- জম্মু-কাশ্মীৰত পুনৰ গুলীয়াগুলীৰ ঘটনা
- শুকুৰবাৰে পুৱতি নিশা বাৰামুলাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত মুখামুখী সংঘৰ্ষ (Encounter between terrorists and security forces)
- বাৰামুলাৰ পাট্টন অঞ্চলৰ য়েদিপোৰাত সংঘটিত হয় এই গুলীয়াগুলীৰ ঘটনা (Encounter starts at Yedipora)
- ইফালে শ্বপিয়ান জিলাৰ চিত্ৰাগাম অঞ্চলতো সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হয় মুখামুখী সংঘৰ্ষ
- উল্লেখ্য যে, জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) সৈতে ভাৰতীয় সেনাই চলোৱা অভিযানত কুলগাম জিলাত দুই সন্ত্ৰাসবাদী নিহত হোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ (Two terrorists killed in Avhotu village)