ETV Bharat / bharat

পাঁচ কোটি টকীয়া সম্পতিৰ মালিক হৈয়ো অনাথ হ’ল দুটা হাতী - ৰামনগৰত অনাথ হ’ল দুটা হাতী

ৰামনগৰত সংঘটিত হৈছে এটা দুখ লগা ঘটনা ৷ গৰাকী বিহীন জীৱন কিমান ভয়ংকৰ তাৰেই উমান পোৱা গ’ল ৰামনগৰত ৷ পৰিয়ালকেন্দ্ৰিক বিবাদৰ ফলত অনাথ হোৱা মতি আৰু ৰাণীৰ অৱস্থা সম্প্ৰতি সংকটজনক (Fodder crisis in front of two elephants in Ramnagar ) ৷ সৱিশেষ জানিবলৈ পঢ়ক এই বাতৰি...

fodder-crisis-deepens-in-front-of-two-elephants-of-corbett-park-after-mahout-murder
অনাথ মতি আৰু ৰাণীৰ কান্দোন
author img

By

Published : Apr 8, 2022, 10:11 PM IST

ৰামনগৰ, 8 এপ্ৰিল : বিগত কিছুদিন পূৰ্বে কৰ্বেটৰ চাৱাল্ডেত থকা মতি আৰু ৰাণী নামৰ হাতী দুটা অনাথ হৈ পৰিছিল ৷ কিয়নো মতি আৰু ৰাণীৰ যত্ন লোৱা বিহাৰৰ বাসিন্দা ইমামজনৰ মৃত্যু হোৱাত তেওঁলোক অভিভাৱকবিহীন হৈ পৰে ৷

অনাথ মতি আৰু ৰাণীৰ কান্দোন

ঘটনা অনুসৰি, মতি আৰু ৰাণীৰ গৰাকীয়ে তেওঁৰ সম্পত্তিৰ 5 কোটি মূল্যৰ এটা অংশ মতি আৰু ৰাণীৰ নামত দান কৰিছিল ৷ পিছে ইমাম আখটাৰৰ এই সিদ্ধান্তত পৰিয়ালৰ বাকী সদস্যসকল মান্তি হোৱা নাছিল ৷ যাৰ ফলত পৰিয়ালৰ সদস্যসকলে ইমাম আখটাৰক হত্যা কৰে বুলিও অভিযোগ উত্থাপিত হৈছে ৷

ইয়াৰ এতিয়া ফলত মতি আৰু ৰাণী নামৰ হাতী দুটা অনাথ হৈ পৰিছে ৷ আনকি ভোকত মৃতপ্ৰায়ৰ দৰে অৱস্থাৰ হৈছে মতি আৰু ৰাণীৰ (Fodder crisis in front of two elephants in Ramnagar ) ৷ ইফালে গৰাকীৰ মৃত্যুৰ ফলত ইমাম আখটাৰৰ ঐৰাৱত প্ৰতিষ্ঠানটোৱেও এটুপি খোৱাপানীও যোগান ধৰিব পৰা নাই মতি আৰু ৰাণীক ৷ যাৰ ফলত ভোকে পিয়াহে অনাথ হোৱাৰ যন্ত্ৰণা সহ্য কৰি আছে মতি আৰু ৰাণীয়ে (Corbett elephants suffering from Fodder crisis ) ৷

লগতে পঢ়ক : পিতৃহীন প্ৰিয়ংশু কুমাৰীৰ দায়ি্ত্ব গ্ৰহণ কৰিলে জেহানাবাদবাসীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.