ETV Bharat / bharat

Daily Horoscope For 3rd May : আপোনাৰ দিনটোৰ ৰাশিফল - ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily Horoscope For 3rd May 2023
আপোনাৰ দিনটোৰ ৰাশিফল
author img

By

Published : May 3, 2023, 6:01 AM IST

মেষ ৰাশি: সকলো দিশতে সফলতা লাভ কৰিব, ব্যক্তিগত বা ব্যৱসায়ী সকলো ক্ষেত্ৰতে আপোনাৰ ব্যৱসায়ত প্ৰচুৰ লাভ হ'ব ৷ আপুনি সুন্দৰভাৱে ধনৰ সকলো দিশ চম্ভালি ল'ব পাৰিব ৷ এই সকলোবোৰ কাৰণে আপোনাক আনন্দিত কৰি তুলিব ৷ আবেলিটো পৰিয়াল আৰু বন্ধুৰ লগত বনভোজ বা আন ঠাইত ফুৰিবলৈ যাওক ৷ ধৰ্মীয় কামত কিছুসময় কটাওক ৷ দিনটো সুন্দৰভাবে পাৰ হ'ব ৷

বৃষ ৰাশি: আপোনাৰ মিঠা কথা বাৰ্তাই আনক আকৰ্ষণ কৰিব আৰু মানসিক স্থিতি উন্নত কৰিব ৷ আপুনি মানুহৰ সহায়ক হ'ব ৷ আজি দিনটো তৰ্ক প্ৰতিযোগিতা আৰু আলোচনাত বহাৰ উত্তম সময় ৷ যদিও আপুনি বিচৰা ধৰণৰ ফল লাভত আপুনি ব্যৰ্থ হয় তেতিয়াও চিন্তাৰ কোনো কাৰন নায় , ধৈয্য নেহেৰোৱাব ৷ সকলো বিষয় লাহে লাহে উন্নত হ'ব ৷ বাহিৰত খোৱা বন্ধ কৰক , হজম শক্তি হ্ৰাস হৈছে ৷ সাহিত্যত আপোনাৰ হেপাঁহ বৃদ্ধি হ'ব ৷

মিথুন ৰাশি: আপুনি আজি সকলো ক্ষেত্ৰত খোকোজাৰে পাৰ হ'ব লাগিব , দুটাৰ মাজত এটা বিচাৰ কৰাটো কঠিন হৈ পৰিব ৷ এই বিচাৰত বেছি সোমাই নপৰাটোৱেই উত্তম ৷ মাতৃৰ সংগত সুখ অনুভৱ কৰিব ৷ ধৰ্মীয় বা জ্ঞান বৰ্ধক আলোচনাত যাতে একো তৰ্ক বিতৰ্ক নহয় তাৰ প্ৰতি চকু ৰাখক ৷পৰিয়ালৰ ডাঙৰ সকলৰ লগত উপৰি পুৰুষৰ সম্পতিৰ ক্ষেত্ৰত হোৱা আলোচনাত ভাগ নোলোৱাই ভাল ৷ নহ'লে আপুনি মানসিকভাৱে আঘাট পাব পাৰে ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে কিন্তু পাৰে যদি বাতিল কৰক ৷

কৰ্কট ৰাশি: আপোনাৰ ভাতৃ সুলভ মৰম দেখুৱাৰ সময় ৷ আপোনাৰ ভাতৃয়ে অকলশৰীয়া অনুভব কৰিছে আৰু আপোনাৰ লগে তেওঁক আনন্দিত কৰি তুলিব ৷ ব্যবসায় বঢ়োৱাৰ কথা আলোচনা কৰিব পাৰে ৷ আপোনাৰ কথাই আনক আকৰ্ষণ কৰিব গতিকে বন্ধু আৰু প্ৰিয়জনৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল কৰক ৷ সুন্দৰ ঠাইলৈ ভ্ৰমনত যাব পাৰে ৷ আজি আপুনি কৰা সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব ৷ সামাজিক সন্মান বৃদ্ধি কৰাতো এই সময় উত্তম আৰু আপুনি ধনৰ ফালৰ পৰাও সবল হৈ উঠিব ৷

