ETV Bharat / bharat

Covid 19 update in India : বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত 80,287 গৰাকী - new covid cases

বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈছে 80,287 গৰাকী লোক (New covid cases in India) ৷ মঙলবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য (Covid 19 update in India) ৷

india-reports-80-287-new-covid-cases-in-last-24-hours
বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত 80,287 গৰাকী
author img

By

Published : Jan 18, 2022, 2:14 PM IST

নিউজ ডেস্ক, 18 জানুৱাৰী : দেশত পুনৰ বৃদ্ধি হৈছে ক’ৰণাৰ সংক্ৰমণৰ হাৰ (Covid 19 cases increase in India) ৷ মঙলবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি (Covid 19 update in India), দেশত পুনৰ 80,287 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে (New covid cases in India) ৷ বৰ্তমান দেশত আক্ৰান্তৰ সংখ্যা হৈছে 17,36,628 গৰাকী ৷ দেশত সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 4.62 শতাংশ ৷

বিপৰীতে মৃত্যু হৈছে 310 গৰাকীৰ ৷ ইয়াৰ লগে লগে দেশজুৰি ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 4,86,761 গৰাকীলৈ বৃদ্ধি পাইছে ৷ যাৰ লগে লগে মৃত্যুৰ হাৰ হৈছে 1.29 শতাংশ ৷ উল্লেখ্য যে, আক্ৰান্তসকলৰ অধিকাংশই চিকিৎসাধীন অৱস্থাত আছিল ৷ চিকিৎসালয়ত ভৰ্তি হৈ থকা লোকসকলৰ ভিতৰত বিগত 24 ঘণ্টাত 1,57,421 গৰাকী লোকে আৰোগ্য লাভ কৰে ৷ ইয়াৰ লগে লগে আৰোগ্যৰ সংখ্যা হয়গৈ 3,53,94,882 গৰাকী ৷ সম্প্ৰতি আৰোগ্য হোৱা লোকৰ হাৰ হৈছে 94.09 শতাংশ ৷

ইফালে, বিগত 24 ঘণ্টাত 79.91,230 গৰাকী লোকক ক’ভিড ভেকছিন (Covid Vaccination in India) প্ৰদান কৰা হৈছে ৷ সোমবাৰলৈকে দেশত মুঠ 1,58,04,41,770 গৰাকী লোকক ক’ভিড টীকাকৰণ প্ৰদান কৰা হৈছে ৷

লগতে দেশত এতিয়ালৈকে সৰ্বাধিক 8,891 জন লোকৰ দেহত অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰিছে (Total Omicron cases in India) ৷ সোমবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, 8.31 শতাংশলৈ বৃদ্ধি হৈছে অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা । ইয়াৰ লগে লগে দৈনিক আক্ৰান্তৰ হাৰ 14.43 শতাংশ হৈছেগৈ ।

লগতে পঢ়ক : Cabinet Meeting in Haflong : কেবিনেট বৈঠকৰ বাবে সাজু হাফলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.