ETV Bharat / bharat

ETV Bharat Weekly Horoscope : সপ্তাহটোৰ ৰাশিফল জানক

author img

By

Published : Jan 16, 2022, 10:27 AM IST

ইটিভি ভাৰতৰ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ এই সপ্তাহৰ ৰাশিফল ৷

ETV Bharat Weekly Horoscope
সপ্তাহটোৰ ৰাশিফল জানক

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সপ্তাহটো শুভ হ’ব ৷ আৰম্ভণিতে, আপুনি কোনো ৰোমান্টিক গন্তব্যস্থানলৈ চমু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে খোজ কাঢ়িবলৈ যাব পাৰে আৰু যিসকল জীৱনৰ প্ৰেমত পৰিছে তেওঁলোকৰ এই সপ্তাহত কিছু সমস্যা হ'ব পাৰে ৷ আপোনাৰ প্ৰিয়জনে আপোনাক কিছুমান কথা ক'ব পাৰে, যিবোৰ আপুনি তেওঁলোকৰ ব্যক্তিগত সমস্যাৰ বাবে ভাল নাপাব পাৰে ৷ ইয়াক এৰাই চলিবলৈ, আপুনি তেওঁলোকৰ কথা মনোযোগেৰে শুনা উচিত আৰু পৰিস্থিতিটো বুজিবলৈ চেষ্টা কৰা উচিত ৷

বিবাহিত জাতক- জাতিকাসকলৰ সময় গতানুগতিক হ’ব পাৰে ৷ এই সপ্তাহটো চাকৰিয়াল জাতক-জাতিকাসকলৰ বাবে ফলপ্ৰসূ হ'ব পাৰে ৷ কোনোবাই আপোনাৰ বিৰুদ্ধে মিছা অভিযোগ কৰিব পাৰে, সেয়েহে সাৱধান হওক ৷ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত উত্থান-পতন থাকিব পাৰে ৷ আৰ্থিকভাৱে, ব্যয় হ্ৰাস পাব পাৰে ৷ শিক্ষাৰ্থীসকলে তেওঁলোকৰ পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰে ৷

বৃষ ৰাশি: এই সপ্তাহটো আপোনাৰ বাবে অতি শুভ হোৱাৰ আশা কৰা হৈছে ৷ অতিৰিক্ত উৎসৰ পৰা আপোনাৰ আয় বৃদ্ধিও হ'ব পাৰে ৷ আপুনি আৰ্থিক ক্ষেত্ৰত সবল হ'ব পাৰে, কিয়নো ব্যয় হ্ৰাস পাব পাৰে ৷ সপ্তাহটোৰ মাজভাগত আপুনি বন্ধুবৰ্গৰ সৈতে যথেষ্ট ফূৰ্তি কৰিব পাৰে ৷ সপ্তাহৰ শেষৰ দিনকেইটাত আপুনি আপোনাৰ পৰিয়ালৰ সৈতে অধিক সময় অতিবাহিত কৰিব পাৰে ৷ আপুনি আপোনাৰ মাতৃৰ পৰা মৰম পাব ৷ আপুনি তেওঁৰ পৰা এটা উপহাৰ পাব পাৰে ৷

চাকৰি প্ৰাৰ্থীসকলে তেওঁলোকৰ কঠিন পৰিশ্ৰমৰ পৰা সফলতা লাভ কৰিব পাৰে ৷ ব্যৱসায়ীসকলে নতুন কিবা এটা ভাবিব লাগিব পাৰে, কিয়নো ব্যৱসায়ত আপোনাৰ গ্ৰাফ স্থিৰ হ'ব পাৰে ৷ বিবাহিত জাতক-জাতিকাসকলৰ গাৰ্হস্থ্য জীৱন গতানুগতিক হ'ব ৷ সপ্তাহটো প্ৰেমত পৰা সকলৰ বাবে শুভ হ'ব পাৰে ৷ শিক্ষাৰ্থীসকলে নতুন কিবা শিকাৰ সুযোগ পাব পাৰে ৷ সামগ্ৰিকভাৱে, এই সপ্তাহটো ভ্ৰমণৰ বাবে উপযুক্ত ৷

