ETV Bharat / bharat

COVID-১৯ঃ ১ কোটিৰ ঘৰ অতিক্ৰম কৰিলে ভাৰতত আক্ৰান্তৰ সংখ্যাই - প্ৰায় ১০ লাখ লোক মহামাৰীৰ কবলত পৰিছে

শনিবাৰে ১ কোটিৰ ঘৰ অতিক্ৰম কৰিলে ভাৰতত কৰ'ণাত আক্ৰান্তৰ সংখ্যাই । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ মতে, যোৱা ১৮ ডিচেম্বৰত ভাৰতত ১১,৭১,৮৬৮ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

১ কোটিৰ ঘৰ অতিক্ৰম কৰিলে ভাৰতত কৰ'ণাত আক্ৰান্তৰ সংখ্যাই

author img

By

Published : Dec 19, 2020, 6:01 PM IST

নেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ: এফালে প্ৰতিষেধক লাভৰ আশা, আনফালে দ্ৰুত গতিত বৃদ্ধি পাইছে সংক্ৰমণ । মহামাৰীৰ সংক্ৰমণ প্ৰতি নিয়ত অভাৱনীয় হাৰত বাঢ়ি আছে । শনিবাৰে ভাৰতত COVID-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যাই ১ কোটি অতিক্ৰম কৰে । মাত্ৰ এটা মাহৰ ভিতৰত প্ৰায় ১০ লাখ লোক মহামাৰীৰ কবলত পৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, ৯৫.৫০ লাখ লোক এতিয়ালৈকে মহামাৰীৰ কবলৰ পৰা মুক্ত হৈছে ।

১ কোটিৰ ঘৰ অতিক্ৰম কৰিলে ভাৰতত কৰ'ণাত আক্ৰান্তৰ সংখ্যাই
১ কোটিৰ ঘৰ অতিক্ৰম কৰিলে ভাৰতত কৰ'ণাত আক্ৰান্তৰ সংখ্যাই

লক্ষণীয়ভাৱে, কৰ'ণাত আক্ৰান্তৰ সংখ্যাই যোৱা ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ১৬ ছেপ্টেম্বৰত ৫০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২০ নৱেম্বৰত ৯০ লাখৰ ঘৰ অতিক্ৰম কৰে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছে প্ৰকাশ কৰা তথ্য অনুসৰি, শনিবাৰলৈকে ১৬,০০,৯০,৫১৪টা নুমনাৰ পৰীক্ষণ সম্পন্ন হৈছে আৰু যোৱা ১৮ ডিচেম্বৰত ১১,৭১,৮৬৮ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক:মুম্বাই-আহমেদাবাদৰ মাজত চলিবলগীয়া বুলেট ট্ৰেইনৰ প্ৰথমখন আলোকচিত্ৰ প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.