ETV Bharat / bharat

পথ পৰিবহন আৰু ডি আৰ ডি অৰ চুক্তি স্বাক্ষৰ

author img

By

Published : Jan 21, 2021, 11:30 AM IST

পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয় তথা ৰক্ষা অনুসন্ধান আৰু বিকাশ সংগঠন চমুকৈ ডি আৰ ডি অই প্ৰাকৃতিক দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰসমূহৰ সহযোগিতাৰ বাবে এক বুজাবুজিৰ চুক্তি চমুকৈ এম অ ইউ স্বাক্ষৰ কৰে ।

পথ পৰিবহন আৰু ডি আৰ ডি অৰ চুক্তি স্বাক্ষৰ
পথ পৰিবহন আৰু ডি আৰ ডি অৰ চুক্তি স্বাক্ষৰ

নিউজ ডেস্ক, ২১ জানুৱাৰী: পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয় তথা ৰক্ষা অনুসন্ধান আৰু বিকাশ সংগঠন চমুকৈ ডি আৰ ডি অৱে প্ৰাকৃতিক দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰসমূহৰ প্ৰযুক্তিগত সহযোগিতাৰ বাবে এক বুজাবুজিৰ চুক্তি চমুকৈ এম অ ইউ স্বাক্ষৰ কৰে । বুধবাৰে এই চুক্তিত স্বাক্ষৰ কৰে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ৰ সচিব গিৰিধৰ আৰমান আৰু ডি আৰ ডি অৰ সচিব ডঃসতীশ ৰেড্ডীয়ে ।

চুক্তি অনুসৰি,পথ পৰিবহন আৰু ডি আৰ ডি অৱে দেশত তুষাৰপাত প্ৰভাৱিত এলেকাসমূহত তুষাৰবৃষ্টি তথা ভূমিস্খলন আদিৰ নিচিনা প্ৰাকৃতিক দুৰ্যোগক প্ৰযুক্তিগতভাৱে সহায় কৰিব ।

ইয়াৰ দ্বাৰা দেশৰ লোকসকলে ৰাষ্ট্ৰীয় ঘাইপথেৰে সুৰক্ষাৰে সুনিশ্চিতভাৱে যাত্ৰা কৰিব পাৰিব । লগতে ভূমিস্খলন আদিৰ নিচিনা প্ৰাকৃতিক দুৰ্যোগ আদিৰ পৰা প্ৰতিৰোধ লাভ কৰিবলৈ সক্ষম হ'ব ।

ডি আৰ ডি অৰ ৰক্ষা ভূ-বিজ্ঞান অনুসন্ধান প্ৰতিষ্ঠানে বিভিন্ন এলেকা আৰু প্ৰাকৃতিক দুৰ্যোগ তুষাৰপাত আদিৰ পৰা প্ৰতিৰোধ পাবলৈ উন্নত মানৰ প্ৰযুক্তিবিদ্যাৰ নিৰ্মাণকাৰ্য অব্যাহত ৰাখিছে । ইয়াৰ বাবে কেতবোৰ এলেকা চিহ্নিত কৰা হৈছে ।

লগতে পঢ়ক: জ’ বাইডেন আৰু কমলা হেৰিছক অভিনন্দন জনালে নৰেন্দ্ৰ মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.