ETV Bharat / bharat

Elon Mask Announcement : টুইটাৰৰ নীলা টিকৰ বাবে ভৰিব লাগিব ৬৬০ টকা

author img

By

Published : Nov 2, 2022, 6:04 PM IST

এলন মাস্কে (Elon Mask) টুইটাৰ ব্যৱহাৰকাৰীসকলৰ বাবে এটা নতুন প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কীয় এক পোষ্ট দিছে (Twitter verification process) । উল্লেখ্য, এলন মাস্কে শেহতীয়াভাৱে 44 বিলিয়ন ডলাৰত টুইটাৰ অধিগ্ৰহণ কৰিছে (Elon Musk acquired Twitter) ।

Elon Mask
Elon Mask

ইণ্টাৰনেচনেল ডেস্ক, ২ নৱেম্বৰ : এলন মাস্কে (Elon Mask) টুইটাৰ ব্যৱহাৰকাৰীসকলৰ বাবে এটা নতুন প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কীয় এক পোষ্ট দিছে (Twitter verification process) । উল্লেখ্য, এলন মাস্কে শেহতীয়াভাৱে 44 বিলিয়ন ডলাৰত টুইটাৰ অধিগ্ৰহণ কৰিছে (Elon Mask acquired Twitter) । টুইটৰ এক সতৰ্কবাণীত মাস্কে ৰাজনীতিবিদ, সাংবাদিক, বিষয়া আৰু অন্যান্য তথা সংগঠনৰ দৰে উল্লেখযোগ্য ব্যৱহাৰকাৰীসকলক নীলা টিক প্ৰমাণীকৰণ প্ৰদান কৰা বিদ্যমান প্ৰণালীটোক সমালোচনা কৰে । এই নীলা টিকৰ অৰ্থ হৈছে যে ব্যৱহাৰকাৰীৰ একাউণ্ট বৈধ । উল্লেখ্য, এই একেটা প্ৰমাণীকৰণ প্ৰণালী মেটাই (Meta) ফেচবুক (Facebook) আৰু ইনষ্টাগ্ৰামৰ (Instagram) বাবে গ্ৰহণ কৰে ।

  • Twitter’s current lords & peasants system for who has or doesn’t have a blue checkmark is bullshit.

    Power to the people! Blue for $8/month.

    — Elon Musk (@elonmusk) November 1, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

মাস্কে তেওঁৰ টুইটৰ এটা পোষ্টত লিখিছে যে প্ৰতি মাহে 8 ডলাৰকৈ (660 টকা) টুইটাৰ একাউণ্ট পৰীক্ষা কৰি ব্যৱহাৰকাৰীসকলক নীলা টিক আগবঢ়াব । তেওঁ লিখিছে যে এনে কৰি তেওঁ লোকসকলক ক্ষমতা প্ৰদান কৰিব । তেওঁ কয় যে এই প্ৰমাণীকৰণৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে mention আৰু search-ত প্ৰাথমিকতা লাভ কৰিব । তেওঁ কয় যে এই প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰমাণীকৃত ব্যৱহাৰকাৰীসকলে আধা বিজ্ঞাপন লাভ কৰিব । ব্যৱহাৰকাৰীসকলে দীঘলীয়া ভিডিঅ' আৰু অডিঅ' টুইট কৰিবলৈ সক্ষম হ'ব । মাস্কে লগতে কয় যে যদি প্ৰকাশকসকলে টুইটাৰৰ সৈতে চুক্তি কৰে, তেন্তে Twitter Blue subscribed paid article-ও গ্ৰাহকসকলে বিনামূলীয়াকৈ পঢ়িব পাৰিব ।

এলন মাস্কৰ মতে, Twitter Blue subscription-ৰ কাৰণে টুইটাৰৰ ৰাজহ বৃদ্ধি কৰিব আৰু content creators-সকলেও পুৰস্কাৰ লাভ কৰিব । তেওঁ কয় যে ৰাজহুৱা ব্যক্তিসকলৰ নামৰ তলত আন এটা টেগ ওলাব । টেছলাৰ মুখ্য কাৰ্যবাহী (Tesla CEO Elon Mask) বিষয়াজনে এইটোও কয় যে Twitter Blue গ্ৰাহক, যিসকলে সামাজিক মাধ্যমৰ মঞ্চৰ সৈতে কাম কৰিবলৈ ইচ্ছুক তেওঁলোকক 'payball bypass' দিয়া হ'ব । তেওঁ দাবী কৰে যে এই পদ্ধতিটোৱে botsবোৰ ধ্বংস কৰিব ।

আনহাতে, স্পামৰ সৈতে সংযোজিত যিকোনো প্ৰমাণীকৃত একাউণ্ট নিলম্বিত কৰা হ'ব বুলিও তেওঁ লগতে উল্লেখ কৰে । অৱশ্যে এই পৰিৱৰ্তনবোৰ প্ৰকৃততে কাৰ্যকৰী কৰা হ'বনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । মাস্কৰ এই সূত্ৰই The Verge Sunday-ৰ এক প্ৰতিবেদনক শক্তিশালী কৰিছে য'ত The Verge Sunday-এ অনুমান কৰিছিল যে টুইটাৰে ব্যৱহাৰকাৰীৰ প্ৰমাণীকৰণৰ বাবে এটা নতুন পৰিশোধ প্ৰণালী আৰম্ভ কৰিব পাৰে । প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে প্ৰযুক্তি বিলিয়নেয়াৰজনে Twitter Blue subscription-ৰ বাবে প্ৰতি মাহে 19.99 ডলাৰ লোৱাৰ কথা বিবেচনা কৰি আছিল ।

লগতে পঢ়ক :Elon Musk announcement : নিষিদ্ধ টুইটাৰ একাউণ্ট সহজে Restore নহয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.