ETV Bharat / bharat

Daily Horoscope for 7th September: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 7, 2022, 2:44 PM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-7th-september-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: পৰিয়ালৰ সদস্যসকলৰ প্ৰাপ্য খিনিৰ ওপৰত চকু দিব ৷ ঘৰৰ সৌন্দয্যবৰ্ধনৰ কামৰ কথা চিন্তা কৰিব ৷ ঘৰৰ লগত সময় কটোৱাৰ বাবে ঘৰুৱা সৰু সুৰা সমস্যা সমাধান কৰাত সক্ষম হ’ব ৷ সন্তুষ্টি লাভ কৰিব ৷

বৃষ ৰাশি: দিনটো মিশ্ৰিত ফলদায়ক ৷ বিদেশত থকা সম্বন্ধৰ পৰা বাতৰি লাভ কৰিব ৷ ভ্ৰমণৰ বাবে পৰিকল্পনা কৰক, দূৰ ভ্ৰমণত যাব পাৰিব ৷ চাকৰিয়ালসকলে নিজকে চাপত থকা যেন অনুভৱ কৰিব ৷

মিথুন ৰাশি: মনৰ বেয়া ভাববোৰ আঁতৰাই পেলাওক ৷ বিপদত পৰিব পাৰে ৷ নতুন কাম আৰম্ভ নকৰিব ৷ খঙক নিয়ন্ত্ৰণ কৰক ৷ খৰচৰ মাত্ৰা কমাওক ৷ ধ্যান আৰু যোগ অভ্যাসে মনক শান্ত ৰখাত সহায় কৰিব ৷

কৰ্কট ৰাশি: সুন্দৰ দিন৷ শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব ৷ পৰিয়াল আৰু বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা নকৰিব ৷ সামাজিক কামত মনযোগ দিব ৷

সিংহ ৰাশি: এটা গতানুগতিক দিন ৷ পৰিয়ালৰ লগত কাজিয়া হোৱাৰ আগতেই খং ত্যাগ কৰক ৷ কামৰ ফল ভোগ কৰাত ব্যৰ্থ হ’ব ৷ মাতৃৰ স্বাস্থ্যৰ ওপৰত চকু ৰখা অতি প্ৰয়োজন ৷

কন্যা ৰাশি: আলোচনাৰ পৰা পৰাপক্ষত আঁতৰি থাকক ৷ খৰচ বৃদ্ধি হ’ব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত কথা পাতক ৷ বাহিৰত ফুৰিবলৈ যাওক ৷ পেটৰ বিষত ভুগিব পাৰে ৷ জমা কৰোতে সাৱধান হওক ৷

তুলা ৰাশি: খঙাল হৈ থাকিব ৷ সন্মান হানি হ’ব পাৰে ৷ প্ৰিয়জনৰ লগত তৰ্ক হ’ব ৷ মাতৃৰ কিবা বিষয়ে চিন্তিত কৰি ৰাখিব ৷ শান্ত থাকিব ৷ ধৈয্য ধৰক ৷

বৃশ্চিক ৰাশি: গ্ৰহৰ প্ৰভাৱত সকলো শুভ হ’ব ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ দিনটো সতেজ অনুভৱ কৰিব ৷ ধনৰ আগমন হ’ব ৷ বন্ধুৰ লগত হোৱা সৰু ভ্ৰমণলৈ যাব পাৰে ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷

ধনু ৰাশি: দিনটো মিশ্ৰিত ফলদায়ক ৷ উচিত সিদ্ধান্ত গ্ৰহণত বাধা পাব ৷ নিজকে মানসিকভাবে খেলিমেলি অনুভৱ কৰিব ৷ অনাহক ধনহানিৰ বাবে দোষী অনুভৱ কৰিব ৷ কামৰ বোজা বাঢ়িব ৷

মকৰ ৰাশি: কামত সফল হ’ব ৷ সন্মান বৃদ্ধি হ’ব ৷ পদোন্নতি হ’ব ৷ ঘৰুৱা পৰিৱেশ উন্নত হ’ব ৷ বৈবাহিক সম্বন্ধৰ বাবে ভাল সময় ৷ বজাৰ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ সাৱধানতা অৱলম্বন কৰিব পাৰে ৷

কুম্ভ ৰাশি: স্বাস্থ্যৰ বাবে ভাল খাদ্য আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক ৷ ভালদৰে জিৰণি লওক ৷ শাৰীৰিকভাৱে আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ আইনি কামৰ পৰা আঁতৰি থাকক ৷ সাৱধানে থাকক ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷

মীন ৰাশি: পৰিয়ালৰ লোকৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ভ্ৰমণৰ আনন্দ লাভ কৰিব ৷ সফলতা লাভ কৰিব ৷ পত্নী আৰু প্ৰিয়জনৰ লগত সুন্দৰ সময় পাৰ কৰিব পাৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.