ETV Bharat / bharat

Daily Horoscope for 4th February: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Feb 4, 2022, 5:11 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

Daily Horoscope for 4th February
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: শুভ দিন ৷ ব্যৱসায়ত সফল হʼব ৷ বিঘিনি আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰমে আনন্দিত কৰিব ৷

বৃষ ৰাশি: ভাল বন্ধু লাভ কৰিব ৷ বহু ব্যক্তিৰ লগত সংযোগ হʼব ৷ সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মিথুন ৰাশি: জ্যেষ্ঠসকলৰ লগত সম্পৰ্ক বেয়া নকৰিব ৷ অলপ আপোচ কৰাৰ চেষ্টা কৰক ৷ আৰাম আৰু বিলাসিতাত ব্যয় হোৱাৰ সম্ভাৱনা আছে ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷

কৰ্কট ৰাশি: ধৈৰ্যৰ পৰীক্ষা হʼব ৷ গ্ৰহ ভাল নহয় ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷

সিংহ ৰাশি: খং-ৰাগে কৰ্মক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে ৷ পৰচৰ্চাৰ পৰা আঁতৰি থকা উচিত ৷

কন্যা ৰাশি: কৰ্মজীৱন বন্ধুত্বপূৰ্ণ হʼব ৷ প্ৰশংসা লাভ কৰিব ৷ প্ৰেমত শুভ ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷

তুলা ৰাশি: শুভ দিন ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ ব্যক্তিগত জীৱনত সুখৰ হ’ব ৷

বৃশ্চিক ৰাশি: কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷ প্ৰশংসা লাভ হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷

ধনু ৰাশি: কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ চিন্তাধাৰাবোৰ ভাল হʼব ৷ প্ৰশংসা লাভ ৷ প্ৰেমত শুভ ৷ খৰচ বৃদ্ধি হʼব ৷

মকৰ ৰাশি: নিজৰ ওপৰত বিশ্বাস ৰাখিলে সফল হ’ব ৷ সহজে নিৰুৎসাহিত হৈ নপৰিব ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷

কুম্ভ ৰাশি: খেলিমেলি হʼব পাৰে ৷ এলেহুৱা আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ প্ৰায় সফল হʼব ৷

মীন ৰাশি: আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগে প্ৰভাৱ পেলাব পাৰে ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.