ETV Bharat / bharat

Chhattisgarh Election 2023: কাহিনীৰ অন্ত পৰিব বাঘেল চৰকাৰৰ: হিমন্ত বিশ্ব শৰ্মা - chhattisgarh Election

ছত্তীশগড়ত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰায়পুৰত মঙলবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক আক্ৰমণ কৰি কেইবাটাও অভিযোগ তোলে ড৹ শৰ্মাই ৷

Chhattisgarh Assembly Election 2023
Himanta Biswa Sarma targets bhupesh baghel
author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 9:05 PM IST

নিউজ ডেস্ক, 14 নৱেম্বৰ: শেহতীয়াকৈ কেইবাখনো নিৰ্বাচনী সভাত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক তীৰ্যক সমালোচনা কৰা দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মঙলবাৰে পুনৰ এবাৰ ভূপেশ বাঘেলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল ড৹ শৰ্মা ৷ ৰায়পুৰত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি ভূপেশ বাঘেলৰ কাহিনী কিছুদিনৰ ভিতৰত শেষ হ’ব বুলি দাবী কৰে হিমন্ত বিশ্ব শৰ্মাই ।

  • छत्तीसगढ़ में भाजपा को वोट देने का मतलब है-

    👉 हर विवाहित महिला को ₹12,000
    👉 1 लाख युवाओं को नौकरी
    👉 हर गरीब को घर
    👉 ₹3100 में धान की ख़रीदी
    👉 बाबर और अकबर माफिया का बंद होना

    📍राजिम विधानसभा @BJP4CGState pic.twitter.com/PWbwUs0ZdC

    — Himanta Biswa Sarma (@himantabiswa) November 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ ইস্তাহাৰ প্ৰকাশ পোৱাৰ লগে লগে ভূপেশ বাঘেল নাৰ্ভাছ হৈ পৰে । এই কাৰণতে ছত্তীশগড়ৰ কংগ্ৰেছে দীপাৱলীৰ দিনা গৃহ লক্ষ্মী যোজনাৰ অধীনত মহিলাক প্ৰতি বছৰে ১৫ হাজাৰ টকা দিব বুলি খৰখেদাকৈ ঘোষণা কৰে । ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও কংগ্ৰেছে মহিলাক প্ৰতিমাহে ৫০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, যিটো আজিলৈকে কংগ্ৰেছ চৰকাৰে পূৰণ কৰিব পৰা নাই ।

  • पूरी दुनिया मोदी जी की गारंटी पर विश्वास करती है।

    📍राजिम विधान सभा @BJP4CGState pic.twitter.com/4UI4ovBga4

শৰ্মাই দাবী কৰে যে কংগ্ৰেছ চৰকাৰৰ কাহিনী শেষ হ’ল বুলি ছত্তীশগড়ৰ সাধাৰণ জনতাই জানে । পৰৱৰ্তী চৰকাৰ গঠন কৰিব বিজেপিয়ে । নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ছত্তীশগড়ত গঠন হ’ব বিজেপি চৰকাৰ ।

কংগ্ৰেছে গৃহ লক্ষ্মী যোজনাৰ অধীনত মহিলাক প্ৰতি বছৰে ১৫ হাজাৰ টকা দিয়াৰ কথা কৈছে । মাহে ৫০০ টকা দিব নোৱাৰা চৰকাৰখনে এবছৰত ১৫ হাজাৰ টকা কেনেকৈ দিব ?- হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী

  • कांग्रेस की फ़र्ज़ी गारंटी की गाथा।

    बघेल जी महिलाओं को ₹500 दे नहीं सकते और ₹15,000 देने का वादा कर रहे हैं।@BJP4CGState pic.twitter.com/1ZUlcuQS3b

    — Himanta Biswa Sarma (@himantabiswa) November 14, 2023
" class="align-text-top noRightClick twitterSection" data=" ">

ম্যাদ বৃদ্ধিৰ বাবে ভূপেশ বাঘেলে কিমান টকা দিছিল ?

  • समझौते के हिसाब से बघेल जी को जून 2021 में त्याग पत्र देना था।

    शायद कुछ “लेन देन” हुआ हो, जिसकी वजह से निर्णय बदल दिया गया।@BJP4CGState pic.twitter.com/gy2H6fCv0O

    — Himanta Biswa Sarma (@himantabiswa) November 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মহাদেৱ বেটিং এপৰ গোচৰ সন্দৰ্ভতো হিমন্ত বিশ্ব শৰ্মাই ভূপেশ বাঘেলক সমালোচনা কৰে । ২০১৮ চনত ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ পিছত ডেৰ-দুবছৰৰ বাবে মুখ্যমন্ত্ৰীৰ চুক্তি স্বাক্ষৰিত হোৱা বুলিও তেওঁ কয় । প্ৰথমে ভূপেশ বাঘেল থাকিব ডেৰ-দুবছৰ । তাৰ পিছত ডেৰ-দুবছৰ মুখ্যমন্ত্ৰী হৈ থাকিব টি এছ সিংদেৱ । প্ৰথমে তাম্ৰধ্বজ সাহুক খেলপথাৰৰ বাহিৰলৈ উলিয়াই দিয়া হ’ল আৰু তাৰ পিছত তেওঁ ডেৰ-দুবছৰ চকীখনৰ দায়িত্ব ল’লে । মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে একো নিদিয়াকৈ কেনেকৈ মুখ্যমন্ত্ৰীৰ পদৰ ম্যাদ বৃদ্ধি কৰিব পাৰিলে ?

কয়লা, সুৰা কেলেংকাৰিৰ পৰা বাবা ভোলেনাথলৈকে কেলেংকাৰী কৰিছে । দিল্লীলৈ কিমান পঠাব ? দিল্লীৰ টকা দেশৰ ক’লৈ ক'লৈ গ'ল, সম্পূৰ্ণ হিচাপ দিব লাগিব ৷ - হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী

" class="align-text-top noRightClick twitterSection" data=" ">

সনাতন ধৰ্মক লৈ কংগ্ৰেছৰ ওপৰত আক্ৰমণ: সনাতনৰ কথা উল্লেখ কৰি শৰ্মাই কংগ্ৰেছ চৰকাৰক আক্ৰমণ কৰে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদি এই দেশত সনাতনৰ কথা কোৱাটো অপৰাধ হয় তেন্তে আমি পাকিস্তানলৈ গৈ সনাতনৰ কথা ক’ব লাগে নেকি?

কংগ্ৰেছে বিজেপিৰ ইস্তাহাৰ নকল কৰিছে: কংগ্ৰেছৰ ঘোষণা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ চৰকাৰে বিজেপিৰ ইস্তাহাৰ নকল কৰিবলৈ চেষ্টা কৰিছে । প্ৰথমে ভাৰতীয় জনতা পাৰ্টীয়ে কৃষকক ধানৰ 3100 টকা সমৰ্থন মূল্য দিয়াৰ কথা ঘোষণা কৰিলে ৷ ইয়াৰ পিছত কংগ্ৰেছে কৃষকক 3200 টকা সমৰ্থন মূল্যত ধান ক্ৰয় কৰাৰ ঘোষণা কৰি বিজেপিৰ ঘোষণা নকল কৰিলে ।

লগতে পঢ়ক: Rajasthan Election 2023: বিজেপিয়ে শত্ৰুৰ দৰে কথা কয়, ই দেশৰ বাবে শুভ লক্ষণ নহয়: অশোক গেহলট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.