ETV Bharat / bharat

Hair Care Tips: এমাহৰ ভিতৰত দীঘল, ঘন তথা মজবুত চুলিৰ বাবে ব্যৱহাৰ কৰি চাওক এই হেয়াৰ পেক - Homemade Hair Mask

যদি আপুনি আপোনাৰ চুলিখিনি দীঘল, ঘন আৰু মজবুত কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে অতি প্ৰয়োজনীয় সঠিক যত্নৰ । অইলিং শ্বেম্পু কণ্ডিচনাৰৰ লগতে ঘৰতে তৈয়াৰ কৰা এই হেয়াৰ মাস্ক আপুনি ট্ৰাই কৰিব পাৰে ।

Get long thick and strong hair within a month using this hair pack
এমাহৰ ভিতৰত দীঘল,ঘন তথা মজবুত চুলিৰ বাবে ব্যৱহাৰ কৰি চাওক এই হেয়াৰ পেক
author img

By

Published : Mar 28, 2023, 10:07 AM IST

দীঘল, ঘন তথা মজবুত চুলিয়ে আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰ কাম কৰে(Hair Care Tips)। বিশেষজ্ঞসকলে চুলিৰ সুস্বাস্থ্যৰ বাবে স্বাস্থ্যসন্মত খাদ্য, চেম্পুৰ লগতে তেল খোৱা আৰু কণ্ডিচনিং কৰাৰ পৰামৰ্শ দিয়ে, কিন্তু কেৱল এই কাম কৰিলেই যথেষ্ট নহয়(Pack for Long Hair)। চুলিৰ যত্ন লোৱাৰ ক্ষেত্ৰত আন কিছুমান কথাও অন্তৰ্ভুক্ত কৰিব লাগে, যেনে সপ্তাহত এবাৰ চুলিৰ মাস্ক ব্যৱহাৰ কৰা(Does hair pack increase hair growth) ।

প্ৰাকৃতিক উপাদানেৰে তৈয়াৰী হেয়াৰ মাস্ক আমাৰ চুলিৰ বাবে অতি উপকাৰী(natural hair pack)। ইয়াৰ ফলত চুলিত প্ৰয়োজনীয় পুষ্টি পোৱা যায় যিয়ে ইয়াৰ বৃদ্ধিত সহায় কৰে(herbal hair pack homemade)। গতিকে আজি আমি এনেকুৱা এবিধ হেয়াৰ মাস্কৰ বিষয়ে ক'বলৈ ওলাইছো, যিটো চুলিক সুস্থ কৰি ৰখাৰ লগতে দীঘল, ঘন তথা মজবুত কৰিবলৈ সপ্তাহত এবাৰ ব্যৱহাৰ কৰিলে যথেষ্ট হ’ব(hair pack for hair growth homemade)।

পেক তৈয়াৰৰ সামগ্ৰী

১টা বাকলি গুচাই কাটি লোৱা পিঁয়াজ, ১টা আলু, ১/২ নেমুৰ টুকুৰা, ১ চামুচ কেষ্টাৰ অইল

এনেদৰে তৈয়াৰ কৰক এই হেয়াৰ মাস্ক

  1. প্ৰথমে পিঁয়াজ আৰু আলুৰ বাকলি উলিয়াই ধুই লওক
  2. মিক্সাৰ জাৰটোত দুই চাৰিটা পিঁয়াজ দিব । আলুখিনি একে সংখ্যক টুকুৰা কৰি কাটি লওক(Homemade Hair Mask)। তাৰ লগতে আধা এটুকুৰা নেমু দি সকলো ভালদৰে পিহি লওক(Onion Hair Pack)।
  3. পিহি লোৱাৰ পিছত ছালনীৰে চেকি লওক যাতে পাল্প আৰু ৰস পৃথক হয় ।
  4. এতিয়া এই ৰসত এচামুচ কেষ্টাৰ অইল দিব(hair pack for shiny hair at home)।
  5. তাৰ পিছত কপাহৰ সহায়ত এই ৰস চুলিৰ গুৰিত ভালদৰে লগাই লাহে লাহে মালিচ কৰক(indian hair mask for hair growth) ৷
  6. এঘণ্টা বা দুঘণ্টা চুলিত ৰাখি তাৰ পিছত চেম্পু কৰি ল'ব(hair packs)।

সপ্তাহত এবাৰ এই মাস্ক লগালে মাত্ৰ এমাহৰ ভিতৰতে চুলিৰ পাৰ্থক্য দেখা পাব(Which pack is good for hair growth)। সাধাৰণতে, আপুনি এটা বা দুটা ব্যৱহাৰৰ পিছতহে ইয়াৰ পাৰ্থক্য দেখিবলৈ পাব, ইয়াৰ অধিক লাভালাভৰ বাবে নিশ্চিতভাৱে এমাহলৈ অন্ততঃ এই পেক ব্যৱহাৰ কৰক(hair pack powder)।

লগতে পঢ়ক: Summer Skin Care: ১০ টকাতকৈ কম মূল্যত উপলব্ধ এইসমূহ সামগ্ৰীয়ে উজ্বল কৰিব পাৰে আপোনাৰ ছাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.