ্ৰবোৰ বন্ধ কৰি দিয়ে, যাৰ বাবে সমস্যাটো অধিক বিপজ্জনক হৈ উঠিব পাৰে (Home Remedies for Heat Rash)। সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি আপোনালোকৰ বাবে লৈ আহিছো কিছুমান ঘৰুৱা উপায় যিয়ে আপোনাক গ্ৰীষ্মকালত ঘামচি তথা খজুৱতি সমস্যাৰ পৰা সকাহ দিব-

ঘৰুৱা উপায়েৰে খজুৱতিৰ পৰা মুক্তি পাওক

ঠাণ্ডা সেক

মেডিকেল নিউজ টুডেৰ তথ্য অনুসৰি ফ্ৰীজত বৰফৰ পেক এটা ৰাখক আৰু য’তেই খজুৱতি হয় তাতেই বৰফৰ পেকৰ সহায়ত ঠাণ্ডা সেক দিব লাগে । যদি আপোনাৰ হাতত বৰফৰ পেক নাই, তেন্তে বৰফৰ টুকুৰা এটা কাপোৰেৰে মেৰিয়াই ছালত সংকোচন কৰক । ৫ৰ পৰা ১০ মিনিট এনেদৰে কৰক সকাহ পাব (Does sweat rash go away)।

অটমিল

অটমিলত এনে বহুতো এন্টিঅক্সিডেন্ট থাকে যিয়ে ছালৰ বহু সমস্যা নিৰাময়ৰ কাম কৰে (How do you make sweat rash go away faster)। ইয়াৰ উপৰিও ইয়াৰ এন্টি ইনফ্লেমেচন আৰু এন্টি ইচিং গুণ আছে । আপুনি গৰম পানীত কেইচামুচমান অটমিল দিব আৰু ফুলিলে সম্পূৰ্ণ ঠাণ্ডা কৰি ছালত থৈ দিব । ১০ মিনিটৰ পিছত ধুই পেলাব (Why am I getting rashes when I sweat)।

এলোভেৰা জেল

এলোভেৰা জেলত প্ৰদাহ নিবাৰণকাৰী গুণো আছে, যিয়ে খজুৱতি, জ্বলা-পোৰা আদি সমস্যা দূৰ কৰাৰ কাম কৰে । ইয়াৰ বাবে ছালখন পানীৰে ধুই মচি দিয়াৰ পিছত এলোভেৰা জেল লগাব লাগে (How do you get rid of sweat rash on skin)।

চন্দনৰ পেষ্ট

গৱেষণাত পোৱা গৈছে যে চন্দন পেষ্টে ছালত হোৱা গৰমৰ ফোহা আৰু যিকোনো ধৰণৰ খজুৱতি আদি শান্ত কৰাত সহায় কৰে । আপুনি চন্দনৰ গুড়ি লৈ ​​তাত গোলাপ পানী মিহলাই ছালত লগালে আৰাম পাব (Which oil is good for sweat rash)।

লগতে পঢ়ক: Intimate Hygiene Tips For Men: পুৰুষে যৌনাংগ পৰিষ্কাৰৰ ক্ষেত্ৰত কৰা অৱহেলাৰ বাবে হ’ব পাৰে গুৰুতৰ সমস্যাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.