ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰত গ্ৰেনেড উদ্ধাৰ - জম্মু আৰু কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণ

জম্মু আৰু কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰিল সুৰক্ষা কৰ্মী ৷ শুকুৰবাৰে ৰাতিপুৱা কোনো সন্দেহজনক সন্ত্ৰাসবাদীয়ে উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত এটা বাছ আস্থানৰ কাষত সুৰক্ষা কৰ্মীলৈ লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপ কৰে ৷

grenade found in kupwara bus stand jammu and kashmir

author img

By

Published : Mar 5, 2021, 1:44 PM IST

নিউজ ডেস্ক, 5 মাৰ্চ: উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত শুকুৰবাৰে ৰাতিপুৱা এটা গ্ৰেনেড বিস্ফোৰণৰ পৰা কিছু সুৰক্ষা কৰ্মী কথমপি ৰক্ষা পৰে ৷ জানিব পৰা মতে, সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে শুকুৰবাৰে ৰাতিপুৱা উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত এটা বাছ আস্থানৰ কাষত সুৰক্ষা কৰ্মীলৈ লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপ কৰে ৷

কুপৱাৰা এছএছপি এ শ্ৰীৰামে কয় যে, সৌভাগ্যক্ৰমে গ্ৰেনেডটোৰ বিস্ফোৰণ নঘটাৰ ফলত কোনো ধৰণৰ জীৱন আৰু সম্পত্তিৰ হানি বিঘিনি হোৱা নাই ৷ দুস্কৃতিকাৰী সকলক কৰায়ত্ব কৰাৰ উদ্দেশ্যে অঞ্চলটো ঘেৰাও কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি হাৰিয়ানাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.