ETV Bharat / bharat

Daily Horoscope for 5th September: আজিৰ দিনটোৰ ৰাশিফল - ETV Bharat Daily Horoscope

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-5th-september-2022
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Sep 5, 2022, 5:00 AM IST

মেষ ৰাশি: সফল হ’ব ৷ শৰীৰ ভালে নাথাকিব আৰু উদ্বেগত থাকিব ৷ অস্থিৰতা, ক্লান্তি, এলেহুৱা ভাবে দিনটো আমনি দি থাকিব ৷ গোটেই দিনটো আগ্ৰাসী হৈ থাকিব পাৰে ৷ ইয়ে কামত নেতিবাচক প্ৰভাৱ পেলাব ৷ পৰিকল্পিত কাম হাতত ল’ব পাৰে ৷ তীৰ্থযাত্ৰালৈ যাব পাৰে ৷ কোনো কাম কৰাৰ সময়ত অনিশ্চয়তাত ভুগিব পাৰে ৷

বৃষ ৰাশি: সতৰ্ক হৈ থাকক ৷ নতুন কোনো কাম হাতত লোৱাৰ পৰা বিৰত থাকক ৷ স্বাস্থ্যকৰ খাদ্য খাওক ৷ উদ্বেগ আৰু শাৰীৰিক ভাগৰে দিনটো আমনি দি থাকিব ৷ অফিচৰ কামে ভাগৰুৱা কৰি ৰাখিব ৷ ভ্ৰমণত শুভ ৷

মিথুন ৰাশি: দিনটো বিভিন্ন ধৰণৰ মানুহৰ সৈতে সাক্ষাৎ হ’ব ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সুখদায়ক ভ্ৰমণলৈ যাব পাৰে ৷ নতুন কাপোৰ কিনিবলৈ যাব পাৰে ৷ শাৰীৰিক সুস্থতা, সামাজিক সন্মান আৰু খ্যাতি বহুদূৰলৈ বিয়পি যাব ৷ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷

কৰ্কট ৰাশি: শুভ দিন ৷ ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব ৷ খ্যাতি লাভ কৰিব ৷ শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ হৈ থাকিব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ চাকৰিয়ালসকলৰ কাৰণে দিনটো শুভ ৷ দিনটো আনন্দৰে কটাব ৷

সিংহ ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব ৷ প্ৰিয়জনৰ সৈতে আনন্দৰে দিনটো কটাব ৷ সন্তানৰ উন্নতিৰ খবৰ পাব পাৰে ৷ পঢ়ুৱৈসকলে পঢ়া-শুনাত উন্নতি কৰিব পাৰে ৷

কন্যা ৰাশি: মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ প্ৰিয়জনৰ সৈতে কাজিয়া হ’ব পাৰে ৷ মাতৃৰ শৰীৰক লৈ চিন্তাত পৰিব পাৰে ৷ সম্পত্তিৰ কাগজপত্ৰ সুৰক্ষিত ঠাইত ৰাখিব ৷ পানীৰ পৰা ভয়ে অসুবিধা দিব ৷ ব্যয়ৰ সম্ভাৱনা আছে ৷

তুলা ৰাশি: দিনটো অত্যন্ত উৎপাদনশীল ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ তীৰ্থযাত্ৰালৈ যাব পাৰে ৷ আৰ্থিক লাভৰ যোগ আছে ৷ বিদেশৰ পৰা সুসংবাদ পাব পাৰে ৷ নতুন কাম হাতত লোৱাৰ বাবে দিনটো ভাল ৷ শাৰীৰিক আৰু মানসিক অৱস্থাই আমনি দি থাকিব ৷ বিনিয়োগ কৰিলে লাভ বৃদ্ধি ৷

বৃশ্চিক ৰাশি: অনাৱশ্যক ব্যয় নিয়ন্ত্ৰণ কৰিব লাগিব ৷ পৰিয়ালৰ মাজত কাজিয়া বিবাদ সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ পৰা দূৰত থাকক ৷ পৰিয়ালৰ লোকৰ মাজত ভুল ধাৰণাবোৰ ভাঙি দিয়ক ৷ শাৰীৰিক সমস্যাই বিষণ্ণ কৰি ৰাখিব ৷ নেতিবাচক চিন্তা এৰাই চলক আৰু অনৈতিক কাৰ্যকলাপৰ পৰা দূৰত থাকিব ৷

ধনু ৰাশি: তীৰ্থযাত্ৰালৈ যাব পাৰে ৷ নিজৰ পৰিকল্পনা অনুসৰি কাম সম্পন্ন কৰিব পাৰিব ৷ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিব ৷ উৎসাহী আৰু উদ্যমী হৈ থাকিব ৷ ঘৰত শুভ অনুষ্ঠান হ’ব পাৰে ৷ প্ৰিয়জনক লগ পাব পাৰে ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ সুনাম বৃদ্ধি পাব পাৰে ৷

মকৰ ৰাশি: দিনটো ধৰ্মীয় আৰু আধ্যাত্মিক ক্ৰিয়াকলাপত ব্যস্ত হৈয়ে নাথাকিব ৷ খৰচ বৃদ্ধি ৷ কোনো মামলা-মোকৰ্দমাত সোমাব পাৰে ৷ প্ৰিয়জনৰ সুনাম নষ্ট হোৱাৰ সম্ভাৱনা আছে ৷ শাৰীৰিকভাৱে নিশকতীয়া অনুভৱ কৰিব ৷ মানসিক শান্তিৰ অভাৱ হ’ব ৷ দুৰ্ঘটনা হ’ব পাৰে ৷ পৰিশ্ৰম কৰি কাম কৰাৰ পিছতো সুফল নোপোৱাৰ বাবে হতাশ হৈ থাকিব ৷

কুম্ভ ৰাশি: দিনটো অনুকূল ৷ ব্যৱসায়ীসকল লাভৱান হ’ব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ বন্ধুসকলক লগ পাব পাৰে ৷ সৰু-সুৰা ভ্ৰমণলৈ যাব পাৰে ৷ গ্ৰহ অনুকূল অৱস্থানত আছে ৷ কোনো নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে ৷ বিবাহপ্ৰাৰ্থীসকলৰ বাবে শুভ ৷

মীন ৰাশি: দিনটো অত্যন্ত ফলদায়ক হ’ব ৷ সফলতাৰে কাম সম্পন্ন কৰিব পাৰিব ৷ প্ৰশংসা লাভ ৷ ব্যৱসায়ীসকলৰ কাৰণে দিনটো ভাল ৷ ঋণ লাভ কৰিব ৷ পিতৃ আৰু বয়োজ্যেষ্ঠসকলৰ ফালৰ পৰা কিবা লাভ পাব পাৰে ৷ লক্ষ্মী দেৱীৰ কৃপা লাভ কৰিব ৷ ঘৰুৱা পৰিৱেশ আনন্দপূৰ্ণ হৈ থাকিব ৷ চৰকাৰী লাভ পাব পাৰে ৷ সন্মান বৃদ্ধি হ’ব ৷ সামাজিক জীৱন আনন্দপূৰ্ণ হৈ থাকিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.