ETV Bharat / bharat

Toolkit case : দিশা ৰবিৰ জামিন আবেদন মঞ্জুৰ - জামিন মঞ্জুৰ কৰিলে দিশা ৰবিৰ

দিশা ৰবিৰ জামিন আবেদন মঞ্জুৰ
দিশা ৰবি
author img

By

Published : Feb 23, 2021, 4:13 PM IST

Updated : Feb 23, 2021, 7:23 PM IST

16:05 February 23

নতুন দিল্লীৰ পাটিয়ালা হাউছ আদালতে জামিন মঞ্জুৰ কৰিলে দিশা ৰবিৰ

নেশ্যনেল ডেস্ক, 23 ফেব্ৰুনৱাৰী : Toolkit গোচৰ সন্দৰ্ভত আটক হোৱা পৰিৱেশ কৰ্মী দিশা ৰবিৰ মঙলবাৰে জামিন আবেদন মঞ্জুৰ কৰিলে নতুন দিল্লীৰ পাটিয়ালা হাউছ আদালতে ৷ অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাৰ আদালতে মঞ্জুৰ কৰিলে দিশা ৰবিৰ জামিন আবেদন ৷ উল্লেখ্য যে, যোৱা 20 ফেব্ৰুৱাৰীত আদালতে তেওঁৰ জামিন আবেদনৰ শুনানি সংৰক্ষিত কৰি ৰাখিছিল ৷  

এই মাহৰ প্ৰথম ভাগতে দিল্লী আৰক্ষীৰ এক চাইবাৰ চেল টীমে বেংগালুৰুৰ পৰা আটক কৰি দিল্লীলৈ নিছিল ৰবিক ৷ ৰাজদ্ৰোহ আৰু অন্যান্য গোচৰত সাঙুৰ খাই পৰিছিল পৰিৱেশ কৰ্মীগৰাকী ৷

লগতে পঢ়ক : সাৰদা কেলেংকাৰীৰ শুনানিৰ দিন দুসপ্তাহলৈ বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ

Last Updated : Feb 23, 2021, 7:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.