মিথুন ৰাশি: এইটো যমজসকলৰ বাবে এটা উৎকৃষ্ট সপ্তাহ হ'ব পাৰে ৷ আপুনি এটা ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে যিটোৱে আপোনাক আনন্দ দিব পাৰে ৷ বিবাহিত লোকসকলৰ গাৰ্হস্থ্য জীৱন সুখী হ'ব পাৰে ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে এক ৰোমান্টিক গন্তব্য স্থানলৈ যাব পাৰে ৷ এই সপ্তাহটো প্ৰেম সম্পৰ্কত থকাসকলৰ বাবে শুভ হ'ব পাৰে, কিয়নো আপোনালোকৰ প্ৰেমত পাৰস্পৰিক দৃঢ়তা থাকিব পাৰে ৷ কৰ্মৰত জাতক-জাতিকাসকলৰ বাবে উপযুক্ত হ'ব পাৰে, কিয়নো আপুনি আপোনাৰ কাম খুব ভালকৈ কৰিব পাৰে ৷ তথাপিও আপুনি অধিক চিন্তিত হৈ থাকিব পাৰে ৷

পেচাদাৰী জীৱনৰ উদ্বেগে আপোনাৰ মন ব্যস্ত ৰাখিব পাৰে ৷ আপোনাৰ শত্ৰুসকলে আপোনাৰ খ্যাতি নষ্ট কৰিবলৈ সক্ৰিয় হৈ থাকিব পাৰে ৷ ধনব্যয় বাঢ়িব পাৰে ৷ কিছু মানসিক উদ্বেগ থাকিব পাৰে ৷ এই সপ্তাহটো ব্যৱসায়ীসকলৰ বাবে ভাল হ'ব পাৰে ৷ আপোনাৰ ব্যৱসায়ে গতি লাভ কৰিব পাৰে ৷ স্বাস্থ্যৰ ক্ষেত্ৰত, সংক্ৰমণৰ ফলত আপুনি অসুস্থ হ'ব পাৰে ৷ আপোনাক খাদ্য আৰু পানীয়ৰ প্ৰতি মনোযোগ দিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ শুভ যোগে সপ্তাহৰ মাজভাগত ভ্ৰমণ কৰাৰ বাবে অধিক ভাল সময় সূচায় ৷ শিক্ষাৰ্থীসকলে তেওঁলোকৰ কেৰিয়াৰত অগ্ৰগতি কৰিব পাৰে ৷

কর্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে অহা সপ্তাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে ৷ আৰ্থিকভাৱে, আপোনাৰ ধনব্যয় বৃদ্ধি হ’ব পাৰে ৷ অৱশ্যে, আপুনি আয়ৰ এটা অতিৰিক্ত উৎস আৱিষ্কাৰ কৰিব পাৰে ৷ সামাজিক জীৱনত আপুনি আৰু অধিক সম্পৰ্ক গঢ়ি সুখী হ’ব ৷ আপোনাৰ ব্যক্তিগত জীৱনত কিছু প্ৰত্যাহ্বান থাকিব পাৰে ৷ সেয়েহে, আপুনি আপোনাৰ সম্পৰ্কত সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ কৰ্কট ৰাশি জাত প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে এই সপ্তাহটো শুভ হ’ব পাৰে ৷

আপুনি আপোনাৰ প্ৰেমস্পদৰ মন বুজি পাবলৈ আপোনাৰ ৰহস্যময় পৃথিৱীৰ পৰা ওলাই আহিব পাৰে ৷ এই সপ্তাহটো পেচাদাৰী কৰ্মীসকলৰ বাবে শুভ হ’ব পাৰে, কাৰণ আপুনি আপোনাৰ কঠিন পৰিশ্ৰমৰ প্ৰতিফল পাব পাৰে ৷ ব্যৱসায়ী লোকসকল কৰ সম্পৰ্কীয় কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত উঠা-নমা থাকিব পাৰে ৷ শিক্ষাৰ্থীসকলে তেওঁলোকৰ কেৰিয়াৰৰ বাবে সঠিক পথ বিচাৰি পাব পাৰে ৷ ফুৰিবলৈ যাবৰ বাবে সপ্তাহান্তটো এক উৎকৃষ্ট সময় হ’ব পাৰে ৷

