ETV Bharat / bharat

সামান্য বৃদ্ধি হৈছে সোণৰ মূল্য

author img

By

Published : Aug 4, 2021, 7:14 PM IST

বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১২৩ টকা বৃদ্ধি হৈ ৪৬,৯৯২ টকা হৈছেগৈ । সমান্তৰালকৈ ৰূপৰ মূল্যও সামান্য বৃদ্ধি হৈছে । ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৭৬৬ টকা বৃদ্ধি হৈ ৬৬,৯২৬ টকা হৈছে ।

Gold price on August
সামান্য বৃদ্ধি হৈছে সোণৰ মূল্য

নেশ্যনেল ডেস্ক, ৪ আগষ্ট : শেহতীয়াকৈ সোণৰ মূল্য হ্ৰাস হোৱাৰ বাতৰিয়ে সকলো গ্ৰাহককে আনন্দিত কৰি তুলিছিল । কিন্তু এই আনন্দৰ মাজতে গ্ৰাহকসকলৰ বাবে কিছু দুখৰ খবৰ । কিয়নো বুধবাৰৰ দিনটোত সোণৰ মূল্য কিছু বৃদ্ধি হৈছে ।

এইচডিএফচি চিকিউৰিটিজৰ (HDFC Securities) তথ্য অনুসৰি বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১২৩ টকা বৃদ্ধি হৈ ৪৬,৯৯২ টকা হৈছেগৈ । সমান্তৰালকৈ ৰূপৰ মূল্যও সামান্য বৃদ্ধি হৈছে । ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৭৬৬ টকা বৃদ্ধি হৈ ৬৬,৯২৬ টকা হৈছে । এইচ ডি এফ চি ছিকিউৰিটিজৰ জ্যেষ্ঠ বিশ্লেষক (Commodities) তপন পেটেলে জনোৱা মতে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি আউন্স সোণৰ মূল্য বৃদ্ধি হৈ ১,৮১৫ মাৰ্কিন ডলাৰত ৰৈছে আৰু ৰূপৰ মূল্য ২৫.৭১ মাৰ্কিন ডলাৰ হৈছে ।

লগতে পঢ়ক :'মাউণ্টেইন মেন' দশৰথ মাঁঝিক ভাৰতৰত্ন প্ৰদানৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.