ETV Bharat / bharat

অবৈধ সম্পৰ্কৰ বাবে পত্নীক তিনি তালাক উত্তৰাখণ্ডত

author img

By

Published : Feb 15, 2021, 7:25 PM IST

উত্তৰাখণ্ডৰ এগৰাকী লোকে পত্নীক দিলে তিনি তালাক । মনচুৰ আলী নামৰ ব্যক্তিগৰাকীয়ে তেওঁৰ ১৪ বছৰীয়া সাংসাৰিক জীৱনৰ সমাপ্ত কৰি বিবাহ বিচ্ছেদ কৰে ।

অবৈধ সম্পৰ্কৰ বাবে পত্নীক তিনি তালাক উত্তৰাখণ্ডত
অবৈধ সম্পৰ্কৰ বাবে পত্নীক তিনি তালাক উত্তৰাখণ্ডত

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী: উত্তৰাখণ্ডৰ এগৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু পত্নীৰ । মনচুৰ আলী নামৰ ব্যক্তিগৰাকীয়ে তেওঁৰ ১৪ বছৰীয়া সাংসাৰিক জীৱনৰ সমাপ্ত কৰি পত্নীক তিনি তালাক দি বিবাহ বিচ্ছেদ কৰে । অন্য মহিলাৰে অবৈধ সম্পৰ্কৰ থকাৰ বাবে মনচুৰ আলীয়ে পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰে ।

উচ্চতম ন্যায়ালয়ে তিনি তালাক নিষিদ্ধ কৰাৰ পিছতো লোকজনে পত্নীক তিনি তালাক দিয়ে ৷ ইয়াৰ পিছতেই ঘটনা সন্দৰ্ভত মনচুৰৰ তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

১৪ বছৰ পূৰ্বে, বিয়া বিবাহপাশত আৱদ্ধ হোৱা দম্পত্তীহালৰ ৮ বছৰীয়া এগৰাকী কন্যা আৰু ১৩ বছৰীয়া এগৰাকী পুত্ৰ সন্তান আছে । আলীৰ কোনো মহিলাৰে অবৈধ সম্পৰ্কৰ থকাৰ ফলত প্ৰায়েই পাৰিবাৰিক কন্দলে দেখা দিছিল । যাৰ বাবে আলীয়ে প্ৰায়েই পত্নীক মাৰপিট কৰিছিল । লগতে কেতবোৰ ভাবুকিও প্ৰদান কৰে । ঘটনা সন্দৰ্ভত কোটৱালী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে পূৰ্বে তাৎক্ষণিক বিবাহ বিচ্ছেদ তিনি তালাকৰ বিতৰ্কিত ইছলামিক অনুশীলনক স্বেচ্ছাচাৰী আৰু অসাংবিধানিক বুলি উল্লেখ কৰি নিষিদ্ধ কৰিছিল ।

লগতে পঢ়ক:কৰ্ণাটকত ক'ভিড প্ৰতিষেধকৰ দ্বিতীয় পালি প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.