ETV Bharat / bharat

Daily Horoscope For 5th December: আজিৰ দিনটোৰ ৰাশিফল - আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 5th December 2022
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Dec 4, 2022, 10:52 AM IST

Updated : Dec 5, 2022, 7:09 AM IST

মেষ ৰাশি: দিনটো শুভ । মানসিক আৰু শাৰীৰিকভাৱে আপুনি সুস্থ হৈ থাকিব । সফলতা লাভ । আৰ্থিক লাভৰ যোগ আছে । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে বাহিৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷

বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ কাৰণে শুভ নহ'ব পাৰে । সকলো ধৰণৰ দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব । শাৰীৰিক সমস্যাত ভুগিব পাৰে । প্ৰিয়জনৰ সৈতে আপোনাৰ মতানৈক্য হোৱাৰ সম্ভাৱনা ।

মিথুন ৰাশি: বিভিন্ন ধৰণৰ লাভে আজি আপোনাৰ আনন্দক দুগুণ কৰি তুলিব । পত্নী আৰু সন্তানৰপৰা সুসংবাদ পাব পাৰে । বন্ধুসকলৰ সৈতে সাক্ষাতৰ পিছত আপুনি বহুত আনন্দ পাব । বিবাহপ্ৰাৰ্থীসকলে আদৰ্শ জীৱনসংগী বা জীৱনসংগিনী পাব ।

ককৰ্ট ৰাশি: বৃত্তিধাৰীসকলৰ বাবে আজিৰ দিনটো ফলদায়ক । পদোন্নতিৰ যোগ । মাতৃৰ স্বাস্থ্যক লৈ আপুনি চিন্তা কৰিব নালাগে । আপুনি সন্মান আৰু ধন অৰ্জন কৰিব ।

সিংহ ৰাশি: আজি আপুনি ধৰ্মীয় ক্ৰিয়াকলাপৰ সৈতে ব্যস্ত হৈ থাকিব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে তীৰ্থযাত্ৰা ভ্ৰমণৰ বাবে দিনটো শুভ । কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে ।

কন্যা ৰাশি: মুখৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । নতুন কোনো কাম হাতত লোৱাৰ বাবে দিনটো শুভ নহয় । খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । পৰিয়ালৰ সৈতে মনোমালিন্য হ'ব পাৰে । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ।

তুলা ৰাশি: প্ৰিয়জন আৰু বন্ধুসকলৰ সৈতে মনোৰঞ্জনমূলক ক্ৰিয়াকলাপত যুক্ত হৈ আপুনি আনন্দ লাভ কৰিব । ভ্ৰমণৰ বাবে দিনটো শুভ । আজি আপুনি কাপোৰ আৰু ইলেকট্ৰনিক গেজেট ক্ৰয় কৰিব । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব । আপোনাৰ সন্মান বৃদ্ধি হ’ব ।

বৃশ্চিক ৰাশি: দিনটো শুভ । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া হৈ থাকিব । সহকৰ্মীৰপৰা সহযোগিতা লাভ কৰিব ।

ধনু ৰাশি: ব্যৰ্থতাৰ বাবে হতাশ হৈ নপৰিব । সন্তানক লৈ দুশ্চিন্তাত থাকিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ।

মকৰ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । মানসিক আৰু শাৰীৰিকভাৱে আপুনি তজবজীয়া হৈ থাকিব । পানী আৰু নাৰীৰ ক্ষেত্ৰত সাৱধানে থাকক । আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে ।

কুম্ভ ৰাশি: আজি আপুনি মানসিক যন্ত্ৰণাৰপৰা কিছু সকাহ পাব । আজি আপুনি গুৰুত্বপূৰ্ণ কোনো কাম কৰিব পাৰে । সৰু-সুৰা ভ্ৰমণৰ যোগ ।

মীন ৰাশি: মুখৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । ব্যয় নিয়ন্ত্ৰণ কৰাৰ ফালেও চকু দিব । আৰ্থিক বিষয়ত সাৱধানে থাকিব । ভাগৰুৱা অনুভৱ কৰিব পাৰে । অধিক ভোজন এৰাই চলক ।

Last Updated : Dec 5, 2022, 7:09 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.