ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Sep 5, 2021, 12:01 AM IST

মেষ ৰাশি : নতুন ব্যৱসায়ৰ প্ৰতি হাবিয়াস ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ মন্দিৰলৈ যাব পাৰে ৷ আপোনজনৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ প্ৰেমৰ সম্পৰ্কত মনোযোগ দিয়ক ৷

বৃষ ৰাশি : কৰ্মত মনোযোগ দিয়ক ৷ লক্ষ্যত সফল ৷ ব্যৱসায়ত লাভাৰ্জন ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ খৰচ বৃদ্ধি ৷ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ খৰচ বৃদ্ধি ৷

মিথুন ৰাশি : কৰ্মব্যস্ততা বৃদ্ধি ৷ ব্যৱসায়ত মনোযোগ দিয়ক ৷ লক্ষ্যত সফল ৷ প্ৰশংসা লাভ ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক ৷

কৰ্কট ৰাশি : পুৰণি বন্ধু তথা পুৰণি প্ৰেমৰ সৈতে সাক্ষাৎ হ’ব পাৰে ৷ কৰ্ম ব্যৱসায়ত সফল ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ বিপদ বিঘিনি নাশ হ’ব ৷

সিংহ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ খৰচ বৃদ্ধি ৷ পৰিয়ালৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবেও সময়চোৱা অতি কঠিন ৷ অধ্যয়নত মনোযোগ দিয়ক ৷ কৰ্মস্থলীত শান্ত হৈ থাকক ৷ স্বাস্থ্যৰ যতন লওক ৷

কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ ব্যৱসায় কৰিলে লাভৱান হোৱাৰ সম্ভাৱনা প্ৰকট ৷

তুলা ৰাশি : দিনটো প্ৰায় শুভ ৷ পৰিষ্কাৰ-পৰিছন্নতা বৰ্তাই ৰাখক ৷ নিজৰ যতন লওক ৷

বৃশ্চিক ৰাশি : কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কিছু সতৰ্কতা অৱলম্বন কৰক ৷

ধনু ৰাশি : দিনটো কিছু খেলিমেলিৰ সৃষ্টি হ’ব পাৰে ৷ মানসিক হতাশাত ভোগাৰ আশংকা ৷ এলেহুৱা ভাৱ পৰিহাৰ কৰক ৷

মকৰ ৰাশি : যুক্তিসূত্ৰ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰক ৷ লক্ষ্য সফল ৷ বন্ধুবৰ্গৰ সৈতে কাজিয়াৰ সম্ভাৱনা ৷ প্ৰেমত শুভ ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ সৰু ভ্ৰমণৰ যোগ ৷ দিনটো মন প্ৰফুল্লিত হৈ থাকিব ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷

মীন ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ আয় বৃদ্ধি ৷ গ্ৰহ উত্তম স্থানত অৱস্থান কৰি আছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.