নেশ্যনেল ডেস্ক, 22 আগষ্ট : আফগানিস্তানৰ পৰা ভাৰতীয় লোকক উদ্ধাৰ অভিযানৰ অধীনত বৰ্তমানলৈকে প্ৰায় 330 গৰাকী ভাৰতীয় লোকক সুৰক্ষিতভাৱে স্বদেশলৈ উভতাই অনা হৈছে ৷ দেওবাৰে ভাৰতীয় বায়ু সেনাৰ C-17 বিমানখনে কাবুলৰ পৰা 168 গৰাকী লোকৰ সৈতে গাজিয়াবাদৰ ভাৰতীয় বায়ুসেনাৰ ঘাটিত উপস্থিত হয় ৷
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে টুইটযোগে কয়, "Evacuation continues. IAF special repatriation flight with 168 passengers onboard, including 107 Indian nationals, is on its way to Delhi from Kabul," অৰ্থাৎ "উদ্ধাৰকাৰ্য অব্যাহত ৷ ভাৰতীয় বায়ুসেনাৰ বিশেষ প্ৰত্যাৱৰ্তন বিমানে 168 গৰাকী যাত্ৰীৰ সৈতে কাবুলৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছে ৷ ইয়াৰ ভিতৰত 107 গৰাকী ভাৰতীয় লোক আছে" ৷
-
Bringing Indians home from Afghanistan!
— Arindam Bagchi (@MEAIndia) August 21, 2021 " class="align-text-top noRightClick twitterSection" data="
AI 1956 carrying 87 Indians departs from Tajikistan for New Delhi. Two Nepalese nationals also evacuated.
Assisted and supported by our Embassy @IndEmbDushanbe.
More evacuation flights to follow. pic.twitter.com/YMCuJQ7595
">Bringing Indians home from Afghanistan!
— Arindam Bagchi (@MEAIndia) August 21, 2021
AI 1956 carrying 87 Indians departs from Tajikistan for New Delhi. Two Nepalese nationals also evacuated.
Assisted and supported by our Embassy @IndEmbDushanbe.
More evacuation flights to follow. pic.twitter.com/YMCuJQ7595Bringing Indians home from Afghanistan!
— Arindam Bagchi (@MEAIndia) August 21, 2021
AI 1956 carrying 87 Indians departs from Tajikistan for New Delhi. Two Nepalese nationals also evacuated.
Assisted and supported by our Embassy @IndEmbDushanbe.
More evacuation flights to follow. pic.twitter.com/YMCuJQ7595
উল্লেখ্য যে, শনিবাৰেও কাবুলৰ পৰা তাজাকিস্তানৰ ৰাজধানী দুশানবেলৈ লৈ যোৱা 87 গৰাকী ভাৰতীয়ক ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে নতুন দিল্লীলৈ ওভতাই অনা হয় ৷
দেওবাৰে নিশা প্ৰায় 1.20 বজাত টুইটযোগে অৰিন্দম বাগছীয়ে কয়, "Bringing Indians home from Afghanistan! AI 1956 carrying 87 Indians departs from Tajikistan for New Delhi. Two Nepalese nationals also evacuated. Assisted and supported by our Embassy @IndEmbDushanbe. More evacuation flights to follow," . অৰ্থাৎ "আফগানিস্তানৰ পৰা ভাৰতীয়সকলক ঘৰলৈ ওভতাই অনা হৈছে ! AI 1956 ৰে 87 গৰাকী ভাৰতীয়ক তাজিকিস্তানৰ পৰা নতুন দিল্লীলৈ ওভতাই অনা হৈছে ৷ দুগৰাকী নেপালী নাগৰিককো উদ্ধাৰ কৰা হৈছে ৷ এই উদ্ধাৰকাৰ্যত সহায়-সহযোগিতা আগবঢ়াইছে আমাৰ দূতাবাসে @"দুশানবেৰ ভাৰতীয় দূতাবাসে" ৷
-
Evacuation continues!
— Arindam Bagchi (@MEAIndia) August 22, 2021 " class="align-text-top noRightClick twitterSection" data="
IAF special repatriation flight with 168 passengers onboard, including 107 Indian nationals, is on its way to Delhi from Kabul. pic.twitter.com/ysACxClVdX
">Evacuation continues!
— Arindam Bagchi (@MEAIndia) August 22, 2021
IAF special repatriation flight with 168 passengers onboard, including 107 Indian nationals, is on its way to Delhi from Kabul. pic.twitter.com/ysACxClVdXEvacuation continues!
— Arindam Bagchi (@MEAIndia) August 22, 2021
IAF special repatriation flight with 168 passengers onboard, including 107 Indian nationals, is on its way to Delhi from Kabul. pic.twitter.com/ysACxClVdX
কাতাৰস্থিত ভাৰতীয় দূতাবাসে জানিবলৈ দিয়া অনুসৰি 135 গৰাকী ভাৰতীয় লোকক বিগত কিছুদিনত কাবুলৰ পৰা কাটাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ যোৱা দেওবাৰে আফগানিস্তানৰ ৰাজধানী কাবুল তালিবানে দখল কৰাৰ পিছতে ভাৰতীয় চৰকাৰে দেশখনৰ পৰা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে ওভতাই আনিবলৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ ইয়াৰ পূৰ্বে ভাৰতীয় বায়ুসেনাৰ C-17 বিমানেৰে কাবুলস্থিত ভাৰতীয় দূতৰ লগতে দূতাবাসৰ বিষয়া-কৰ্মচাৰীৰ সৈতে প্ৰায় 200 গৰাকী লোকক ভাৰতলৈ ওভতাই আনিছিল ৷
লগতে পঢ়ক : তালিবানে অপহৰণ কৰা লোকসকলৰ অধিকাংশই ভাৰতীয়