সিংহ ৰাশি: আগন্তুক সপ্তাহটো সিংহ ৰাশিৰ লোকসকলৰ বাবে প্ৰগতিশীল হোৱাৰ সম্ভাৱনা আছে ৷ আৰ্থিকভাৱে, আপোনাৰ আয় বৃদ্ধি হ'ব পাৰে, আৰু ব্যয় হ্ৰাস পাব পাৰে ৷ আপুনি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উত্থান-পতনৰ সন্মুখীন হ'ব পাৰে, সেয়েহে কোনো সৰু-সুৰা ৰোগ উপেক্ষা নকৰিব ৷ বিবাহিত জাতক-জাতিকাসকলৰ ক্ষেত্ৰত, তেওঁলোকৰ জীৱনসংগী অসুস্থ হ’ব পাৰে, যি আপোনাক চিন্তিত কৰিব পাৰে ৷ প্ৰেমত পৰাসকলে পৰৱৰ্তী পৰ্যায়লৈ যোৱাৰ এটা সুযোগ লাভ কৰিব পাৰে ৷

আপুনি আপোনাৰ সংগীৰ পৰা অতি ইতিবাচক সঁহাৰি পাব পাৰে ৷ পেচাদাৰী কৰ্মীসকলে তেওঁলোকৰ কাম উপভোগ কৰিব পাৰে, কিন্তু তেওঁলোকৰ চাকৰি সলোৱাৰ কথা ভাবিব পাৰে ৷ চাকৰি প্ৰাৰ্থীসকলে আকাংক্ষিত প্ৰস্তাৱ পাব পাৰে ৷ ব্যৱসায়ী লোকসকলে তেওঁলোকৰ চলি থকা কামত সাফল্য লাভ কৰিব পাৰে ৷ এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে শুভ হ’ব পাৰে ৷ সৰু-সুৰা প্ৰত্যাহ্বান থকা সত্ত্বেও, আপুনি পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ’ব পাৰে ৷

কন্যা ৰাশি: এই সপ্তাহটো আপোনাৰ বাবে সাধাৰণভাৱে ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা আছে ৷ যদি আপুনি প্ৰেম সম্পৰ্কত আছে, তেন্তে এই সপ্তাহটো প্ৰত্যাহ্বানমূলক হ’ব পাৰে ৷ আপোনাৰ প্ৰিয়জনৰ স্বাস্থ্যৰো অৱনতি ঘটিব পাৰে আৰু আপোনালোকৰ সম্পৰ্কত কিছু বিৰোধী মাত থাকিব পাৰে, সেয়ে অলপ সাৱধানে থাকিব ৷ বিবাহিত লোকসকলৰ গাৰ্হস্থ্য জীৱন সুখী হোৱাৰ সম্ভাৱনা আছে ৷

আপুনি এইটো সপ্তাহত এটা সম্পত্তি ক্ৰয় কৰাত সফল হ’ব পাৰে ৷ চাকৰিয়াল লোকসকলে কাম সংক্ৰান্তত কঠিন পৰিশ্ৰমৰ ভাল ফলাফল লাভ কৰিব পাৰে, কিন্তু মানহানিৰ সম্ভাৱনা আছে, সেয়েহে সাৱধান হ’ব ৷ ব্যৱসায়ী শ্ৰেণীটোৱে তেওঁলোকৰ কামৰ গতিত সুখী হোৱাৰ সম্ভাৱনা আছে ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাৰ পৰা লাভান্বিত হ’ব পাৰে, কিন্তু মানসিক চাপৰ কাৰণে পঢ়া-শুনাত কিছু সমস্যা হ’ব পাৰে ৷ সপ্তাহটোৰ শেষৰ দিনকেইটা ভ্ৰমণৰ বাবে শুভ হ’ব ৷

