ETV Bharat / bharat

ক'ভিড 19 : দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

author img

By

Published : Aug 31, 2021, 1:53 PM IST

ভাৰতত ক’ভিড পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে যদিও ক'ভিড মহামাৰীৰ ভয়াৱহতা এতিয়াও শেষ হোৱা নাই ।

india-covid-19-tracker-state-wise-report
ক'ভিড 19 : দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 31 আগষ্ট : কৰ’ণাৰ সংক্ৰমণ হ্ৰাস পালেও দেশজুৰি অব্যাহত আছে কৰ’ণাৰ সংহাৰ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে মঙলবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি সোমবাৰে পুনৰ দেশত ৩০,৯৪১ গৰাকী নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৩৫০ গৰাকীৰ ৷ ইয়াৰ লগতে ভাৰতৰ আক্ৰান্তৰ ঘটনা ৩,২৭,৬৮,৮৮০ গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৩৮,৫৬০ গৰাকীলৈ বৃদ্ধি পাইছে । আনহাতে বৰ্তমানো সক্ৰিয় হৈ আছে 3,70,640 টা ঘটনা ৷ আনহাতে আৰোগ্যৰ হাৰ হৈছে বৰ্তমান 97.53 শতাংশ ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) প্ৰকাশ কৰা অনুসৰি, ভাৰতত 30 আগষ্টলৈকে 52,15,41,098 টা ক’ভিড-19ৰ নমুনা পৰীক্ষণ কৰা হৈছে । ইয়াৰে 13,94,573 টা নমুনা সোমবাৰে পৰীক্ষা কৰা হৈছিল ।

লগতে পঢ়ক : ক'ভিড 19 : দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.