ETV Bharat / bharat

Daily Horoscope for 8th June : আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

author img

By

Published : Jun 8, 2022, 5:10 AM IST

daily-horoscope-for-8th-june
Daily Horoscope for 8th June : আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো প্ৰায় ভাল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব ৷ প্ৰশংসা লাভ ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ পৰিয়ালক ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব পাৰে ৷ জীৱনটো বন্ধুত্বপূৰ্ণ হʼব ৷

বৃষ ৰাশি: ধন উপাৰ্জন কৰিব ৷ সফল হʼব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ লাভ বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷

মিথুন ৰাশি: দিনটো খেলিমেলিৰে পাৰ হʼব ৷ কর্মত মনোযোগ দিব ৷ নতুন পৰিকল্পনা নকৰিব ৷ প্ৰতিযোগিতাত ভাগ ল’লে সফল হʼব ।

কৰ্কট ৰাশি: কৰ্ম জীৱনত পদোন্নতি লাভ কৰিব ৷ নাম আৰু সুনাম হʼব ৷ ভাগ্য ভাল ৷

সিংহ ৰাশি: ঘৰৰ পৰিৱেশ শান্ত আৰু বন্ধুত্বপূৰ্ণ হ’ব ৷ বিবাহিত লোকসকলৰ বৈবাহিক জীৱন আনন্দময় হ’ব ৷ আয় বৃদ্ধি ৷ ব্যয় বৃদ্ধি ৷ বিদেশত থকা আত্মীয় আৰু বন্ধুৰ লগত হোৱা সংযোগত আনন্দ লাভ কৰিব ৷ ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷

কন্যা ৰাশি: ভাগ্য ভাল হʼব ৷ কিন্তু সতৰ্ক থকাটো ভাল ৷ আবেলি প্ৰায় ভাল হʼব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণ হʼব পাৰে ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হʼব ৷ দিনটো আনন্দৰে পাৰ হʼব ৷

তুলা ৰাশি: সৌন্দৰ্যৰ প্ৰতি মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ খৰচ বৃদ্ধি ৷ কঠোৰ পৰিশ্ৰম কৰিলে ভাল পৰিণাম পাব ৷

বৃশ্চিক ৰাশি: নাম আৰু সুনাম হʼব ৷ সফলতা লাভ ৷ যুক্তিসূত্ৰৰে সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত উপনীত হ’ব ৷ ভাগ্য ভাল হʼব ৷ কিন্তু সতৰ্ক থকাটো ভাল ৷ আবেলি প্ৰায় ভাল হʼব ৷

ধনু ৰাশি: ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায়ত লাভ বৃদ্ধি ৷ ব্যৱসায়ত মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত ভাল ৷ দিনটো ভাল আৰু আনন্দৰে যাব ৷

মকৰ ৰাশি: যুক্তিসূত্ৰৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ দিনটো খেলিমেলিৰে পাৰ হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷

কুম্ভ ৰাশি: যুগল স্থিতিৰ সম্মুখীন হʼব ৷ দুঃচিন্তা হʼব পাৰে ৷ মানসিক অশান্তি আৰু হতাশা হʼব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব ৷ প্ৰশংসা লাভ ৷

মীন ৰাশি: দিনটো খেলিমেলিৰে পাৰ হʼব ৷ কর্মত মনোযোগ দিব ৷ নতুন পৰিকল্পনা নকৰিব ৷ ব্যৱসায় কাৰ্যত সফলতা লাভ কৰিব ৷ প্ৰেমত মনোযোগ দিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.