ETV Bharat / bharat

পিএমএৱাই-ইউৰ অধীনত ১১২ লাখ গৃহ আৱন্টন - দেশৰ গৃহ আৱন্টনৰ বাবে এটা ১২ জনীয়া কাৰিকৰী গোট গঠন

প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ চমুকৈ পিএমএৱাই-ইউৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বৰ্তমানলৈকে প্ৰায় ১১২ লাখ গৃহ আৱন্টন কৰাৰ লক্ষ্য বান্ধি লৈছে কেন্দ্ৰই ।

পিএমএৱাই-ইউৰ অধীনত ১১২ লাখ গৃহ আৱন্টন
পিএমএৱাই-ইউৰ অধীনত ১১২ লাখ গৃহ আৱন্টন
author img

By

Published : Feb 5, 2021, 8:02 PM IST

নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ চমুকৈ পিএমএৱাই-ইউৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বৰ্তমানলৈকে প্ৰায় ১১২ লাখ গৃহ আৱন্টন কৰাৰ লক্ষ্য বান্ধি লৈছে কেন্দ্ৰই । গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ে পাঁচবছৰীয়া পৰিকল্পনাৰ বাবে দেশৰ গৃহ আৱন্টনৰ বাবে এটা ১২ জনীয়া কাৰিকৰী গোট গঠন কৰিছিল ।

পিএমএৱাই-ইউৰ অধীনত ১১২ লাখ গৃহ আৱন্টন
পিএমএৱাই-ইউৰ অধীনত ১১২ লাখ গৃহ আৱন্টন

সমিতিৰ প্ৰতিবেদন অনুসৰি, ২০১২ চনত মুঠ ১৮.৭৮ নিযুত গৃহৰ নাটনি আছিল । ২০১৫ চনত প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নগৰাঞ্চলত গৃহ আৱন্টনৰ বাবে জনোৱা দাবীৰ জৰীপ কৰিবলৈ অনুৰোধ কৰা হৈছিল ।

লগতে পঢ়ক:হিজবুল মুজাহিদীনৰ সৈতে জড়িত এজনক অমৃতসৰৰ পৰা গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.