ETV Bharat / bharat

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

author img

By

Published : Apr 10, 2021, 6:16 PM IST

জম্মু-কাশ্মীৰৰ দুটা পৃথক স্থানত নিৰাপত্তা বাহিনী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে শনিবাৰে আবেলি তালাচী অভিযান চলায় ।

জম্মু-কাশ্মীৰৰ দুটা স্থানত নিৰাপত্তা বাহিনী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল: শনিবাৰে আবেলি দক্ষিণ কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলায় । দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ হাটিপোৰাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় । এক সূত্ৰই প্ৰকাশ কৰা মতে, অঞ্চলটোত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলায় । সেই সময়তে নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে ।

প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীবৰ্ষন কৰে । অঞ্চলটোত দুটা সন্ত্ৰাসবাদী লুকাই আছিল বুলি অনুমান কৰা হৈছে । আনহাতে, বাজভাৰাৰ চিমথান অঞ্চলতো নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি সংঘটিত হয় ।

লগতে পঢ়ক:পশ্চিমবংগৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.