ETV Bharat / bharat

আৰক্ষীৰ জালত আগৰতলাৰ কুখ্যাত ড্ৰাগছ মাফিয়া - 10-12 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ

আৰক্ষীৰ জালত আগৰতলাৰ কুখ্যাত ড্ৰাগছ মাফিয়া নাহিদ মাফিয়া ৷ নাহিদৰ বাসগৃহত তালাছী চলাই প্ৰায় 10-12 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে ৷

আৰক্ষীৰ জালত আগৰতলাৰ কুখ্যাত ড্ৰাগছ মাফিয়া

author img

By

Published : Mar 22, 2021, 7:32 AM IST

নেশ্যনেল ডেস্ক, 22 মাৰ্চ : আগৰতলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে দেওবাৰৰ দিনা কুখ্যাত ড্ৰাগছ মাফিয়া নাহিদ মিয়াক তেওঁৰ বাসগৃহৰ পৰা আটক কৰে আৰক্ষীয়ে ৷ SDPO ৰমেশ যাদৱৰ নেতৃত্বত যোৱা এক আৰক্ষীৰ দলে নাহিদৰ বাসগৃহত তালাছী চলাই প্ৰায় 10-12 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে নাহিদ মিয়াক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ জালত আগৰতলাৰ কুখ্যাত ড্ৰাগছ মাফিয়া
আৰক্ষীৰ জালত আগৰতলাৰ কুখ্যাত ড্ৰাগছ মাফিয়া

SDPO ৰমেশ যাদৱৰ মতে, আগৰতলাত তিনি ড্ৰাগছ সৰবৰাহকাৰীক চিনাক্ত কৰা হৈছে - নাহিদ মিয়া, ৰাজু দাস আৰু গেহনা ৷ এই তিনিওজনৰ নেতৃত্বতে আগৰতলা চহৰত ড্ৰাগছৰ সৰবৰাহ কৰা হয় ৷ আৰক্ষীৰ অভিযানত ৰাজু আৰু গেহনাই পলাই হাৰিবলৈ সক্ষম হয় যদিও নাহিদক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

এমজিএম বজাৰৰ পৰা তিনিওজনে ড্ৰাগছৰ সৰবৰাহ কৰি আহিছিল ৷ বহু সময়ত তেওঁলোকে সীমান্ত পাৰ হৈ বাংলাদেশত প্ৰৱেশ কৰে ৷ তেওঁলোকে বাংলাদেশৰ পৰাও ড্ৰাগছ আমদানি কৰে বুলি সন্দেহ কৰা হৈছে ৷

আৰক্ষীয়ে 92,000 টকাৰ নগদ ধন, আঠটাকৈ মোবাইল ফোন, এখন কেটিএম মটৰ চাইকেল, এখন স্কুটি, 470 ব্ৰাউন ছুগাৰ, তিনিখন পাছপৰ্ট আৰু অন্যান্য সামগ্ৰী জব্দ কৰে৷ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, তালাছীৰ বাবে যোৱা আৰক্ষীৰ ওপৰত নাহিদে আক্ৰমণৰ চেষ্টা চলাইছিল ৷

লগতে পঢ়ক : জলেশ্বৰ সমষ্টিত এইবাৰ ব্যতিক্ৰমী প্ৰাৰ্থী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.