সিংহ ৰাশি: গণেশৰ কৃপাত আজিৰ দিনটো মিশ্ৰ ফলদায়ক ৷ ফল লাভত পলম হ'ব পাৰে বা কম হ'ব পাৰে ৷ দূখ নকৰিব ৷ আপোনাৰ দ্বাৰা বিচাৰ কৰোঁতেও ভুল হ'ব পাৰে, গতিকে সেই চিন্তা বাদ দি পৰিয়ালৰ লগত সময় কটোৱাত গুৰুত্ব দিয়ক আৰু সুখী হওক ৷ এনেও হ'ব পাৰে যে আপুনি লোৱা সিদ্ধান্তই আচলতে সথিক ৷ দুৰ সম্পৰ্কীয় লোক আপোনাৰ বাবে সাহস হ'ব পাৰে ৷ টকা ঘটিবলৈ অধিক কাম কৰা বন্ধ কৰক ৷

কন্যা ৰাশি: এটা শান্তিৰ দিন ৷ পৰিয়াল আৰু বন্ধুৰ লগত সময় কটাব পাৰিব ৷ প্ৰিয়জনৰ লগত হৃদয়ৰ কথা পাতিব পাৰিব আৰু লোভনিয় খাদ্য আৰু আনন্দই আপোনালৈ বাট চায় আছে ৷ শৰিৰ উন্নত থাকিব আৰু আপুনি মানসিক ভাবে অদ্ভুত শান্তি লাভ কৰিব ৷ লক্ষ্মী দেৱীৰ কৃপা বৰষি থাকিব ৷ ধনৰ আগমন ঘটিব ৷ আজিৰ ভ্ৰমন সুন্দৰ হ'ব ৷ সুন্দৰ সময় উপভোগ কৰক আৰু আনকো আনন্দ লাভত সহায় কৰক ৷

তুলা ৰাশি: আপোনাৰ খঙক দমন কৰক ৷আজি কিছুমান আইনি কামৰ বাবে আপুনি কৰ্ট যাব লগা হ'ব পাৰে ৷ সাৱধানে থাকক , আপোনাক লৈ কোনোবাই বেয়া মন্তব্য দিব পাৰে তাৰ পত্যুতৰ সেই জেগাতে দিয়ক ৷ আপোনাৰ কিছুমান কামৰ বাবে আপুনি অনুসুচনাত ভুগিব পাৰে ৷ প্ৰিয়জনৰ লগত তৰ্ক আৰু চিন্তাৰ বাবে শৰিৰ বেয়া হ'ব পাৰে ৷ গতিকে অহেতুক খৰচৰোবাবে সাজু থাকক ৷ চকুৰ চিকিৎচকৰ ওচৰলে যাব লগা হ'ব ৷ ধৰ্মিয় কামকাজ বা পাৰ্থনাই মনক স্থিৰ কৰি তুলিব ৷

বৃশ্চিক ৰাশি: সুভ ভাগ্য , বাস্তবিক আৰাম আৰু আনন্দ আপোনাৰ বাবে বাট চায় আছে ৷ আজি আপুনি বহুতো শিহৰণকাৰী ঘটনাৰ সন্মুখীন হ'ব ৷ ভাল সময় উপভোগ কৰক , আপোনালোকৰ কিছুৱে মধুযামিনি উপভোগ কৰিবলৈ যাব পাৰিব ৷ বিবাহৰ বাবে উত্তম সময় ৷ আপোনাৰ সপোনৰ সংগিৰ লগত মিলন হ'ব ৷ ব্যবসায় আৰু চাকৰি কৰা সকলৰ ভাল সময়স ৷ বচসকল আপোনাৰ বাবে সুপৰামৰ্শ দাতা আৰু বিশ্বাস যোগ্য হৈ উঠিব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমনত যাব পাৰে ৷ সুখকৰ হ'ব ৷

