ETV Bharat / bharat

70 বছৰৰ পাচত সৰ্বাধিক হ্ৰাস পালে দিল্লীৰ তাপমাত্ৰা

70 বছৰৰ পাচত প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে ৰাজধানী চহৰ দিল্লীৰ তাপমাত্ৰা ৷ শেহতীয়াভাৱে নেৰানেপেৰা বৰষুণ হোৱাৰ ফলতে চহৰখনত তাপমাত্ৰা সৰ্বাধিক সৰ্বনিম্ন 16.8 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বাধিক 23.8 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায় ৷

author img

By

Published : May 20, 2021, 7:25 AM IST

Delhi's temperature drops to highest in 70 years
70 বছৰৰ পাচত সৰ্বাধিক হ্ৰাস পালে দিল্লীৰ তাপমাত্ৰা

নেশ্যনেল ডেস্ক,20 মে': বিগত 70 বছৰৰ পাচত প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে ৰাজধানী চহৰ দিল্লীৰ তাপমাত্ৰা ৷ শেহতীয়াভাৱে প্ৰবল বৰষুণ হোৱাৰ ফলতে চহৰখনত তাপমাত্ৰা সৰ্বাধিক সৰ্বনিম্ন 16.8 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বাধিক 23.8 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায় ৷ এই হ্ৰাস পোৱা তাপমাত্ৰাই ভংগ কৰে বিগত প্ৰায় 70 বছৰৰ তাপমাত্ৰাৰ অভিলেখ ৷

Delhi's temperature drops to highest in 70 years
70 বছৰৰ পাচত সৰ্বাধিক হ্ৰাস পাইছে দিল্লীৰ তাপ মাত্ৰা

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, চহৰখনত 1982 চনৰ 13 মে'ত সৰ্বাধিক তাপমাত্ৰা 24.8 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছিল ৷ কিন্তু 1951 চনৰ পৰা সেই অভিলেখ ভংগ হোৱা নাছিল ৷ বিগত কেইদিনমান ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা 28.8 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছে ৷

ইয়াৰোপৰি বিশেষজ্ঞসকলৰ মতে, দিল্লীত হোৱা ধাৰাসাৰ বৰষুণৰ আঁৰৰ কাৰণ হৈছে টাউতে । উল্লেখ্য যে, বুধবাৰে দিল্লীত পুৱা 9 বজাৰ পৰা সন্ধিয়া 5.30 বজালৈ 31.3 মিলিমিটাৰ বৰষুণ হৈছে ।

লগতে পঢ়ক: ঘূৰ্ণী বতাহ টাউতে বিধ্বস্ত কৰা গুজৰাটলৈ ৰাওনা মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.