ETV Bharat / bharat

ৰাহুল গান্ধীক নাজী বাহিনীৰ প্ৰচাৰ মন্ত্ৰীৰে তুলনা গিৰিৰাজ সিঙৰ

author img

By

Published : Feb 22, 2021, 1:02 PM IST

কংগ্ৰেছ দলটোৱে কৃষক বিদ্ৰোহত ৰাজনীতিকৰণ কৰা বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ ৷ ৰাহুল গান্ধীক জাৰ্মানীৰ নাজী বাহিনীৰ প্ৰচাৰ মন্ত্ৰী ড৹ জোচেফ গোব্বেলৰে তুলনা সিঙৰ ৷

Giriraj Singh compared Rahul Gandhi to goebbels in Muzaffarpur
ৰাহুল গান্ধীক নাজী বাহিনীৰ প্ৰচাৰ মন্ত্ৰীৰে তুলনা গিৰিৰাজ সিঙৰ

নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী : কৃষক বিদ্ৰোহত ৰাহুল গান্ধীৰ ভূমিকাক জাৰ্মানীৰ নাজী বাহিনীৰ প্ৰচাৰ মন্ত্ৰী ড৹ জোচেফ গোব্বেলৰে তুলনা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ ৷ সোমবাৰে বিহাৰৰ মুজাফৰপুৰত সাংবাদিকৰে মত বিনিময় কৰা সময়তেই ৰাহুল গান্ধীক উদ্দেশ্যি এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰ উপৰিও কংগ্ৰেছ দলটোৱে কৃষক বিদ্ৰোহত ৰাজনীতি অন্তৰ্ভুক্ত কৰা বুলিও মন্তব্য কৰে গিৰিৰাজ সিঙে ৷ ‘ৰাহুল গান্ধীয়ে গোব্বেলৰ তত্বক অনুসৰণ কৰিছে ৷ কিন্তু বিশ্বই গোব্বেলৰ তত্বৰ অকৃতকাৰ্যতাক প্ৰত্যক্ষ কৰিছে’, কয় গিৰিৰাজ সিঙে ৷

ৰাফেলৰ ক্ষেত্ৰতো ৰাহুল গান্ধীৰ তত্ব ভুল প্ৰমাণিত হৈছে ৷ ৰাহুল গান্ধীয়ে কেৱল কেন্দ্ৰীয় চৰকাৰখৰ মানহানি কৰাৰ প্ৰচেষ্টা কৰা বুলি অভিযোগ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৷

লগতে পঢ়ক-পিনাৰায়ী বিজয়নে সন্ত্ৰাসবাদীক কেবিনেটত স্থান দিছে : কে. সুৰেন্দ্ৰন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.