ETV Bharat / bharat

পঞ্জাৱৰ মলোটত অন্ত হোৱাৰ দিশে কৃষকৰ বিদ্ৰোহ - পঞ্জাৱৰ মলোটত অন্ত হোৱাৰ দিশে কৃষকৰ বিদ্ৰোহ

বিজেপি বিধায়ক অৰুণ নাৰাঙক শাৰীৰিকভাৱে আক্ৰমণ কৰা প্ৰতিবাদী কৃষকসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় ৷ 27 মাৰ্চ তাৰিখে মুক্তচৰ জিলাত প্ৰতিবাদী লোকসকলে বিধায়কজনৰ কাপোৰ ফালি প্ৰহাৰ কৰিছিল ৷

Farmers end protest in Malout
Farmers end protest in Malout
author img

By

Published : Mar 30, 2021, 1:40 PM IST

নেশ্যনেল ডেস্ক,30 মাৰ্চ: বিজেপি বিধায়ক অৰুণ নাৰাঙক শাৰীৰিকভাৱে আক্ৰমণ কৰা প্ৰতিবাদী কৃষকসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় আৰু প্ৰতিবাদত বহা কৃষকসকলক সোমবাৰে পঞ্জাৱ আৰক্ষীয়ে তদন্তৰ আশ্বাস দিয়ে ৷ পাঞ্জাৱৰ এজন আৰক্ষী বিষয়াই কয়, "কোনো নিদোৰ্ষী ব্যক্তিক শাস্তি দিয়া ন’হব আৰু প্ৰমাণৰ আধাৰত তদন্ত কৰা হ'ব।"

আৰক্ষীৰ মতে, বিজেপি বিধায়কক উত্তেজিত কৃষকসকলৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰোঁতে পাঞ্জাৱৰ এছ পি গুৰমেইল সিঙেও মূৰ, কিলাকুটি আৰু ভৰিত আঘাত পায় । ইয়াৰ বাবে এখন এজাহাৰ দাখিল কৰা হৈছে ।

আনহাতে, কৃষকসকলে বিতৰ্কিত তিনিখন কৃষি আইন - কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (প্ৰচাৰ আৰু সেৱা) আইন, অত্যাৱশ্যকীয় সামগ্ৰীৰ (সংশোধনী) আইন আৰু কৃষক(সৱলীকৰণ আৰু সুৰক্ষা) চুক্তিৰ মূল্য আশ্বাস আৰু কৃষি সেৱা আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাকক্ষণত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.