ETV Bharat / bharat

ত্ৰিপুৰা বিজেপিৰ নিৰ্বাচন ব্যৱস্থাপনা সমিতি গঠন

আগন্তুক ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে । ইয়াৰে অংশৰূপে বিজেপিয়ে গঠন কৰিছে নিৰ্বাচন (Tripura BJP election management committee) ব্যৱস্থাপনা সমিতি । এই সমিতিখনত এজন বিশেষ সদস্যৰ লগতে ৩ জন বিশেষ আমন্ত্ৰিত সদস্য আছে ।

Tripura BJP election management committee
ত্ৰিপুৰা বিজেপিৰ নিৰ্বাচন ব্যৱস্থাপনা সমিতি গঠন
author img

By

Published : Oct 8, 2022, 1:34 PM IST

আগৰতলা, ৮ অক্টোবৰ:ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় দল বিজেপিয়ে এখন নিৰ্বাচনী (Ahead of Tripura Legislative Assembly Election) ব্যৱস্থাপনা সমিতি গঠন কৰিছে । বিজেপিৰ এক সূত্ৰ অনুসৰি ১৬ জনীয়া সমিতিখনৰ নেতৃত্ব দিছে ৰাজ্যিক সভাপতি ৰাজীৱ ভট্টাচাৰ্যই (Tripura BJP election management committee)। উল্লেখ্য় যে এই সমিতিখনত এজন বিশেষ সদস্যৰ লগতে ৩ জন বিশেষ আমন্ত্ৰ সদস্য আছে ।

এই পূৰ্ণ সমিতিখনৰ সদস্যসকল ক্ৰমে ৰাজ্যিক সভাপতি ৰাজীৱ ভট্টাচাৰ্য, মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা (CM Dr Manik Saha), ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ (former Tripura CM Biplab Kumar Deb), উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতিমা ভৌমিক, সাংসদ ৰেবাতি ত্ৰিপুৰা, শিক্ষা মন্ত্ৰী ৰতন লাল নাথ, মন্ত্ৰী ভগৱন লাল নাথ, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, ফনীন্দ্ৰ নাথ শৰ্মা,ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক টিংকু ৰয়, পাপিয়া দত্ত আৰু কিশোৰ বৰ্মন ।

আনহাতে, মহিলা মৰ্চাৰ সভাপতি ঝৰ্ণা দেববৰ্মাক (Tripura Mahila Morcha president) এগৰাকী বিশেষ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । তদুপৰি, বিজেপিৰ উত্তৰ-পূব সমন্বয়ক সম্বিত পাত্ৰ আৰু ত্ৰিপুৰাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক তথা ৰাজ্যিক বিজেপিৰ সাংসদ ড৹মহেশ শৰ্মাক মূল সমিতিত আমন্ত্ৰিত সদস্যৰ মৰ্যাদা দিয়া হৈছে ।

লগতে পঢ়ক:কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি শশী থাৰুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.