ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Oct 31, 2021, 12:01 AM IST

মেষ ৰাশি : দিনটো প্ৰায় শুভ ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শিক্ষার্থীসকলৰ বাবে শুভ দিন ৷ অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি ৷ সন্তানৰ যতন লওক ৷

বৃষ ৰাশি : দিনটো প্ৰায় শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুনকৈ কৰ্ম আৰম্ভ কৰিব পাৰে ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ যিকোনো সিদ্ধান্ত ভাবি-চিন্তি লওক ৷ পৰিশ্ৰম কৰ, সফল হ’ব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ ভাল সুযোগ লাভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধি, লাভাৰ্জন ৷

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ আৰ্থিক সমস্যাই দেখা দিব ৷ নিজৰ মনৰ শুনিব ৷ প্ৰেমত শুভ ৷ নতুন ব্যৱসায় কৰিব পাৰে, দীৰ্ঘসময়লৈ লাভ হ’ব ৷

কন্যা ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল ৷ দিনটো আনন্দময় হʼব ৷ খং-ৰাগক নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ কৰ্ম কৰক ৷

তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ স্বাস্থ্যৰ যতন লওক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷

বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷

ধনু ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয়, তেওঁ লাভৱান হ’ব ৷ শান্ত হৈ কৰ্ম কৰক ৷ যিকোনো সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ সতৰ্ক থাকক ৷

মকৰ ৰাশি : দিনটো প্ৰায় শুভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ প্ৰশংসা লাভ ৷

কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ প্ৰেমত শুভ ৷ লক্ষ্য সফল ৷ প্ৰশংসা লাভ ৷

মীন ৰাশি : দিনটো শুভ ৷ স্বাস্থ্য ভাল ৷ সহোদৰৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷ খং-ৰাগক নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ কৰ্ম কৰক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.