ETV Bharat / bharat

Holi 2023: কেনেকৈ হাত, মুখ তথা সমগ্ৰ শৰীৰৰ পৰা হোলীৰ ৰং আঁতৰাব পাৰি, জানি লওক কেইটামান সহজ উপায় - হোলীৰ ৰং

যেতিয়ালৈকে ছাল, নখ আৰু চুলিৰ পৰা হোলীৰ ৰং আঁতৰি নাযায় তেতিয়ালৈকে আমি শান্তি নাপাওঁ আৰু এই প্ৰক্ৰিয়াত আমি কেতিয়াবা আমাৰ শৰীৰৰ প্ৰতি কঠোৰ হৈ পৰো । কিন্তু এতিয়া আৰু সমস্যা নাই, কাৰণ তলত উল্লেখিত এই টিপছসমূহৰ জৰিয়তে আপুনিও শৰীৰৰ পৰা সহজতে আঁতৰাব পাৰিব হোলীৰ গাঢ় ৰং...

How to get rid of Holi color from hands face and whole body
কেনেকৈ হাত, মুখ তথা সমগ্ৰ শৰীৰৰ পৰা হোলীৰ ৰং আঁতৰাব পাৰি, জানি লওক কেইটামান সহজ উপায়
author img

By

Published : Feb 27, 2023, 1:48 PM IST

হোলী অতি ৰঙীন, আনন্দময় আৰু আনন্দৰে ভৰা উৎসৱ । কিন্তু একেলগে কোৱা হয় যে ভালৰ সৈতে কিছু বেয়াও বেয়াও থাকে ৷ হোলীৰ ক্ষেত্ৰতো একেই আৰু সেয়াই হ’ল হোলী খেলাৰ পিছত মুখ, শৰীৰ আৰু হাতত ৰৈ যোৱা গাঢ় ৰং, যাক সকলোৱে ভয় কৰে ।

যেতিয়ালৈকে ছাল, নখ আৰু চুলিৰ পৰা হোলীৰ ৰং আঁতৰি নাযায় তেতিয়ালৈকে আমি শান্তি নাপাওঁ আৰু এই প্ৰক্ৰিয়াত আমি কেতিয়াবা আমাৰ শৰীৰৰ প্ৰতি কঠোৰ হৈ পৰো । ঘণ্টাৰ পিছত ঘণ্টা ধৰি শ্বাৱাৰৰ তলত থিয় হৈ হোলীৰ ৰং আঁতৰাবলৈ চেষ্টা কৰো(How to prepare your skin for Holi?)। কিন্তু ইয়াৰ বাবে আৰু আপুনি চিন্তা কৰিব নালাগে, কাৰণ আমি আপোনাক এনে কিছুমান টিপছৰ বিষয়ে ক’বলৈ ওলাইছো, যাৰ সহায়ত আপোনালোকে সহজেই হোলীৰ সজহতে নোযোৱা ৰংবোৰ আঁতৰাব পাৰে(How to take care of skin for Holi)।

মুখৰ পৰা হোলীৰ ৰং এনেদৰে আঁতৰাই পেলাওক

ফেচৱাছ ব্যৱহাৰ কৰাৰ পূৰ্বে মুখত নাৰিকল তেল লগাব লাগে(How cure rash on face after Holi?)। এই তেলে মুখৰ পৰা ৰং ৰংবোৰ আঁতৰ কৰাত সহায় কৰে ৷ চাবোনৰ সহায়ত সকলো অতিৰিক্ত মলি আৰু লেতেৰা ধুই পেলোৱাত সহায় কৰে(Holi color)।

যিকোনো সাধাৰণ তেলৰ লগত ঘেঁহুৰ আটা মিহলাই পেষ্ট বনাই মুখত লগাওক । কেইমিনিটমান থৈ মালিচ কৰক । তাৰ পিছত, ক্লিনজাৰেৰে ধুই পেলাওক ।

নখৰ পৰা হোলীৰ ৰং কেনেকৈ আঁতৰাব পাৰি

  • হোলীৰ ৰঙে নখ শুকান আৰু প্ৰাণহীন কৰি তুলিব পাৰে, গতিকে নখ ঠাণ্ডা পানীত তিয়াই ৰাখক ।
  • হোলী খেলাৰ পিছত নখ হালধীয়া হৈ পৰে । ইয়াৰ পৰা হাত সাৰিবলৈ নেমুৰ ৰসৰ প্ৰয়োজন । নখবোৰ নেমুৰ ৰসত ১০ মিনিট ডুবাই ৰাখক ।
  • স্বচ্ছ নেলপলিছৰ আৱৰণ লগাই আঙুলিবোৰ কুহুমীয়া পানীৰ বাটি এটাত ডুবাই ৰাখক । আলমণ্ড অইল কেইটোপালমান দিলে লাহে লাহে ৰংটো সহজে ওলাই পৰিব ।
  • হোলী খেলিবলৈ ওলোৱাৰ পূৰ্বে গাঢ় ৰঙৰ নেলপলিছৰ কোট এটা লগাব লাগে । গাঢ় ৰঙৰ নেলপলিছে নখত ৰং লাগি থাকিবলৈ নিদিয়ে ।

লগতে পঢ়ক: Honey For Skin: ছালখন সদায় সতেজ তথা উজ্বল কৰি ৰাখিব বিচাৰে নেকি ? তেন্তে ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.