ETV Bharat / bharat

Sunil Gavaskar mother passes away: ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ মাতৃৰ ইহলীলা সম্বৰণ

author img

By

Published : Dec 26, 2022, 10:02 PM IST

মীনাল গাভাস্কৰ আৰু নাই (Meenal Gavaskar passed away) ৷ 95 বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ মাতৃ মীনাল গাভাস্কৰে (Sunil Gavaskar mother passes away in Mumbai) ৷

Sunil Gavaskar mother passes away
মাতৃহাৰা হ’ল ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ

নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ : মাতৃহাৰা হ’ল ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ (Sunil Gavaskar mother passes away in Mumbai) ৷ দেওবাৰে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ মাতৃ মীনাল গাভাস্কৰে ৷ মৃত্যুৰ সময়ত মীনাল গাভাস্কৰৰ বয়স আছিল 95 বছৰ (Former Indian cricketer Sunil Gavaskars mother) ৷

ভাৰত-বাংলাদেশ টেষ্ট মেচৰ (India Bangladesh Test) বাবে বৰ্তমান বাংলাদেশত আছে গাভাস্কৰ ৷ আগন্তুক চাৰিদিনৰ ভিতৰতহে সুনীল গাভাস্কাৰ মুম্বাইত উপস্থিত হ’ব পাৰিব ৷ তেতিয়াহে তেওঁ মাতৃৰ শেষকৃত্যৰ সম্পূৰ্ণ নিয়ম-নীতি পালন কৰিব বুলি জানিব পৰা গৈছে (Meenal Gavaskar passed away)৷

তথ্য অনুসৰি, বিগত কেবাদিন ধৰি বাৰ্ধক্যজনিত কাৰণৰ বাবেই মীনাল গাভাস্কৰৰ স্বাস্থ্য সুস্থিৰ নাছিল (Sunil Gavaskars mother Meenal Gavaskar)৷ সেয়ে মাতৃৰ সৈতে অধিক সময় অতিবাহিত কৰিছিল ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷ প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কৰ ভাৰতৰ অন্যতম প্ৰশংসিত ক্ৰীড়াবিদগৰাকী তেওঁৰ মাতৃ মীনলৰ সৈতে যথেষ্ট ঘনিষ্ঠ আছিল ।

লগতে পঢ়ক : Amit Shah on Gujarat victory: গুজৰাটৰ ঐতিহাসিক জয়ে 2024 ৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব; শ্বাহ

পুত্ৰৰ সৈতে মীনাল গাভাস্কৰ সম্পৰ্কৰ সম্বন্ধে তেওঁ এখন পুথি প্ৰকাশ পাইছিল ৷ সেই পুথিখনৰ নাম আছিল ‘‘পুত্ৰ ভৱ আইছা’’ (Putra Vhava Aisa by Meenal Gavaskar) ৷ এই পুথিখনৰ এটা অধ্যায়ত মীনাল গাভাস্কৰে উল্লেখ কৰিছিল যে, তেখেতৰ পুত্ৰ সুনীল গাভাস্কাৰ খেলপথাৰত থকাৰ সময়চোৱাত তেওঁ ভালদৰে খোৱা-বোৱা কৰিব নোৱাৰে ।

আনকি সময়ে সময়ে হোৱা বিভিন্ন সাক্ষাৎকাৰসমূহত ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে তেওঁৰ জীৱনত মাতৃৰ ভূমিকা সন্দৰ্ভত বহু কথাই উল্লেখ কৰিছিল ৷ 1983 চনৰ বিশ্বকাপ (1983 World Cup) জয়ৰ ক্ষেত্ৰতো সুনীল গাভাস্কাৰক তেওঁৰ মাতৃয়ে যথেষ্ট সহায় কৰিছিল ।

উল্লেখ্য যে, মীনাল গাভাস্কৰৰ মৃত্যু ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ বাবে এক অপূৰণীয় ক্ষতি বুলি সৰ্বত্ৰে এতিয়া চৰ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক : Navjot Sidhu will be free: 26 জানুৱাৰীত কাৰামুক্ত হ’ব নৱজোৎ সিং সিদ্ধু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.