ETV Bharat / bharat

টাইৱানৰ গৱেষণা কেন্দ্ৰলৈ ভাৰতৰ আৰ্থিক সাহায্য

author img

By

Published : Feb 28, 2021, 12:50 PM IST

টাইৱানৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি পোন প্ৰথমবাৰৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ অধীনত ভাৰত চৰকাৰে টাইৱানৰ কোনো চৰকাৰী প্ৰতিষ্ঠানত সাহায্য আগবঢ়াইছে ৷ 2016 চনত টাইৱানৰ নতুন Southbound Policy ৰ দ্বাৰা চিহ্নিত 18 খন দেশৰ ভিতৰত ভাৰত অন্যতম ৷

India donates funds to Taiwan to boost cooperation on traditional medicine
টাইৱানৰ গৱেষণা কেন্দ্ৰলৈ ভাৰতৰ আৰ্থিক সাহাৰ্য

নিউজ ডেস্ক,28 ফেব্ৰুৱাৰী: টাইৱানৰ National Research Institute of Chinese Medicine ক 1.5 মিলিয়ন টকাৰ সাহায্য আগবঢ়াইছে ভাৰতে ৷ পৰম্পৰাগত ঔষধ প্ৰস্তুতৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে টাইৱানক এই আৰ্থিক সাহায্য প্ৰদান কৰে ভাৰতে ৷

টাইৱানৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি পোন প্ৰথমবাৰৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ অধীনত ভাৰত চৰকাৰে টাইৱানৰ কোনো চৰকাৰী প্ৰতিষ্ঠানত সাহায্য আগবঢ়াইছে ৷

উল্লেখ্য যে, 2016 চনত টাইৱানৰ নতুন Southbound Policy ৰ দ্বাৰা চিহ্নিত 18 খন দেশৰ ভিতৰত ভাৰত অন্যতম ৷

ভাৰতে সম্প্ৰতি এক স্থায়ী ‘আয়ুষ ইনফৰমেশ্যন চেল’ গঠন কৰিছে ৷ ইয়াৰ কাম হ’ল টাইৱানৰ চীনা ঔষধ সম্প্ৰদায়ৰ সৈতে ভাৰতীয় পৰম্পৰাগত ঔষধৰ তথ্য সৰবৰাহ কৰা ৷

লগতে পঢ়ক-তেলেংগানাত ক’ভিড-19 ত আক্ৰন্ত 178 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.