ETV Bharat / bharat

Skin Care Tips: প্ৰাকৃতিকভাৱে উজ্জ্বল হৈ পৰিব আপোনাৰ মুখমণ্ডল, মাত্ৰ ব্যৱহাৰ কৰক এই পদ্ধতি - প্ৰাকৃতিকভাৱে উজ্জ্বল ছাল

আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ঘৰতে তৈয়াৰ কৰিব পৰা এলোভেৰা ক্ৰীমৰ বিধি । এলোভেৰা ক্ৰীম ব্যৱহাৰ কৰিলে প্ৰাকৃতিকভাৱে উজ্জ্বল ছাল কৰাত সহায় কৰে, গতিকে এলোভেৰা ক্ৰীম কেনেকৈ ঘৰতে তৈয়াৰ কৰিব পাৰি জানো আহক-

How To Make Skin Brightening Cream at Home
প্ৰাকৃতিকভাৱে উজ্বল হৈ পৰিব আপোনাৰ মুখমণ্ডল, মাত্ৰ ব্যৱহাৰ কৰক এই পদ্ধতি
author img

By

Published : Apr 15, 2023, 12:55 PM IST

এখন উজ্জ্বল তথা সুস্থ ছালৰ অধিকাৰী হ'বলৈ কাৰনো হেঁপাহ নাথাকে ৷ কিন্তু ব্যস্ততাৰে ভৰা এই জীৱনত সঠিক খাদ্য তথা নিজৰ যত্ন ভালদৰে নোলোৱাৰ বাবে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় (How To Make Skin Brightening Cream at Home) ৷ ভাল এখন ছালৰ বাবে ইয়াৰ সঠিক যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় ৷

মসৃণ আৰু উজ্বল ছালৰ বাবে এক্সফোলিয়েচন অতি প্ৰয়োজনীয় (How To Make Aloe Vera Cream)। এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ঘৰতে তৈয়াক কৰিব পৰা এলোভেৰা ক্ৰীম তৈয়াৰৰ পদ্ধতি (Skin Care Tips)। এলোভেৰাত চেলিচিলিক এচিড থাকে যিয়ে আপোনাৰ মুখৰ পৰা মৃত ছাল আঁতৰোৱাত সহায় কৰে । এই এলোভেৰা ক্ৰীমৰ ব্যৱহাৰে প্ৰাকৃতিকভাৱে আপোনাৰ ছাল উজ্বল কৰা সহায় কৰে, ফ্ৰীজত ৰাখিও এই ক্ৰীম আপুনি বহুদিনলৈ ব্যৱহাৰ কৰিব পাৰে ৷ গতিকে আহকচোন জানো (How To Make Aloe Vera Cream) ঘৰতে কেনেকৈ অতি সহজ পদ্ধতিৰে এলোভেৰা ক্ৰীম তৈয়াৰ কৰিব পাৰি(DIY Aloe Vera Cream)৷

এলোভেৰা ক্ৰীম তৈয়াৰৰ সামগ্ৰী

  • এলোভেৰা জেল ৪ চামুচ
  • নাৰিকল তেল ২ চামুচ
  • ভিটামিন-ই তেল আধা চামুচ
  • এচেনঞ্চিয়েল তেল কেইটোপালমান দিব
  • ক’ক’ ক্ৰীম ১ চামুচ

এলোভেৰা ক্ৰীম তৈয়াৰৰ পদ্ধতি ?(How To Make Aloe Vera Cream)

  • ঘৰতে বনোৱা এলোভেৰা ক্ৰীম বনাবলৈ প্ৰথমে এলোভেৰাৰ পাত ভাঙি পৰিষ্কাৰ কৰিব লাগে (Homemade Cream)।
  • তাৰ পিচত ইয়াৰ পাল্প উলিয়াই মিক্সিত ভালদৰে পিহি লওক ।
  • ইয়াৰ পিচত মাইক্ৰৱেভ বা ডাবল বয়লাৰত নাৰিকল তেল গলিব (Glowing Skin)।
  • তাৰ পিচত মিক্সাৰত ভিটামিন-ই তেল আৰু গলি যোৱা নাৰিকল তেল দি মিহলাই মিহলাই লওক ।
  • ইয়াৰ পিচত এই সকলোবোৰ বস্তু ভালকৈ কেইমিনিটমান ফেটি ল'ব ।
  • তাৰ পিচত তাত এচেনঞ্চিয়েল তেল কেইটোপালমান দিব ।
  • এতিয়া আপোনাৰ ঘৰতে বনোৱা এলোভেৰা ক্ৰীম সাজু হৈছে (Glowing Skin) ।

লগতে পঢ়ক: Pumpkin Seeds Benefits: ৰঙালাও ৰন্ধাৰ সময়ত ইয়াৰ বীজবোৰ পেলাই দিয়ে নেকি ? জানি লওক ৰঙালাওৰ বীজৰ লাভালাভসমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.