মেষ ৰাশি : প্ৰেম-জীৱনত বাধাৰ সন্মুখীন হ’ব পাৰে ৷ নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক । পেটৰ সমস্যা হ’ব পাৰে । সেয়ে আউটিং পিছুৱাই দিয়ক ।
(Daily Love Rashifal)
বৃষ ৰাশি : প্ৰেমৰ সম্পৰ্ক শুভ ৷ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি ৷ পত্নীৰ লগত চলি থকা পুৰণি বিবাদৰ সমাধান হ’ব । প্ৰেম-জীৱনত সন্তুষ্টি । স্বাস্থ্য উন্নত ।
(Daily Love Horoscope)
মিথুন ৰাশি : প্ৰেমত বাধাৰ সন্মুখীন হ’ব পাৰে ৷ মানসিক অসুস্থতাৰ সন্মুখীন হ’ব । অত্যধিক আৱেগে দুৰ্বল কৰি তুলিব । পানী আৰু অন্যান্য গৰম তৰল পদাৰ্থৰ পৰা দূৰত থাকক । শাৰীৰিক আৰু মানসিক স্বাস্থ্য অন্ন্নত ৷
কৰ্কট ৰাশি : প্ৰেমত শুভ ৷ বন্ধু-বান্ধৱী আৰু প্ৰেম-সংগীৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমাস্পদৰ সৈতে ভ্ৰমণৰ যোগ ৷ সৌভাগ্য উদয় ৷ আৰ্থিক স্থিতি উন্নত ৷
সিংহ ৰাশি : প্ৰেমত শুভ ৷ স্বাস্থ্য উন্নত ৷ প্ৰেমাস্পদৰ সৈতে সম্পৰ্ক উন্নত ৷ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব ।
(Daily Love Horoscope for 21st January 2023)
কন্যা ৰাশি : প্ৰেমত শুভ ৷ প্ৰেমৰ নতুন সম্পৰ্ক গঢ়িব পাৰে, যি ভৱিষ্যতৰ বাবে শুভ হ’ব ৷ শৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত ৷
তুলা ৰাশি : প্ৰেমত মধ্যমীয়া ৷ মনত আধ্যাত্মিক ভাৱে ক্ৰিয়া কৰিব পাৰে ৷ ইয়াৰ প্ৰভাৱ প্ৰেম জীৱনত পৰিব ৷
বৃশ্চিক ৰাশি : প্ৰেমত শুভ । লৌকিক সুখ লাভ । বিবাহ প্ৰৰ্থীৰ বাবে বিবাহৰ যোগ ৷ ভ্ৰমণৰ যোগ ৷
(ETV Bharat Love Horoscope)
ধনু ৰাশি : প্ৰেমত শুভ ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল ৷ লগতে নতুন সম্পৰ্কৰ বাবে এয়া উচিত সময় ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত । প্ৰিয়জনৰ সৈতে মধুৰ সময় কটাব ।
মকৰ ৰাশি : ছ’চিয়েল মিডিয়াত বন্ধু-বান্ধৱী আৰু প্ৰেম-সংগীৰ সৈতে মত বিনিময় কৰিব পাৰিব । দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা ৷ অৱশ্যে এই যাত্ৰাই বহু সমস্যাৰ সমাধান কৰিব ।
(Daily Love Horoscope in Assamese)
কুম্ভ ৰাশি : অনৈতিক কৰ্ম আৰু নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক । ইষ্ট দেৱতাক পূজা কৰক ৷ প্ৰেম জীৱন মধ্যমীয়া ৷
মীন ৰাশি : প্ৰেম জীৱন উন্নত ৷ পাৰ্টি আৰু পিকনিকৰ বাবে যাব পাৰে ৷ বিবাহিত জীৱন আনন্দময় ৷ নতুন কাপোৰ, গহনা বা বাহন ক্ৰয় কৰিব পাৰে ৷
(Your Daily Love Horoscope)