ETV Bharat / bharat

Daily Horoscope For 7th January: কেনে যাব আপোনাৰ আজিৰ দিনটো

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 6:00 AM IST

Daily Horoscope For 7th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 7th December 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো

মেষ ৰাশি: আধ্যাত্মিক মনৰ বাবে আজিৰ দিনটো অনন্য হ’ব ৷ অলৌকিকতাৰ প্ৰতি আকৃষ্ট হ’ব ৷ যদি কোনো নতুন কাম হাতত লৈছে, পুনৰ ভাবি চাওক, আজিৰ দিনটো আপোনাৰ পক্ষে নহ’বও পাৰে ৷ ভ্ৰমণ এৰাই চলক ৷

বৃষ ৰাশি: ঘৰুৱা সুখ-শান্তিৰ বাবে অতি উত্তম দিন ৷ আপোনাৰ প্ৰিয়জন বা সম্পৰ্কীয় লোক আপোনাৰ ঘৰলৈ আহিব পাৰে ৷ ই আপোনাক আনন্দ প্ৰদান কৰিব ৷ ভ্ৰমণ পৰিকল্পনাৰ বাবেও এটা ভাল দিন ৷ বিদেশত থকা সম্পৰ্কীয় লোকৰ পৰা ভাল খবৰ পাব বুলি আশা কৰিব পাৰে ৷ ধনৰ দিশত শুভ ৷

মিথুন ৰাশি: আজিৰ দিনটোৱে আপোনাৰ বাবে সাফল্য কঢ়িয়াই আনিব ৷ আপোনাৰ গাৰ্হস্থ্য জীৱন বন্ধুত্বপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ৷ পেচাদাৰী দিশটো আপুনি উজ্বলি থাকিব, আপোনাৰ অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ কৰিব আৰু সন্মান অৰ্জন কৰিব ৷ আজি আৰ্থিক লাভৰ আশা কৰিব পাৰি ৷

কৰ্কট ৰাশি: জীৱনত বহুবাৰ বুজা পৰাৰ মাজেৰে আগবাঢ়িব লগা হয় ৷ কৰ্কট ৰাশিৰ লোকৰ বাবে আজি তেনে এটা দিন ৷ উত্তেজিত, ক্ৰোধিত বা উদ্বেগিত হ’লে পৰিস্থিতি অধিক বেয়াৰ ফালে যাব পাৰে ৷ দিনটো পাৰ হোৱাৰ লগে লগে আপোনাৰ শৰীৰৰো অৱনতি হ’ব পাৰে ৷ অত্যধিক ব্যয় হ’ব পাৰে ৷ আপুনি ধৈৰ্য ধৰিব লাগিব আৰু আপোনাক অশান্তি দিয়া ক্ৰোধ আৰু হতাশাক ভংগ কৰিব লাগিব ৷

সিংহ ৰাশি: দিনটো মধ্যমীয়া ৷ চিন্তা, অস্থিৰতা আৰু ক্লান্তিয়ে আপোনাক বেৰি ধৰিব ৷ কিন্তু সিংহৰ দৰেই, আপুনি সেই সমস্যাবোৰ দূৰ কৰিব পাৰিব ৷ আপোনাৰ প্ৰিয়জন আৰু মাতৃৰ লগত কাজিয়া আৰু ভূল বুজাবুজি হ’ব পাৰে ৷

কন্যা ৰাশি: এটা অতি উত্তম দিন ৷ আপোনাৰ ভাতৃ-ভগ্নীৰ মাজত সম্পৰ্ক আৰু অধিক উন্নত হ’ব ৷ তেওঁলোকৰ লগত আপোনাৰ সম্পৰ্ক মধুৰ হৈ উঠিব ৷ আপুনি আপোনাৰ বন্ধুবৰ্গকো লগ পাব ৷ কাৰ্যালয়ত, আপুনি গ্ৰহণ কৰা যিকোনো কৰ্মতে সফল হ’ব ৷ আৰ্থিক দিশতো শুভ ৷