ধনু ৰাশি: আজি নিজকে আত্মবিশ্বাসী আৰু সুখী অনুভৱ কৰিব আৰু আপোনাৰ দিন ভালেৰে যাব ৷ পিতৃৰ ফালৰ পৰা ধনৰ উপহাৰ পাব পাৰে ৷আৰু বচৰ পৰা ভাল ব্যবহাৰ লাভ কৰিব ৷ ব্যবসায় সংক্ৰান্তীয় আলোচনা সফল হ'ব আৰু আপুনি আৰম্ভ কৰিবলৈ বিচৰা ব্যৱসায়ৰ বাবে উচিত ধন লাভ কৰিব ৷ আপুনি আনৰ বাবে বহুত উপকাৰী হৈ পৰিব ৷ সকলো কাম সুন্দৰভাৱে সফল হ'ব আৰু আনন্দৰ বাবে যথেষ্ঠ সময় লাভ কৰিব ৷ সোনকালে ঘৰ সোমাওক আপুনাৰ পত্নীয়ে আপুনালৈ আগ্ৰহেৰে বাট চাব ৷ সমাজিক জীৱনত আপুনি সফলতা লাভ কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বাঢ়িব ৷

মকৰ ৰাশি: কষ্ট কৰা সকলৰ বাবে সুন্দৰ দিন ৷ এই সময় সকলো জ্ঞানী লোকৰ বাবে সফল সময় ৷ এই সময়ত কৰা সকলো কাৰ্য সফল হ'ব ৷ লিখক আৰু কলাৰ লগত জৰিত সকল সফল হ'ব ৷ আপুনি কলাৰ বিষয়ত কোনো কৰ্মশালাত অংশ গ্ৰহন কৰিব পাৰে ৷ সাৰ্বজনীন বা সামাজিক কাম কৰাসকলে ভাল ফল নাপায় ৷ সাবধান থাকক , যদিহে আপুনি ভাগৰুৱা অনুভৱ কৰিছে অলপ দিন কামৰ পৰা অব্যাহতি লওক ৷ অথবা অলপ শান্ত থাকক ৷ মানসিক অবস্থা বেয়াৰ ফালে যাব পাৰে ৷ ভয় খোৱাৰ কাৰন নায় ৷ এইয়া সাময়িকহে ৷

কুম্ভ ৰাশি: অতি বেচিটো বৰ ভাল নহয় ৷আজি আপুনি মানসিক ভাবে ভাগি পৰাৰ সম্ভাৱনা আছে যিহেতু আপুনি বেচি চিন্তা কৰিব! শান্ত হওক! সকলো সমস্যাৰে সমাধান আছে ৷ অন্যথা আপোনাৰ খং, উদ্দিগ্নতা আৰু বিপৰীতমূখী চিন্তাধাৰাই আপুনাক আৰু দিগদাৰ দিব ৷ আৰু শেষত আপুনি কিছুমান নকৰিবলগীয়া কাম কৰিব পাৰে ৷ গতিকে প্ৰতিবাদী বিচাৰধাৰাত গুৰুত্ব দিয়ক আৰু বেয়া বিচাৰধাৰাক দলিয়াই পেলাওক ৷ এইকেইদিনতে পৰিয়ালত বিবাহৰ আয়োজন কৰা হ'ব পাৰে, কিন্তু আপুনি আপোনাৰ মানসিক অশান্তিৰ বাবে ভালদৰে আনন্দ কৰিব নোৱাৰিব ৷ মনক শান্ত ৰাখিবলে যোগ আৰু ধ্যান কৰিব পাৰে ৷

মীন ৰাশি: আপোনাৰ সপোনবোৰ সফল হোৱাৰ দিশত ৷ সেয়েহে আপুনি যদিহে কবি, সাহিত্যিক, মূৰ্তিকাৰ বা চিত্ৰশিল্পী হয় তেন্তে নিজৰ নিজৰ যুজত নামি পৰক ৷ ব্যৱসায়ী সকলৰ নতুন কাম আৰম্ভ কৰাৰ সু-সময়, আৰু বিদেশৰ লগত ব্যবসায় কৰিব বিচাৰিছে যদি আগবাঢ়ক! ভাল কামৰ ভাল পুৰস্কাৰ পোৱাৰ সময় ৷ কামৰ পৰা অব্যাহতি লৈ অলপ কলাসুলভ কামত মন দিয়ক ৷ বনভোজৰ আয়োজনৰ বাবে উচিত সময়, বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ ব্যৱস্থা কৰিব পাৰে ৷ প্ৰেয়সীৰ লগত চিনেমা চাবলৈ যাব পাৰে ৷ এইবোৰ কামে ইজন সিজনৰ ওচৰ চাপি আহিব ৷ আপোনাৰ সামাজিক অৱস্থাৰো উন্নতিৰ যোগ আছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.