তুলা ৰাশি: তুলা ৰাশিত জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে এই সপ্তাহটো এক অনুকূল সময় হ’ব বুলি আশা কৰা হৈছে ৷ মানসিকভাৱে আপুনি সুখী আৰু সবল হ'ব পাৰে, যাতে আপুনি সম্পূৰ্ণ উৎসাহেৰে কাম কৰিব পাৰে আৰু সফলতা লাভ কৰিব পাৰে ৷ চাকৰিয়াল লোকসকলে তেওঁলোকৰ কঠিন পৰিশ্ৰমৰ প্ৰতিফল পাব পাৰে ৷ আপুনি আপোনাৰ জ্যেষ্ঠসকলৰ পৰা সহযোগিতা পাব পাৰে ৷ সেয়েহ, আপোনাৰ প্ৰদৰ্শন জিলিকি উঠিব পাৰে ৷

এই সপ্তাহটো ব্যৱসায়ী লোকসকলৰ বাবে শুভ হ’ব পাৰে, কিন্তু তেওঁলোকে যিকোনো আইনী সমস্যা এৰাই চলা উচিত ৷ এইটো সপ্তাহত আপুনি কোনো আইনী বিষয়ত জড়িত হোৱাটো উচিত নহয় ৷ নতুন সপ্তাহত বৈবাহিক জীৱন স্বাভাৱিক হৈ থাকিব পাৰে ৷ প্ৰেমিক-প্ৰেমিকাসকলে তেওঁলোকৰসংগীক প্ৰভাৱিত কৰিবলৈ কিছু প্ৰচেষ্টা কৰিব লাগিব পাৰে ৷ ভাল ফলাফল পাবলৈ শিক্ষাৰ্থীসকলে কঠিন পৰিশ্ৰম কৰা উচিত ৷ এইটো ভ্ৰমণৰ বাবে উপযুক্ত সময় হ'ব পাৰে ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিত জন্ম গ্ৰহণ কৰাসকলৰ বাবে নতুন সপ্তাহটো এটা ভাল সময় হ'ব পাৰে ৷ স্বাস্থ্যৰ ক্ষেত্ৰত, আপুনি মানসিকভাৱে চাপত থাকিব পাৰে ৷ আপুনি কোনো কথাত জেদী হ'ব পাৰে, যিটো আপোনাৰ বাবে ভাল নহ'ব পাৰে ৷ ই স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে ৷ অৱশেষত আপুনি খঙত ভুল পদক্ষেপ ল'ব পাৰে, যিটোৰ পৰা আঁতৰি থকা প্ৰয়োজনীয় হ'ব ৷ অন্যথা, আপোনাৰ ব্যক্তিগত জীৱন সমস্যাৰে ভৰি পৰিব পাৰে ৷ এই সপ্তাহটো প্ৰেমত পৰা লোকসকলৰ বাবে শুভ হোৱাৰ সম্ভাৱনা আছে ৷

সহকৰ্মীসকলৰ সৈতে একেলগে কাম কৰাৰ ফলত এই সপ্তাহটো চাকৰিয়াল লোকসকলৰ বাবে ভাল হ’ব পাৰে, আপোনাৰ কাম সমৃদ্ধ হ’ব পাৰে ৷ ব্যৱসায়ীসকলে এই সপ্তাহটোত অসাধাৰণ পদক্ষেপ ল’বলগীয়া হ’ব পাৰে ৷ এনে কৰিলে তেওঁলোকৰ ব্যৱসায়ে দ্ৰুত গতি লাভ কৰিব পাৰে, আৰু তেওঁলোকে নিজৰ কামত আগবাঢ়ি যাব পাৰে ৷ এই সপ্তাহটো বৃশ্চিক ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবেও শুভ হ’ব পাৰে ৷ আপোনাৰ কঠিন পৰিশ্ৰমে আপোনাৰ বাবে ইতিবাচক ফলাফল আনিব পাৰে ৷ যিসকলে ভ্ৰমণ কৰিব বিচাৰে, তেওঁলোকে সপ্তাহৰ প্ৰথমাৰ্ধটো বিবেচনা কৰা উচিত ৷

