ETV Bharat / bharat

Hair Care Tips: চুলি সৰা ৰোধ কৰিবলৈ কেইটিমান সহজ ঘৰুৱা উপায় - hair fall problem

বৰ্তমান সময়ত চুলি সৰাটো তেনেই এক সাধাৰণ সমস্যা হৈ পৰিছে । সেয়ে আপুনি তলত উল্লেখিত আয়ুৰ্বেদিক টিপচ্সমূহ অনুসৰণ কৰি চুলিখিনি পুনৰ সজীৱ তথা সুন্দৰ কৰি তুলিব পাৰে (Hair care tips in Assamese)।

If you want to avoid hair fall, then follow these simple steps
চুলি সৰা ৰোধ কৰিবলৈ কেইটিমান সহজ ঘৰুৱা উপায়
author img

By

Published : Mar 11, 2023, 3:43 PM IST

ব্যস্ততাৰে ভৰা এই জীৱনত আমি নিজৰ যতন ল'বলৈ ক'ৰবাত নহয় ক'ৰবাত পাহৰি গৈছো(Hair Care Tips) ৷ যাৰ বিৰূপ প্ৰভাৱ প্ৰায়েই আমাৰ শৰীৰত পৰে তথা বিভিন্ন সমস্যা দেখা দিবলৈ আৰম্ভ কৰে ৷ তাৰে ভিতৰত অন্যতম এটি সমস্যা হৈছে চুলি সৰা সমস্যা(hair care tips for long hair)৷ সৌন্দৰ্য বৃদ্ধিত চুলিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যদিও প্ৰদূষণ, পৰিৱৰ্তিত জীৱনশৈলী, ভুল খাদ্যাভ্যাসৰ বাবে, মূৰৰ গুড়িৰ সৈতে জড়িত সমস্যাবোৰ তেনেই সাধাৰণ হৈ পৰিছে(hair fall problem) । চুলি মজবুত কৰিবলৈ বিভিন্ন লোকে দামী-দামী চুলিৰ সামগ্ৰী ব্যৱহাৰ কৰে, কিন্তু ইচ্ছা কৰিলে কম খৰচতো চুলিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি ।আয়ুৰ্বেদত চুলিক সুস্থ কৰি ৰখাৰ বাবে বহুতো উপায় আছে, যিসমূহ গ্ৰহণ কৰিলে আপুনি চুলিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে(Hair Care Tips) । জানো আহক...

আমলখি

আমলখিত ভিটামিন চিৰ সমৃদ্ধ উৎস(hair care tips in winter)। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা মূৰৰ ছালৰ লগত সৈতে সমস্যা দূৰ কৰিব পাৰি আৰু আপোনাৰ চুলি মজবুত কৰিব পাৰে(10 hair care tips)। উফিৰ পৰা সকাহ দিয়াতো ই লাভদায়ক(hair care tips in Assamese) । আমলখিয়ে চুলিত অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান যোগান ধৰে ।

কেহৰাজ

চুলি সুস্থ কৰি ৰখাৰ বাবে কেহৰাজ অতি উপকাৰী । ই চুলিৰ বৃদ্ধিত সহায়ক আৰু অকালতে ধূসৰ হোৱাত বাধা দিয়ে । চুলিৰ বাবে কেহৰাজ (Bhringraj) ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হয়(10 hair care tips)।

পিঁয়াজৰ ৰস

পিঁয়াজৰ ৰসত ছালফাৰ থাকে, যাৰ ফলত চুলি চিঙাত বাধা দিয়ে । চুলিৰ বৃদ্ধিৰ বাবে ই অতি উপকাৰী । ইয়াত থকা এন্টি-অক্সিডেন্ট গুণে অকালতে চুলি পকা ৰোধ কৰে আৰু চুলি সৰা নিয়ন্ত্ৰণ কৰে(hair care tips at home)।

শিকাকাই

শিকাকাই বহু চেম্পু আৰু কণ্ডিচনাৰত ব্যৱহাৰ কৰা হয় । ই মূৰৰ ছাল বা গুড়ি ভালদৰে পৰিষ্কাৰ কৰে । যদি আপোনাৰ চুলিৰ খজুৱতিৰ সমস্যা আছে তেন্তে ইয়াক ভাল কৰাতো সহায়ক হয় । চুলিৰ শক্তিৰ বাবে আপুনি Shikakai hair pack ব্যৱহাৰ কৰিব পাৰে ।

স্বাস্থ্যসন্মত খাদ্য আৰু ভাল টোপনি

চুলি মজবুত কৰিবলৈ খাদ্য তালিকাত ফল-মূল তথা সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে । অধিক পানী খাব লাগে আৰু পৰ্যাপ্ত পৰিমাণে টোপনি ল'ব লাগে ।

লগতে পঢ়ক: Chair Exercises: চকীৰ সৈতে মাত্ৰ ১০ মিনিট কৰক এই ব্যায়াম, হাতে হাতে পাওক পৰিণাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.