ETV Bharat / bharat

পৰৱৰ্তী নিৰ্দেশনা নোপোৱা পৰ্যন্ত বাতিল আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সেৱা

author img

By

Published : Feb 28, 2022, 2:11 PM IST

অনিৰ্দিষ্টকাললৈ বাতিল আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সেৱা ৷ অসামৰিক বিমান পৰিবহন সঞ্চালক প্ৰধানে সোমবাৰে সদৰী কৰা অনুসৰি, পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে বন্ধ থাকিব ভাৰতৰ সৈতে সংযুক্ত বিমান পৰিবহণৰ সকলো আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সেৱা (International flights to remain suspended till further orders) ৷

International flights to remain suspended till further orders, says DGCA
আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সেৱা

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী : পৰৱৰ্তী নিৰ্দেশনা নোপোৱা পৰ্যন্ত বাতিল আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সেৱা (International flights to remain suspended till further orders) ৷ দেশৰ অসামৰিক বিমান পৰিবহন সঞ্চালক প্ৰধানে সোমবাৰে সদৰী কৰে এই কথা (DGCA said international flight will remain suspended) ৷

বিগত বৰ্ষৰ 26 নৱেম্বৰত প্ৰকাশিত এক বিজ্ঞাপনৰ আংশিক সংশোধন হিচাপে কৰ্তৃপক্ষই পৰৱৰ্তী নিৰ্দেশলৈকে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰী সেৱা স্থগিত (international commercial passenger services cancelled) ৰখাৰ সিদ্ধান্ত লৈছে । এই নিষেধাজ্ঞা আন্তৰ্জাতিক কাৰ্গ’ আৰু ডিজিচিএ-ৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব ৷ পূৰ্বে এই নিষেধাজ্ঞা চলিত বছৰৰ ২৮ ফেব্ৰুৱাৰীলৈকে কাৰ্যকৰী আছিল ৷

কৰ’ণা মহামাৰীৰ বাবে 2020 চনৰ 23 মাৰ্চৰ পৰা ভাৰতত আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল স্থগিত ৰখা হৈছে ৷ কিন্তু একে বছৰৰে জুলাই মাহৰ পৰা বিশেষ যাত্ৰীবাহী বিমানসমূহে পুনৰ চলাচল আৰম্ভ কৰে ৷

লগতে চাওক: 'Legal or illegal': বিটকইনৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.