ধনু ৰাশি : এই সপ্তাহটো আপোনাৰ বাবে মধ্যমীয়াভাৱে ফলপ্ৰসূ হ’ব পাৰে ৷ সপ্তাহটোৰ আৰম্ভণিতে আপোনাৰ বৈবাহিক জীৱন সুখৰ হ’ব পাৰে ৷ আপুনি আপোনাৰ জীৱনসংগীক সুখী কৰি তথা তেওঁক উপহাৰ দি প্ৰভাৱিত কৰিব পাৰে ৷ সপ্তাহৰ মাজভাগটো খুব শুভ নহয়, সেয়েহে এই সময়ছোৱাত যিকোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকক আৰু কোনো ডাঙৰ সিদ্ধান্ত নল’ব ৷ সপ্তাহটোৰ শেষৰ দিনকেইটাত ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে ৷ কোনো ভাল কাম আপোনাৰ হাতলৈ অহাৰ ফলত হঠাৎ আপোনাৰ ব্যৱসায়ে দ্ৰুত অগ্ৰগতি কৰিব পাৰে ৷

চাকৰিয়াল লোকসকলৰ বাবে সপ্তাহটো শুভ হ’ব পাৰে ৷ বিবাহিত জাতক-জাতিকাসকলে তেওঁলোকৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰে ৷ দূৰত্বই আপোনালোকৰ সম্পৰ্কক প্ৰভাৱিত কৰিব পাৰে, সেয়েহে আপোনালোকৰ মাজত কোনোধৰণৰ দূৰত্ব আহিব নিদিব ৷ যদিও আপোনাৰ স্বাস্থ্য ভালে থাকিব পাৰে, কিন্তু সৰু-সুৰা সমস্যা দেখা দিব পাৰে, সেয়েহে আপুনি চিকিৎসকৰ তত্বাৱধানত থকা উচিত ৷ ভাল নম্বৰ পাবৰ বাবে আপুনি নিজৰ পঢ়া-শুনাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব পাৰে ৷ বন্ধত ফুৰিবলৈ যাব খোজাসকলে সপ্তাহান্তৰ সময়ছোৱাত এটা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে অহা সপ্তাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে ৷ সপ্তাহটোৰ আৰম্ভণিতে কম পৰিমাণৰ খৰচ হ'ব পাৰে ৷ সপ্তাহটোৰ মাজভাগত, আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে সময় কটাব পাৰে ৷ সপ্তাহৰ শেষৰ দিনকেইটাত মানসিক চাপ বৃদ্ধি হ'ব পাৰে ৷ অপ্ৰয়োজনীয় ব্যয়ে আপোনাক আমনি কৰিব পাৰে ৷ আপুনি আপোনাৰ মনত বহু কথাৰ ওপৰত খং কৰি থকিব পাৰে ৷

এই সপ্তাহটো চাকৰিয়ালসকলৰ বাবে অতি শুভ হ'ব পাৰে, কিয়নো তেওঁলোকৰ প্ৰচেষ্টাই ফল লাভ কৰাৰ সম্ভাৱনা আছে ৷ এই সপ্তাহটো ব্যৱসায়ীসকলৰ বাবে উত্থান-পতনেৰে পৰিপূৰ্ণ হ'ব পাৰে ৷ বিবাহিত জাতক-জাতিকাসকলৰ অধিক চাপ থাকিব পাৰে ৷ প্ৰেমিক-প্ৰেমিকাসকলে তেওঁলোকৰ সংগীৰ সৈতে ভাল সময় অতিবাহিত কৰিব পাৰে ৷ শিক্ষাৰ্থীসকলক অধ্যয়নৰ সৈতে সম্পৰ্কিত ভাল ফলাফল পাবলৈ অধিক মনোনিৱেশ কৰাটো প্ৰয়োজন হ'ব পাৰে ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এটা প্ৰত্যহ্বানমূলক পৰ্যায় হ’ব পাৰে ৷ আপুনি আপোনাৰ খৰচৰ প্ৰতি যথেষ্ট মনোযোগ দিবলগীয়া হ’ব পাৰে, কাৰণ সেয়া আপোনাৰ হাতৰ পৰা ওলাই যাব পাৰে আৰু আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ’ব পাৰে ৷ স্বাস্থ্যত কিছু অভাৱ থাকিব পাৰে ৷ আপোনাৰ জ্বৰ, মূৰৰ বিষ, ভৰিৰ বিষ, গাঁঠিৰ বিষ নাইবা পেটৰ বিষ হ’ব পাৰে ৷ আৰ্থিকভাৱে, আপোনাৰ এটা স্থিৰ আয় থাকিব, সেয়েহে আপুনি বিত্তীয় ব্যৱস্থাপনাত মনোযোগ দিব লাগিব পাৰে ৷ এই দিনকেইটা কুম্ভ ৰাশিৰ চাকৰিয়ালসকলৰ বাবে শুভ হ'ব পাৰে ৷ ব্যৱসায়ৰ স্বত্বাধিকাৰীসকলে কম লাভৰ বাবে নিষ্পত্তি কৰিব পাৰে ৷

