ETV Bharat / bharat

Daily Horoscope for 3rd July: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

author img

By

Published : Jul 3, 2022, 5:30 AM IST

daily-horoscope-for-3rd-july
আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: সতৰ্কতা অবলম্বন কৰিব ৷ বন্ধু আৰু ওচৰ চুবুৰীয়াৰ লগত কোনো বৌদ্ধিক আলোচনাত লিপ্ত হ’ব পাৰে ৷ কিন্তু সেয়া বিবাদলৈ ৰূপান্তৰিত হ’ব পাৰে, সেয়ে তাৰ পৰা আঁতৰি থাকক ৷ কোনো চিন্তাই দিনটো আমনি কৰিব ৷ মানসিক আৰু শাৰীৰিক স্থিতি অস্থিৰ হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিব ৷ যোগাসন আৰু ধ্যান কৰি মনটোক শান্ত কৰিব ৷

বৃষ ৰাশি: আৱেগিক হৈ পৰিব ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ লাভ বৃদ্ধি ৷ ব্যয় বৃদ্ধি ৷

মিথুন ৰাশি: মনটো অসন্তুষ্ট আৰু নিৰাশাবাদী হৈ থাকিব ৷ ঘৰুৱা পৰিৱেশ শান্ত হৈ নাথাকিব ৷ শিক্ষাৰ্থীসকলে অধ্যয়নত মনোযোগ দিয়াত সমস্যাৰ সন্মূখীন হ’ব পাৰে ৷ বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷

কৰ্কট ৰাশি: দিনটোৰ প্ৰথমভাগত সতেজ অনুভৱ কৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ আৱেগিক হৈ পৰিব, সাৱধান হওক ৷ দিনটোৰ পিছৰ ভাগত হতাশা আৰু ব্যয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ অবৈধ আৰু অনৈতিক কাৰ্যকলাপৰ পৰা দূৰত থাকক ৷

সিংহ ৰাশি: গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব ৷ কথা কোৱাৰ আগতে ভাবি চাব ৷ আনৰ লগত বিবাদ কৰাৰ পৰা আঁতৰত থাকক ৷ ঘৰুৱা খৰচ বৃদ্ধি ৷ দিনটো প্ৰায় ভাল হ’ব ৷

কন্যা ৰাশি: মানসিক আৰু শাৰীৰিক ভাৱে সুস্থিৰ হ’ব ৷ ব্যক্তিগত আৰু পেচাদাৰী ক্ষেত্ৰত শান্ত হৈ থাকিব ৷ দিনটোৰ পিছৰ ভাগত অলপ খেলিমেলি হ’ব ৷ আইনগত সিদ্ধান্ত লওঁতে বাধাৰ সন্মূখীন হ’ব ৷ সৰ্তক হওঁক, আৰ্থিক ক্ষতিৰ আশংকা আছে ৷

তুলা ৰাশি: ঘৰটো নকৈ সজোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ মনটো শান্ত হৈ থাকিব ৷ কৰ্মস্থলীত জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লাভ কৰিব ৷ বিবাহিতসকলৰ বৈবাহিক জীৱন সুখৰ হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷

বৃশ্চিক ৰাশি: সৌভাগ্যশীল হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷ কামত সফলতা লাভ কৰিব ৷ পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ’ব ৷ বৈবাহিক জীৱন আনন্দৰ হ’ব ৷

ধনু ৰাশি: অসুস্থ হৈ পৰিব পাৰে ৷ সংবেদনশীল মনে হতাশ কৰিব পাৰে ৷ গান শুনি মনত শান্ত কৰিব ৰাখিব চেষ্টা কৰক ৷ নিৰাশাবাদী চিন্তাক দূৰত ৰাখক ৷ আৰ্থিক নাটনি হ’ব পাৰে ৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷

মকৰ ৰাশি: পৰিয়াল, প্ৰিয়জন বা বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ অত্যাধিক ব্যয় নকৰিবলৈ সৰ্তক হওক ৷ দিনটোৰ শেষৰ ভাগত আৰ্থিক নাটনিৰ সম্ভাৱনা আছে ৷ চিন্তিত হৈ থাকিব পাৰে ৷ চিন্তা দূৰ কৰক ৷ কাৰ্যকলাপৰ ওপৰত নিৰীক্ষণ ৰাখক ৷

কুম্ভ ৰাশি: সুস্বাস্থ্য, সম্পত্তিশীল আৰু সুখী হৈ থাকিব ৷ দিনটো উপভোগ কৰক ৷ বস্তু কিনিবৰ বাবেও ভাল দিন ৷ গাড়ী সাৱধানে চলাব ৷ ব্যৱসায়ত লাভ হ’ব ৷ ভ্ৰমণত শুভ ৷

মীন ৰাশি: নতুন কাম আৰম্ভ নকৰিব ৷ মানসিক আৰু শাৰীৰিকভাৱে সুস্থিৰ হৈ থাকিব ৷ বৈবাহিক জীৱন আনন্দৰ হ’ব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.