ETV Bharat / bharat

Gujarat Bus Accident: দ খাৱৈত যাত্ৰীবাহী বাছ বাগৰি দুজনৰ মৃত্যু, 46 গৰাকী আহত

author img

By

Published : Jul 10, 2022, 9:09 PM IST

গুজৰাটত ভয়ংকৰ বাছ দুৰ্ঘটনা ৷ দ খাৱৈত যাত্ৰীবাহী বাছ বাগৰি পৰাৰ ফলত দুগৰাকীৰ মৃত্যু, 46 গৰাকী আহত (Bus Accident in Gujarat)৷

Gujarat Bus Acciden
দ খাৱৈত যাত্ৰীবাহী বাছ বাগৰি দুজনৰ মৃত্যু, 46 গৰাকী আহত

নেশ্যনেল ডেস্ক, 10 জুলাই : গুজৰাটত সংঘটিত হৈছে ভয়ংকৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনাৰ ঘটনা (Bus Accident in Gujarat)৷ শনিবাৰে নিশা গুজৰাটৰ দাং জিলাৰ চাপুটাৰাৰ ওচৰত যাত্ৰীভৰ্তি এখন বাছ খাৱৈত বাগৰি পৰে ৷ দুৰ্ঘটনাত পতিত হোৱা বাছখনত থকা ৫০ গৰাকী যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ এই দুৰ্ঘটনাত দুগৰাকী মহিলা যাত্ৰী মৃত্যুৰ মুখত পৰে ৪৬ গৰাকী মহিলা আহত হয় (Two died in bus accident)।

চুৰাট গৰ্বা শ্ৰেণী গোটৰ বাছখন সপুতাৰা অভিমুখে গৈ থাকোতো টায়াৰ ফাটি যোৱাৰ ফলত দুৰ্ঘটনাত পতিত হয় ৷ ইতিমধ্যে আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, যাত্ৰীবাহী বাছখনত ৫০ গৰাকীৰো অধিক মহিলা যাত্ৰী আছিল ৷ বাছৰ চালকজনে মালেগাঁও ঘাট পথত বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে ৷

লগতে পঢ়ক : Cloudburst hits JK: জন্মু-কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.