ETV Bharat / bharat

পূৰ্বৰ তুলনাত ফেচবুকত এইবাৰ হ্ৰাস পাইছে ভাৰতৰ নিৰ্বাচনৰ চৰ্চা - ভুৱা তথ্য সীমিত

বিশ্বজুৰি পূৰ্বৰ নিৰ্বাচনৰ তুলনাত তামিলনাডু, পশ্চিমবংগ, অসম, কেৰালা আৰু পণ্ডিচেৰীৰ ২১ ৰ নিৰ্বাচনৰ চৰ্চা ফেচবুকত তেনেই হ্ৰাস পাবলৈ ধৰিছে । বুধবাৰে ফেচবুকে এই কথা জনায় । ফেচবুকে নাগৰিকৰ ব্যস্ততা বৃদ্ধি, প্ৰৰোচনা মূলক ভাষণৰ মোকাবিলা, ভুৱা তথ্য সীমিত কৰা আৰু ভোটাৰক দমন কৰি আঁতৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলি বুধবাৰে কয় ।

পূৰ্বৰ তুলনাত ফেচবুকত এইবাৰ ভাৰতৰ নিৰ্বাচনৰ চৰ্চা হ্ৰাস

author img

By

Published : Mar 31, 2021, 7:38 PM IST

নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: বিশ্বজুৰি পূৰ্বৰ নিৰ্বাচনৰ তুলনাত তামিলনাডু, পশ্চিমবংগ, অসম, কেৰালা আৰু পণ্ডিচেৰীৰ ২১ ৰ নিৰ্বাচনৰ চৰ্চা ফেচবুকত তেনেই হ্ৰাস পাবলৈ ধৰিছে ।বুধবাৰে ফেচবুকে এই কথা জনায় । ফেচবুকে নাগৰিকৰ ব্যস্ততা বৃদ্ধি, প্ৰৰোচনা মূলক ভাষণৰ মোকাবিলা, ভুৱা তথ্য সীমিত কৰা আৰু ভোটাৰক দমন কৰি আঁতৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলি বুধবাৰে কয় ।

নিৰ্বাচনৰ পূৰ্বে উল্লেখিত ৰাজ্য কেইখনত সমস্যাৰে পূৰ্ণ ফটো, পোষ্ট আদি ভাইৰেল হোৱাৰ আশংকা হ্ৰাস কৰিবলৈ আৰু হিংসা সৃষ্টি নকৰিবলৈ চেষ্টা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে । আন্তৰ্জাতিক তথ্য পৰীক্ষা নেটৱৰ্কৰ দ্বাৰা প্ৰমাণিত, লোকসকলক ফেচবুকত আপলোড কৰ আপত্তিজনক মন্তব্য, ফটো, ভিডিঅ’ আদি অতিৰিক্ত প্ৰসংগ আঁতৰ কৰিবলৈ কোম্পানীটোৱে বৰ্তমান ভাৰতৰ আঠজন অংশীদাৰৰ সৈতে কাম কৰি আছে ।

ইংৰাজীৰ উপৰিও এই আঠজন অংশীদাৰ বঙালী, তামিল, মালায়ালাম আৰু অসমীয়াকে ধৰি ১১ টা ভাষাত সত্য পৰীক্ষা কৰে । ২০১৯ চনত উদ্যোগ সংস্থা আইএএমএআইৰ নেতৃত্বত ফেচবুকে আপত্তিজনক মন্তব্য হ্ৰাস কৰিবলৈ ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছ এপৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগ (ইচিআই)ৰ সৈতে এক উচ্চ প্ৰাথমিকতা চেনেল স্থাপন কৰিছিল ।

লগতে পঢ়ক: আই আই এম আহমেদাবাদত কৰ’ণা সংক্ৰমণ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.