যদি আপুনি আপোনাৰ ব্যৱসায় দুৰ্গম এলেকা বা ৰাজ্যৰ সৈতে সংযুক্ত কৰে, তেন্তে আপুনি ভাল লাভ পাব পাৰে ৷ বিবাহিত জাতক-জাতিকাসকলৰ বাবে উদ্বেগ থাকিব পাৰে, কিন্তু পাৰস্পৰিক বুজাবুজিয়ে আপোনাক আগুৱাই ৰাখিব পাৰে, আৰু আপুনি প্ৰত্যাহ্বানৰ পৰা ৰক্ষা পাব পাৰে ৷ কুম্ভ ৰাশিৰ প্ৰেমিক-প্ৰেমিকাসকলে এই সপ্তাহটোত প্ৰেম তথা ৰোমাঞ্চ সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে ৷ আপুনি আপোনাৰ প্ৰেম সম্পৰ্কত সম্পূৰ্ণ মন ভৰাই জীয়াব পাৰে ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব পাৰে ৷ ইতিবাচক ফলাফল পাবৰ বাবে আপুনি পঢ়া-শুনাৰ ক্ষেত্ৰত ঐকান্তিক হোৱা উচিত ৷ সপ্তাহান্তত ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে ৷

মীন ৰাশি: নতুন সপ্তাহ এটাত প্ৰৱেশ কৰোঁতে মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে সময় অনুকূল হ’ব পাৰে ৷ চাকৰিয়ালসকলে তেওঁলোকৰ কামৰ প্ৰতি সততা ৰাখি কামত সম্পূৰ্ণ মনোনিৱেশ কৰিব পাৰে ৷ সপ্তাহটোৰ মাজভাগত আপুনি আপোনাৰ চলি থকা কামটোৰ ওপৰত মনোনিৱেশ কৰিবলগীয়া হ’ব পাৰে ৷ মীন ৰাশিৰ ব্যৱসায়ৰ স্বত্বাধিকাৰীসকল তেওঁলোকৰ কামৰ বিষয়ে আত্ম-বিশ্বাসী হ’ব পাৰে আৰু তেওঁলোকৰ ব্যৱসায় আগবঢ়াই নিবলৈ তেওঁলোকৰ দক্ষ নেতৃত্বৰ সামৰ্থ দেখুৱাব পাৰে ৷

বিবাহিত জাতক-জাতিকাসকলে তেওঁলোকৰ ব্যক্তিগত জীৱনত মানসিক সকাহ অনুভৱ কৰিব পাৰে ৷ মীন ৰাশিৰ প্ৰেমিক-প্ৰেমিকাসকলে যোগাযোগৰ ব্যৱধান হ্ৰাস কৰিবলৈ তেওঁলোকৰ প্ৰিয়জনৰ সৈতে পাৰস্পৰিক বুজাবুজি গঢ়ি তুলিব পাৰে ৷ মীন ৰাশি জাত শিক্ষাৰ্থীসকল তেওঁলোকৰ কেৰিয়াৰৰ পথত কিছু বাধাৰ সন্মুখীন হ’ব পাৰে ৷ যদিও আপুনি পঢ়া-শুনা কৰিবলৈ ইচ্ছুক, পিছে আপুনি বিভ্ৰান্ত হোৱাৰ সম্ভাৱনা আছে ৷ সপ্তাহৰ প্ৰথম দুটা দিন ভ্ৰমণৰ বাবে শুভ ৷ স্বাস্থ্যৰ ক্ষেত্ৰত, এই সপ্তাহটোত আপোনাৰ সৰু-সুৰা সমস্যা হ’ব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.