ETV Bharat / bharat

IAF to acquire new transport aircraft: মেক ইন ইণ্ডিয়া অধীনত ভাৰতীয় বায়ু সেনাৰ নতুন পৰিবহণ বিমান

author img

By

Published : Feb 4, 2023, 1:21 PM IST

'মেক ইন ইণ্ডিয়া'ৰ অধীনত ভাৰতীয় বায়ু সেনাৰ নতুন পৰিবহণ বিমানৰ সংযোজন ঘটোৱা হ’ব (IAF under Make in India initiative )। এই বিমানখনত ১৮ ৰ পৰা ৩০ টনৰ ভিতৰত কাৰ্গো বহন ক্ষমতাও উপলব্ধ থাকিব ।

IAF to acquire new transport aircraft under 'Make in India' initiative
ভাৰতীয় বায়ু সেনাৰ নতুন পৰিবহন বিমান

নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী: ভাৰতীয় বায়ু সেনাত (Indian Air Force) নতুন সংযোজন ৷ 'মেক ইন ইণ্ডিয়া'ৰ অধীনত ভাৰতীয় বায়ু সেনাই দেশত নিৰ্মাণ কৰিবলগীয়া এখন মধ্যম পৰিবহণ বিমান (এমটিএ) অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে (IAF to acquire new transport aircraft)। এই পৰিবহণ বিমানখনৰ বিভিন্ন ভূমিকাৰ বাবে ব্যৱহাৰ হ’ব লগা এমটিএ-ৰ কাৰ্গো বহন ক্ষমতা ১৮ ৰ পৰা ৩০ টনৰ ভিতৰত উপলব্ধ হ'ব ৷ শুকুৰবাৰে এই নতুন পৰিবহণ বিমানখনৰ সন্দৰ্ভত ভাৰতীয় বায়ু সেনাই সদৰি কৰে এই তথ্য (IAF under Make in India initiative ) ৷

ভাৰতে উচ্চাভিলাষী 'মেক ইন ইণ্ডিয়া' (Make in India) কাৰ্যসূচীৰ জৰিয়তে ইয়াৰ প্ৰতিৰক্ষা খণ্ডৰ এক বৃহৎ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে (IAF to acquire new transport aircraft )। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰতিৰক্ষা আধুনিকীকৰণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বৰ্তমান বিভিন্ন প্ৰতিৰক্ষা প্লেটফৰ্ম যেনে মিছাইল, ফিল্ড গান, টেংক, এয়াৰক্ৰাফ্ট কেৰিয়াৰ, ড্ৰোন, যুঁজাৰু বিমান, টেংক আৰু হেলিকপ্টাৰৰ ঘৰুৱা নিৰ্মাণৰ বাবে কেইবাটাও প্ৰকল্প চলি আছে ।

এই মধ্যম পৰিবহণ বিমানখন ৰাছিয়াৰ অংশীদাৰ আৰু এইচ.এ.এল.-ৰ দ্বাৰা সহ-বিকাশ আৰু সহ-প্ৰযোজনা কৰা হৈছে । ইয়াক 15-20 টন কাৰ্গো / ট্ৰুপ ট্ৰান্সপোৰ্ট, পেৰা ট্ৰুপিং / এয়াৰড্ৰপ অফ যোগানৰ ভূমিকাৰ বাবে প্ৰস্তুত কৰা হৈছে ৷ ইয়াৰ ভিতৰত আছে নিম্ন উচ্চতা পেৰাচুট এক্সট্ৰেক্সন চিষ্টেম (এলএপিইএছ) ক্ষমতা। ইয়াক এনেদৰে কনফিগাৰ কৰা হৈছে, যাতে বিমানখনে সকলো ধৰণৰ কাৰ্গো পৰিবহণ কৰিব পাৰে। বিমানখন নিৰ্মাণৰ কাম আধা আগবাঢ়িলেই ৰাণৱেৰ পৰাও পৰিচালনা কৰিবলৈ সক্ষম হ'ব ।

এই মধ্য়ম পৰিহণ বিমানখনে (Medium Transport Aircraft)য়ে এ.এন.-32 মধ্যম-উত্তোলন বিমানৰ স্থান ল'ব পাৰে বুলি ভাৰতীয় বায়ু সেনাই সদৰী কৰে ৷ 2030 চনলৈ বিমানখনৰ কাম পৰ্যায়ক্ৰমে সমাপ্তি কৰিব লাগিব । পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ পৰা এএন-32 ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত কৰা হৈছিল । এই বিমানখন প্ৰস্তুত কৰোঁতে ইউক্ৰেইনৰ পৰা কিছুমান যান্ত্ৰিক কৌশল গ্ৰহণ কৰিছে । এএন-32 বিমানখনে লাডাখ আৰু অৰুণাচল প্ৰদেশৰ উন্নত অৱতৰণ ক্ষেত্ৰৰ পৰা কাম কৰিব পাৰে ।

লগতে পঢ়ক: Indigo controversy: পাটনাৰ যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.