তুলা ৰাশি: আপোনাৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰাটো অলপ কঠিন হ’ব, যিহেতু আপুনি সমালোচক মনোভাৱৰ ধাৰণ কৰিব পাৰে ৷ তাৰ পৰিৱৰ্তে, আপুনি আশাবাদী আৰু আত্মবিশ্বাসী হোৱাটো উচিত ৷ গাৰ্হস্থ্য দিশটো, আপুনি অবাধ্য আৰু কঠোৰ হোৱাৰ পৰিৱৰ্তে ইতিবাচক তথা নমনীয় হ’ব লাগিব ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এটা পৰিপূৰ্ণ দিন ৷ সুস্থ থাকিব আৰু প্ৰিয়জন তথা পৰিয়ালৰ লোকসকলৰ লগত ভাল সময় কটাব, সেয়েহে, সম্পূৰ্ণ দিনটো হাঁহিৰেই কটাব পাৰিব ৷ প্ৰিয়জনৰ পৰা উপহাৰৰ লাভ কৰিব ৷ ভ্ৰমণৰ যোগ ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলে আজি সাহসেৰে কাম কৰিব ৷ আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে তৰ্ক আৰু বিবাদত লিপ্ত হ’ব পাৰে ৷ সেয়ে, আপোনাৰ বক্তব্য আৰু আক্ৰমণাত্মকতাৰ প্ৰতি লক্ষ্য ৰাখক ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে; সাৱধানতাৰে বাহন চলাওক ৷ লগতে, স্বাস্থ্যজনিত বিষয়তো ভুগিব পাৰে ৷

মকৰ ৰাশি: লাভ আৰু সামাজিক দ্বায়িত্বৰ পূৰণ কৰাৰ ক্ষেত্ৰত এটা ভাল দিন ৷ বন্ধু আৰু পৰিয়ালবৰ্গৰ সংগত সময় কটোৱাই সুখ আৰু আনন্দ প্ৰদান কৰিব ৷ লগতে, সফলতাৰ বাট খোল খাব আৰু প্ৰায় সকলো দিশতেই সফলতা অৰ্জন কৰিব ৷ বিবাহৰ চিন্তা কৰা লোকসকলৰ বাবে, আজিৰ দিনটো শুভ ৷

কুম্ভ ৰাশি: আজিৰ দিনটো ফলপ্ৰসূ, লাভজনক, সুখী হ’ব ৷ অতি সহজেই লক্ষ্যত উপনীত হ’ব পাৰিব ৷ আপোনাৰ ঊৰ্ধতন কৰ্তৃপক্ষ আপোনাৰ কাম দ্বাৰা সন্তুষ্ট আৰু আনন্দিত হ’ব, সেয়েহে এটা পদোন্নতিৰ আশা কৰিব পাৰি ৷ ব্যক্তিগত দিশত, আপুনি সম্পূৰ্ণ দিনটো সুখীহৈ থাকিব ৷ আৰ্থিক লাভৰো সম্ভাৱনা আছে ৷ সেয়ে, আগবাঢ়ি গৈ থাকক; জ্যেষ্ঠসকলে আপোনাক আৰ্শীবাদ প্ৰদান কৰিব ৷

মীন ৰাশি: দিনটো মধ্যমীয়া ৷ আজিৰ দিনটো আপোনাৰ বাবে শ্ৰেষ্ঠ নহ’বও পাৰে ৷ যিমান পাৰে সিমান শান্ত হৈ থাকিবৰ চেষ্টা কৰক ৷ পেচাদাৰী ক্ষেত্ৰটো ঊৰ্ধতন কৰ্তৃপক্ষৰ লগত ভালদৰে কাম সমাপন কৰক ৷ এটা সৰু ভুলেও আপোনাক জটিল অৱস্থাত পেলাব পাৰে ৷ সিদ্ধান্ত গ্ৰহণ কৰোঁতে সাৱধান হওক ৷ অধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো এৰাই চলক ৷ সন্তানৰ সৈতে জড়িত কথাৰ বাবে আপুনি চিন্তিত হৈ থাকিব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.