ETV Bharat / bharat

Netflix Free: এতিয়াৰ পৰা বিনামূলীয়াকৈ চাব পাৰিব Netflix-Amazon Prime-Hotstar, কিন্তু কেনেকৈ জানি লওক - হটষ্টাৰ

গ্ৰাহকৰ বাবে এক বিশেষ অফাৰ প্ৰৱৰ্তন কৰিছে এয়াৰটেলে, য’ত তেওঁলোকে তেওঁলোকৰ গ্ৰাহকক নেটফ্লিক্স, এমাজন প্ৰাইম, আৰু হটষ্টাৰৰ চাবস্ক্ৰিপচন চাৰ্জ বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছে ।

How to Get Free Netflix Amazon Prime Hotstar
এতিয়াৰ পৰা বিনামূলীয়াকৈ চাব পাৰিব Netflix-Amazon Prime-Hotstar, কিন্তু কেনেকৈ জানি লওক
author img

By

Published : Apr 13, 2023, 4:33 PM IST

নিউজ ডেস্ক, 13 এপ্ৰিল: নেটফ্লিক্স, এমাজন প্ৰাইম, আৰু হটষ্টাৰৰ দৰে জনপ্ৰিয় ষ্ট্ৰীমিং সেৱাত কন্টেন্ট একেবাৰে বিনামূলীয়াকৈ চোৱাটো এতিয়া সম্ভৱ হৈ পৰিছে । যদি আপুনি ব্যয়বহুল চাবস্ক্ৰিপচন চাৰ্জৰ বাবে কন্টেন্ট চাব নোৱাৰে তেন্তে এতিয়া আপুনি চাবস্ক্ৰিপচন চাৰ্জ নিদিয়াকৈ চাব পাৰিব নেটফ্লিক্স, এমাজন প্ৰাইম, আৰু হটষ্টাৰ ।

অৱশ্যে এই কথাটো অতি কম সংখ্যক লোকেহে জানে । এয়াৰটেলে গ্ৰাহকৰ বাবে এক বিশেষ অফাৰ প্ৰৱৰ্তন কৰিছে, য’ত তেওঁলোকে তেওঁলোকৰ গ্ৰাহকক নেটফ্লিক্স, এমাজন প্ৰাইম, আৰু হটষ্টাৰৰ চাবস্ক্ৰিপচন চাৰ্জ বিনামূলীয়াকৈ দিয়াৰ কথা উল্লেখ কৰিছে ।

আজিকালি মানুহে ঘৰৰ পৰাই OTT প্লেটফৰ্মৰ সহায় লৈ ৱেব চিৰিজ আৰু চিনেমা উপভোগ কৰে । এতিয়া মানুহে টিভি শ্ব’, অৰিজিনেল, আৰু চিনেমা কেৱল নেটফ্লিক্স, এমাজন প্ৰাইম, চনী লিভ, ডিজনী + হটষ্টাৰৰ দৰে প্লেটফৰ্মতহে উপভোগ কৰি ভাল পায় । কিছুমান কোম্পানীত দাম সামান্য থাকে, কিন্তু নেটফ্লিক্সৰ দৰে অ’টিটি প্লেটফৰ্মৰ দাম আনতকৈ অলপ বেছি(How To Watch Netflix For Free)। ইয়াৰ বাবেই মানুহে ইয়াত ছবি বা ৱেব চিৰিজ উপভোগ কৰাৰ বাবে আগ্ৰহী হোৱাৰ পিছতো ইয়াৰ চাবস্ক্ৰিপচন প্লেন ক্ৰয় কৰিব নোৱাৰে ।

এয়াৰটেল ১,১৯৯ টকাৰ পোষ্টপেইড প্লেন

এয়াৰটেলৰ ১,১৯৯ টকীয়া পোষ্টপেইড প্লেনৰ বিশেষত্ব হ’ল ইয়াত নেটফ্লিক্স চাবস্ক্ৰিপচন অন্তৰ্ভুক্ত কৰা হৈছে যাৰ বাবে আপুনি কোনো অতিৰিক্ত চাৰ্জ দিয়াৰ প্ৰয়োজন নাই । এই প্লেনৰ জৰিয়তে আপুনি নেটফ্লিক্সৰ প্ৰিমিয়াম চাবস্ক্ৰিপচনৰ সৈতে তেওঁলোকৰ সকলো মূল শ্ব' আৰু চিনেমা উপভোগ কৰিব পাৰিব(Free Netflix)। এইটো এটা অতি সস্তা আৰু ভাল অফাৰ যিয়ে আপোনাক নেটফ্লিক্স চাবস্ক্ৰিপচনৰ বাবে ধন খৰচ কৰাৰ পৰা ৰক্ষা কৰে(Hotstar For Free)।

এয়াৰটেলৰ ১,১৯৯ টকীয়া পোষ্টপেইড প্লেনত আপুনি কেৱল বিনামূলীয়া নেটফ্লিক্স চাবস্ক্ৰিপচনেই নহয়, বিনামূলীয়া এমাজন প্ৰাইম আৰু ডিজনী+হটষ্টাৰ চাবস্ক্ৰিপচনো লাভ কৰিব(Amazon Prime For Free)। ইয়াৰ উপৰিও আপোনাক ৩টা বিনামূলীয়া ফেমিলি এড-অনো দিয়া হয় । এই প্লেনত আনলিমিটেড কলৰ সৈতে আহে আৰু ইয়াক ১৫০জিবি ডাটা ৰোলঅভাৰৰ সৈতেও দিয়া হৈছে । ইয়াৰ লগতে প্ৰতিদিনে ১০০টা এছএমএছৰ সুবিধাও ল’ব পাৰিব (Free Netflix On Laptop)।

এয়াৰটেল ৯৯৯ টকাৰ পোষ্টপেইড প্লেন

এয়াৰটেলে আগবঢ়োৱা ৯৯৯ টকীয়া পোষ্টপেইড প্লেনত গ্ৰাহকে ১০০জিবি ডাটা ৰোল অভাৰৰ লগতে এমাজন প্ৰাইম আৰু ডিজনী+হটষ্টাৰৰ বিনামূলীয়া চাবস্ক্ৰিপচন লাভ কৰে । এই প্লেনত নেটফ্লিক্সৰ কোনো চাবস্ক্ৰিপচন নাই, কিন্তু ইয়াত ২টা বিনামূলীয়া ফেমিলি এড অন প্লেন দিয়া হৈছে, যাতে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ইয়াৰ সুবিধা ল’ব পাৰে(Netflix For Free) । এই প্লেনত আনলিমিটেড কলিঙৰ সুবিধাও দিয়া হৈছে ।

লগতে পঢ়ক: Musk on Owning Twitter : টুইটাৰ চলোৱাটো যথেষ্ট বেদনাদায়ক: এলন মাস্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.