ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 4, 2021, 12:02 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ বাহিৰা খাদ্যৰ পৰা বিৰত থাকক ৷ নতুন ব্যৱসায় কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷

বৃষ ৰাশি : দিনটো শুভ ৷ ব্যৱসায় বৃদ্ধি ৷ লক্ষ্যত প্ৰায় সফল ৷ প্ৰশংসা লাভ ৷ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

মিথুন ৰাশি : দিনটো প্ৰায় শুভ ৷ লক্ষ্যত সফল ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰশংসা লাভ ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ লক্ষ্যত সফল ৷ পদোন্নতি ৷ খৰচ বৃদ্ধি ৷

সিংহ ৰাশি : ব্যৱসায়ত লাভ ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷

কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ অত্যাৱশ্যকীয় চিন্তাধাৰাৰ পৰা বিৰত থাকক ৷ কাৰ্য-কৰ্মৰ পৰা বিৰতি লৈ আৰাম কৰিব পাৰে ৷ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

তুলা ৰাশি : দিনটো শুভ ৷ পৰিয়াল আৰু প্ৰেমৰ সৈতে সম্পৰ্ক উন্নত ৷ ব্যৱসায়ত সফল ৷ বিবাহৰ যোগ ৷ পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ ৷

বৃশ্চিক ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ কৰ্মত শান্ত হৈ থাকক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷

ধনু ৰাশি : দিনটো শুভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ গ্ৰহ শুভ ৷ কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও সন্ধিয়া সকলো অশান্তিৰ দূৰ হʼব ৷

মকৰ ৰাশি : দিনটো শুভ যদিও সতৰ্কতা অৱলম্বন কৰক ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক ৷

কুম্ভ ৰাশি : দিনটো প্ৰায় শুভ ৷ মানসিক অশান্তি বৃদ্ধি ৷ অযথা চিন্তা কৰাৰ পৰা বিৰত থাকক ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ ব্যস্ততাৰ মাজতো আপোনজনক সময় দিয়ক ৷ প্ৰশংসা লাভ ৷

মীন ৰাশি : কৰ্মত মনোযোগ দিয়ক ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ ব্যৱসায়ত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.