ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Oct 9, 2021, 12:02 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল, বিশেষকৈ মহিলাসকলৰ ৷ বিপদৰ আশংকা কম যদিও সতৰ্কতা অৱলম্বন কৰক ৷ আবেলিটো প্ৰায় ভাল ৷

বৃষ ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ী সকলৰ বাবে শুভ দিন ৷ ব্যৱসায়ত লাভাৰ্জন ৷ সহকৰ্মীৰ পৰা সহায় বিচাৰিব পাৰে, উপকৃত হ’ব ৷ বন্ধুৰ সৈতে চিনেমা চাবলৈ বা পিকনিকলৈ যাব পাৰে ৷

মিথুন ৰাশি : কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ লক্ষ্যত প্ৰায় সফল ৷ কম সময়ত অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ অৱশ্যে কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি ৷ নতুন কার্য-ব্যৱসায় আৰম্ভ নকৰিব ৷ ভাগ্য প্ৰায় ভাল ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে দিনটো আনন্দময় হʼব ৷

কন্যা ৰাশি : দিনটো মধ্যমীয়া ৷ তথাপিও সতৰ্ক হৈ থাকক ৷ খৰ-ধৰকৈ কোনো কামে নকৰিব ৷ স্বাস্থ্যৰ যতন লওক ৷ সন্ধিয়া ধৰ্মীয় অনুষ্ঠানলৈ যাব পাৰে ৷ সতৰ্ক হওক ৷

তুলা ৰাশি : দিনটো শুভ ৷ নতুন কাপোৰ বা নতুন কিনিব পাৰে ৷ কামত অহং ভাব পৰিহাৰ কৰক ৷

বৃশ্চিক ৰাশি : কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ দৰমহা ভাল হʼব পাৰে ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷

ধনু ৰাশি : দিনটো শুভ ৷ আয় বা লাভ বৃদ্ধি ৷ অত্যাধিক ব্যয় নকৰিব ৷ মানুহ সৈতে ভাল ব্যৱহাৰ কৰক ৷ গাড়ী চলাওতে সতৰ্ক হওক ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷

মকৰ ৰাশি : দিনটো শুভ ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব ৷ যিজনে ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব ৷ যিকোনো সিদ্ধান্ত লওতে সাৱধান হওক ৷

কুম্ভ ৰাশি : পেচাদাৰী লোকসকলে দিনটোৰ আৰম্ভণিতে কিছু সাৱধানতা অৱলম্বন কৰক ৷ কনিষ্ঠ আৰু জ্যেষ্ঠসকলৰ লগত ভাল ব্যৱহাৰ কৰক ৷ মধ্যাহ্নৰ পিছত কৰ্মস্থলীৰ পৰিৱেশ আপোনাৰ পক্ষতে থাকিব ৷ ঘৰতো একেই পৰিৱেশ থাকিব; শান্তিপূৰ্ণ পৰিৱেশে আপোনাক আনন্দিত আৰু উৎসাহিত কৰিব ৷ ভ্ৰমণৰ যোগ ৷ ধৰ্মীয় স্থানলৈ যাব পাৰে ৷

মীন ৰাশি : কর্ম তথা ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ভাল সফল লাভ হʼব ৷ বন্ধুৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ প্ৰেমত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.